Digital Marketing Assamese School

Digital Marketing Assamese School Learn Digital Marketing in Assamese,
Digital Marketing Agency,
Website Development,
Social Media Marketing, Social Media Optimisation

24/05/2026
22/05/2026

Akhor ai আপোনাৰ ফোনত instle কৰিলেই আপুনি অসমীয়াতে কৈ যোৱা বাক্যসমুহ লিখিত ৰূপত পাব পাৰিব।

15/05/2026

AI শিকিব বিছাৰে নেকি?
Comment কৰিব



মই যেতিয়া Digital Marketing শিকিছিলোঁ, সকলো English ত।  তেতিয়াই ভাবিছিলোঁ – আমাৰ অসমৰ ল’ৰা-ছোৱালীয়ে, ব্যৱসায়ীয়ে কিয...
08/05/2026

মই যেতিয়া Digital Marketing শিকিছিলোঁ, সকলো English ত। তেতিয়াই ভাবিছিলোঁ – আমাৰ অসমৰ ল’ৰা-ছোৱালীয়ে, ব্যৱসায়ীয়ে কিয় বঞ্চিত হ’ব?
সেইবাবেই 'Digital Marketing Assamese School' খুলিলোঁ। ইয়াত আমি কোনো জটিল English নকওঁ।
আপুনি যেতিয়ালৈকে নিশিকে, আমি এৰি নিদিওঁ। যদি আপুনিও ঘৰৰ পৰা নিজৰ Identity বনাব খোজে, তেন্তে আমাৰ পৰিয়াললৈ আহক।

*Thought For The Day*Your Inner Power grows, when your Mind is Disciplined. What you Focus On with Clarity and Belief—Ma...
04/05/2026

*Thought For The Day
*Your Inner Power grows, when your Mind is Disciplined. What you Focus On with Clarity and Belief—Manifests.*
As
*Each Thought is a Seed. Nurture it with Action and Patience, and it Becomes your Reality Tree.*
So
*Manifest Your Seed of Thoughts and Turn it into a Tree of Reality.*

29/04/2026

Choose FreeLancing as Your Career

*Thought For The Day*- 28th April, 2026:-*SUCCESS Needs, Vision to See,*And*Passion, to Transcend Difficulties,*And *Pat...
29/04/2026

*Thought For The Day*- 28th April, 2026:-

*SUCCESS Needs, Vision to See,*
And
*Passion, to Transcend Difficulties,*
And
*Patience, to Withstand Lack of Results;*
And Finally
*The Character, to Overcome Failures.*

22/03/2026

কৃত্ৰিম বুদ্ধিমত্তা (AI) উপকাৰিতাৰ
১) দক্ষতা বৃদ্ধি: এআইয়ে পুনৰাবৃত্তিমূলক কামসমূহ স্বয়ংক্ৰিয় কৰিব পাৰে, যাৰ ফলত অধিক কৌশলগত আৰু সৃষ্টিশীল কামৰ বাবে মানুহৰ সময় ৰাহি হয়।
২) উন্নত সঠিকতা: এআইয়ে উচ্চ মাত্ৰাৰ সঠিকতাৰে কামসমূহ সম্পন্ন কৰিব পাৰে, যাৰ ফলত মানুহৰ ভুলৰ আশংকা কমি যায়।
৩) বৰ্ধিত সিদ্ধান্ত গ্ৰহণ: এআইয়ে বৃহৎ পৰিমাণৰ তথ্য বিশ্লেষণ কৰিব পাৰে, যাৰ ফলত মানুহে হেৰুৱাব পৰা অন্তৰ্দৃষ্টি লাভ কৰিব পাৰে।
৪) ব্যক্তিগতকৰণ: এআইয়ে পণ্য আৰু সেৱাসমূহ ব্যক্তিগতকৰণত সহায় কৰিব পাৰে, গ্ৰাহকৰ সন্তুষ্টি উন্নত কৰিব পাৰে।

21/03/2026

I got over 20 reactions on one of my posts last week! Thanks everyone for your support! 🎉

Address

Bhogpur, Lakhimpur
Assam
787033

Alerts

Be the first to know and let us send you an email when Digital Marketing Assamese School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share