Sultan Mahmud Mirdha

Sultan Mahmud Mirdha Graphic Designer by profession, Journalist by Passion.

অসমীয়া নৱবৰ্ষ আৰু অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ।
14/04/2026

অসমীয়া নৱবৰ্ষ আৰু অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ।

লোভ আৰু প্ৰেম— দুটা পৃথক শব্দ, পৃথক অৰ্থ
07/04/2026

লোভ আৰু প্ৰেম— দুটা পৃথক শব্দ, পৃথক অৰ্থ

চাহৰ আড্ডাত দেশ সলনিৰ সংলাপ—চুলতান মাহমুদ মিৰ্ধাচাহৰ আড্ডাত দেশ সলনিৰ সংলাপ,ৰাজনৈতিক মতাদৰ্শৰ চৰ্বিত-চৰ্বন,চৰিত্ৰহনন আৰু...
12/03/2026

চাহৰ আড্ডাত দেশ সলনিৰ সংলাপ
—চুলতান মাহমুদ মিৰ্ধা

চাহৰ আড্ডাত দেশ সলনিৰ সংলাপ,
ৰাজনৈতিক মতাদৰ্শৰ চৰ্বিত-চৰ্বন,
চৰিত্ৰহনন আৰু চৰিত্ৰ গঠন
ন্যস্তস্বাৰ্থত বেঁকা হয় মেৰুদণ্ড
ফেচবুকত আদৰ্শহীন স্তৱকৰ
চাটুকাৰিতাই ৰচে নতুন ইতিহাস
কাৰ্যতঃ একাপ চাহত বিক্ৰী যোৱা আমিবোৰ
উত্তৰ পুৰুষৰ বাবে অভিশাপস্বৰূপ
মূল্যবৃদ্ধি, অনৈতিকতা অথবা যুদ্ধৰ ভয়াৱহতা—
ভাবিবলৈ অৱকাশ ক’ত?

Wish you a Happy Republic Day
26/01/2026

Wish you a Happy Republic Day

অসমীয়াৰ বাপতি-সাহোন ভোগালীৰ হিয়াভৰা ওলগ জনালোঁ।
13/01/2026

অসমীয়াৰ বাপতি-সাহোন ভোগালীৰ হিয়াভৰা ওলগ জনালোঁ।

ধুবুৰীৰ আগমনিৰ সত্ৰশালস্থিত শ্ৰী শ্ৰী ৰামৰাইকুঠী সত্ৰত এদিন...
01/01/2026

ধুবুৰীৰ আগমনিৰ সত্ৰশালস্থিত শ্ৰী শ্ৰী ৰামৰাইকুঠী সত্ৰত এদিন...

28/11/2025

Calligraphy...! শেহতীয়াভাৱে মোক ক্যালিগ্ৰাফীৰ ভূতে লম্ভিছে। হকে-বিহকে ক্যালিগ্ৰাফী কৰিবলৈ আৰম্ভ কৰিছোঁ। চাওকচোন আপোনালোকে কেনেকৈ কৰোঁ এই কামফেৰা...।

দীৰ্ঘদিনীয়া প্ৰয়াস, দীৰ্ঘদিনীয়া হেঁপাহ! অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত সাহস গোটাইছোঁ— কাব্যগ্ৰন্থ এখন প্ৰকাশ কৰাৰ। আমাৰ নিচ...
25/11/2025

দীৰ্ঘদিনীয়া প্ৰয়াস, দীৰ্ঘদিনীয়া হেঁপাহ! অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত সাহস গোটাইছোঁ— কাব্যগ্ৰন্থ এখন প্ৰকাশ কৰাৰ। আমাৰ নিচিনা অল্পমতি মানুহৰ কিতাপ যে খুউব বেছি তত্বগধুৰ বা জ্ঞানোদীপ্ত হ’ব সেয়াও নহয়; কিন্তু সমাজৰ প্ৰতি, জাতিৰ প্ৰতি যে দায়বদ্ধতা থাকিব সেইটো খাটাং। ইমান দিনে এই দায়বদ্ধতাৰ কথাটো চিন্তা কৰিয়েই সাহস গোটাব পৰা নাছিলোঁ। কিন্তু একাংশ শুভাকাংখীৰ নেৰানেপেৰা তাগিদা, বিশেষকৈ ছোৱালীজনীৰ হেঁপাহটোক সন্মান জনাই মোৰ সিঁচৰতি হৈ থকা কবিতাসমূহ একগোট কৰি গ্ৰন্থাকাৰ ৰূপে আপোনালোকলৈ আগবঢ়াই দিয়াৰ যো-জা কৰিলোঁ। তলত বেটুপাতৰ দুটা সংস্কৰণ আগবঢ়ালোঁ— কোনটো বাৰু ব্যৱহাৰ কৰিলে ভাল লাগিব? মতামত জনালে নথৈ সুখী হ’ম।

আলহামদুলিল্লাহ! আমাৰ বাহাৰুলো ছোৱালীৰ বাপেক হ’ল।
21/11/2025

আলহামদুলিল্লাহ! আমাৰ বাহাৰুলো ছোৱালীৰ বাপেক হ’ল।

YouTube-ত মোৰ নাম বিচাৰিলে এনেকৈ আহে। এয়াও জীৱনৰ এক প্ৰাপ্তি। কাম কৰিলে ফলাফল পোৱাই যায়। মোৰ জীৱনৰ মূলমন্ত্ৰ— কাম কৰি যো...
18/11/2025

YouTube-ত মোৰ নাম বিচাৰিলে এনেকৈ আহে। এয়াও জীৱনৰ এক প্ৰাপ্তি। কাম কৰিলে ফলাফল পোৱাই যায়। মোৰ জীৱনৰ মূলমন্ত্ৰ— কাম কৰি যোৱা, ফলাফলৰ চিন্তা নকৰিবা; ফলাফলে নিজেই নিজেৰ স্থানত অৱস্থান ল’ব।

Address

Soft N Tech, 1st Floor, DG Market Complex, Hatigaon
Guwahati
781038

Alerts

Be the first to know and let us send you an email when Sultan Mahmud Mirdha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sultan Mahmud Mirdha:

Share