10/03/2024
নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ নিৰ্বাচন আয়ুক্তৰ পদত্যাগে বহু প্ৰশ্নৰ উদয় কৰি গল ? ইভিএম'ৰ বিৰূদ্ধে সততে অভিগোগ আহে, খেলি মেলিৰ যদিও সম্পূৰ্ণৰূপে টেম্পাৰিয়ং বিষয়ে ইয়াৰ সত্যতা নিশ্চিত হোৱা নাই । যিকি নহওক হয়তো পদত্যাগৰ সময়তো লৈ প্ৰশ্ন উঠিছে । সুকলমে নিৰ্বাচন অনুষ্ঠিত হওক, তাৰে আশা ৰাখিলো ।