Taye ko

Taye ko Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Taye ko, Social Media Agency, Dhakua Khana, Mahani Bari Village, .

সৰ্বপ্ৰথমে আপোনালোক সকলোকে মোৰ " TAYE KO " Page টো লৈ স্বাগতম জনাইছো 🙏। মোৰ এই ক্ষুদ্ৰ Page টোৰ জৰিয়তে সাম্প্ৰতিক সময়ত আমাৰ মিচিং সমাজত সঘনাই দেখা পোৱা জাতি বিৰোধী মন্তব্যৰ তীব্ৰ গৰিহণাৰ সুভাস দিবলৈ প্ৰয়াস
কৰিম । হেতুকে সমূহ ৰাইজৰ সমৰ্থন কামনা কৰিলো।

Shout out to my newest followers! Excited to have you onboard! Romesh Taye, Chitra Taye, Tapan Kr Kkti, Bipul Baglary, R...
01/10/2025

Shout out to my newest followers! Excited to have you onboard! Romesh Taye, Chitra Taye, Tapan Kr Kkti, Bipul Baglary, Rumi Mili, Arun Kumar Taye, Sunmoni Kubang Taid

28/09/2025

📌 ভাষা থাকিলেহে জাতিৰ অস্তিত্ব দীৰ্ঘস্থায়ী হব আৰু জাতিৰ অস্তিত্ব দীৰ্ঘস্থায়ী হলেহে, জাতিৰ স্বকীয় শৈলী বিশ্বৰ মানচিত্ৰত স্থান অধিকাৰ কৰিব।
🖊️ তাৰে ইংগিত বহন কৰিবলৈ গৈ Miro:2 যাৰ অৰ্থপূৰ্ণ ৰূপ মি +আ:ৰ =আমি আ:ৰ অৰ্থাৎ( প্ৰকৃত মানৱ জাতি) নামৰ এক ঐতিহাসিক্ মিছিং বোলছবিৰ উৎঘাতন ঘটে । বিগ বাজেটৰ উক্ত Miro:2 নামৰ চলচ্চিত্ৰ খনত বহুতো প্ৰশিক্ষণ প্ৰাপ্ত পৰিচালক ,তৎসত্বেও নাট্য সংলাপ ,কাহিনী উন্নত মান দণ্ডৰ কলা কৌশল প্ৰয়োগেৰে বিভিন্ন জাতিৰ অভিজ্ঞ তথা সুদক্ষ অভিনেতা অভিনেত্ৰীৰ অভিনয়ত আপুনিও ৰ' লাগি থমকি ৰৱ। প্ৰকাশ কৰিবলৈ ভাষাৰ নাটনি অনুভৱি এই বোলছবি খনিত প্ৰকৃতাৰ্থত জাতিৰ সাংবিধানিক অধিকাৰ সমূহ প্ৰতিকাৰ কৰাত মিচিং সমাজে কিয় বাৰম্বাৰ দাবীৰ সন্মুখীন হৈ আছে আৰু অসম চৰকাৰ খনে জাতিক কেৱল ৰাজনৈতিক আহিলা স্বৰূপে হস্তক্ষেপ কৰিব বিচাৰি আছে নেকি বা আমাৰ দাবী সমূহৰ বিষয়ে তেওঁলোকৰ কাণ- হাৰ কিয় নাই অন্যহাতে আমাক মাহিয়াৰি চকুৰে চাই প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰাৰ বিকল্প ব্যৱস্থা কিয় অসম চৰকাৰখনে হাতত লোৱা নাই তাৰ প্রত্যুত্বৰ হিছাপে মিচিং ৰাইজক নিজ বুকুত হাত দুখন ৰাখি একতাৰ বান্ধোনেৰে জাতিক সুৰক্ষা প্ৰদান কৰিবলৈ ছাত্ৰ -ছাত্ৰী সকলকে আদি কৰি জ্যেষ্ঠ বৃদ্ধ সকলোকে ৰাজপথত ওলাই আহি আন্দোলনত সহযোগ কৰিবলৈও আহ্বান জনায় ।

🖋️ তেনে নকৰিলে অনাগত দিনবোৰত মিচিং জাতি নৈৰ বিলীন সোঁতত বিলুপ্ত প্ৰায় অনিবাৰ্য
আজি অসমৰ দ্বিতীয় বৃহত জনজাতীয় জনগোষ্ঠী হৈয়ো মিচিং ৰাইজ কিয় নিজৰ অধিকাৰসমূহ বিচাৰি হাবাথুৰি খাব লগা হৈছে সেয়া হে চিন্তনীয় ..?
ইয়াত কেৱল চৰকাৰৰহে মায়া লীলা জড়িত হৈ আছে তেনে ধৰণৰ কোনো কথা নাই ইয়াত গোপন ভাৱে জাতিৰ নেতৃত্ব বহন কৰা নেতা -পালিনেতা সকলৰহো অৱদান ওলাই কৰিব নোৱাৰি। তেওঁলোকে নিৰ্বাচনৰ সময়ত নিজা মুনাফা আদায়ৰ বাবে জনসাধাৰণক শীতল মস্তিষ্কৰে শোষণ কৰে আৰু কয় যে জয়ী হলে অমুক দিম তমুখ দিম বিভিন্ন লোভ দেখুৱাই গঞা ৰাইজৰ পৰা ভোট আদায় কৰে। সেয়া হৈছে ৰাজনীতিৰ বজাৰ সেই বজাৰ খন কাহানিহো কোনো কাৰণতে পৰিসমাপ্তি ঘটাৰ কথা বিশ্বৰ ইতিহাসত লিপিবদ্ধ হোৱা নাই সেয়ে আজি ৰাইজে
নিজে নিৰ্বাচন কৰা প্ৰতিনিধিক নিজেই প্ৰতিবাদ কৰাৰ সুযোগ খন লাভ কৰাত অকণো পলমৰ বলি হোৱা নাই।

লিখিব লগা বহু বিষয় বাকী ৰৈ গল কিয়নো সকলো খিনি একেটা পোষ্ট তে সংযোগ ঘটাৱ নোৱাৰি সেয়ে যদিহে পিছত সময় খন পাওঁ তেন্তে পুনৰ আপোনালোকলৈ আগবঢ়াম এতিয়া সামৰিছো। অজানিতেই ত্ৰুটি মাৰ্জনা কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ ।।

Mising Re'gam I'rroi ✊
Mising Agom Turyarye ✊

22/09/2025

নোৱাৰিছো আৰু তোমাৰ অবিহনে উজাগৰে থাকিবলৈ এবাৰ উভতি আহাঁ না 😭🙏😭

21/09/2025

ভাষাহীন মাথো দুচকু বৈ আহে.... তুমি অনাদী, অনন্ত, অক্ষীম কাহানিহো মচিব নোৱাৰা সাঁচিপাত যুগে যুগে অমৰ হওঁক তাৰে কামনা.......🙏😭🙏

19/09/2025

Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

19/09/2025

একেবাৰেই স্বীকাৰ কৰিব নোৱাৰা এক আৱেগ ❤️😭

28/08/2025

আজিৰ দিনটোৰ এয়াৰটেল নেটৱৰ্কৰ উপৰত যিয়ে যিমান পাৰে এটি টোকা লিখা।।
পৰাপক্ষত নেটৱৰ্কৰ অনুপস্থিতিত নিজৰ অৱস্থাৰ বিষয়েও বিতং বিৱৰণ দাঙি ধৰিব নাপাহৰিব !!

Just Do One Share 🙌
27/08/2025

Just Do One Share 🙌

Car Accident t Agoraki Mising Actress r Korun Mrityu 😭😭😭

Address

Dhakua Khana, Mahani Bari Village

Website

Alerts

Be the first to know and let us send you an email when Taye ko posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Advertising & Marketing Company?

Share