Republic Axom

Republic Axom সত্য‌ই কষ্ট দিয়ে কিন্তু সত্য‌ই শান্তি আনে।

28/11/2025

📌 আজি ৰেজাউল কৰিম চৌধুৰীয়ে হঠাৎ ডবকা হস্পিটেলত আহি বহু কেইটা অভিযোগ উত্থাপিত কৰে স্থানীয় বিধায়কৰ ওপৰত।
,
,

📌 ব্যক্তিগত স্বাধীনতা সৰ্বোচ্চ — NSA প্ৰয়োগক লৈ আইনজীৱী শান্তনু বৰঠাকুৰৰ  অভিমত।কালি ভিক্তৰ দাস নামৰ ব্যক্তিজনৰ এন এচ এ ...
23/11/2025

📌 ব্যক্তিগত স্বাধীনতা সৰ্বোচ্চ — NSA প্ৰয়োগক লৈ আইনজীৱী শান্তনু বৰঠাকুৰৰ অভিমত।

কালি ভিক্তৰ দাস নামৰ ব্যক্তিজনৰ এন এচ এ আৰোপ কৰা এটা গোচৰৰ শুনানীৰ ভি ডি ও ভাইৰেল হোৱা পৰিলক্ষিত হৈছে ৷ সেই গোচৰৰ গুচৰীয়াৰ অধিবক্তা আছিলো মই ৷ সেয়েহে বিষয়টোৰ সন্দৰ্ভত মোৰ স্থিতি স্পষ্ট কৰিলো ৷
শুনানীৰ সময়ত মাননীয় ন্যায়াধীশ গৰাকীয়ে আগবঢ়োৱা বক্তব্য ন্যায়িক পৰম্পৰাৰ পৰিপন্থী ৷ গোচৰীয়াৰ ৰাজহুৱা আচৰণ সম্পৰ্কে তেখেতৰ অভিমত থাকিলেও গোচৰৰ শুনানীৰ সময়ত তেনে অভিমত ব্যক্ত কৰাটো অনুচিত ৷ দ্বিতীয়তে অভিযুক্তৰ চৰিত্ৰলৈ আঙুলিয়াই অধিবক্তাক তেওঁৰ হৈ প্ৰতিনিধিত্ব কৰাৰ বাবে সমালোচনা কৰাটো ভুল ৷
এজন ব্যক্তি, মানুহৰ দৃষ্টিত তেওঁ লাগিলে যিমানেই বেয়া নহওক আদালতলৈ যোৱাৰ অধিকাৰ তেওঁৰ মৌলিক অধিকাৰ ৷ এজন অধিবক্তাই তেওঁক প্ৰতিনিধিত্ব কৰাটো তেওঁৰ অধিকাৰ আৰু অধিবক্তা এজনৰো দায়িত্ব ৷ সেয়েহে অভিযুক্তক প্ৰতিনিধিত্ব কৰিবলৈ কোনো নাথাকিলে আদালতে অধিবক্তা নিয়োগ কৰে ৷ আজমল কাচাভকো প্ৰতিনিধিত্ব কৰিবলৈ অধিবক্তা নিয়োজিত কৰিছিল ৷ ভিক্তৰ দাস কাচাভতকৈও ভয়ংকৰ অপৰাধী নে ?
ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ সংবিধানে দিয়া মৌলিক অধিকাৰবোৰৰ ভিতৰত সৰ্ব্বোচ্চ ৷ সেয়েহে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত এজন ব্যক্তিক আটক কৰিলে আটকৰ বিধান বোৰ হীনডেড়ী নোহোৱাকৈ মানি লোৱাটো জৰুৰী ৷ বিষয়টো ভিক্তৰ দাসৰ নহয় ৷ বিষয়টো আইন উলংঘাৰ ৷ আজি যদি ভিক্টৰ দাসৰ ক্ষেত্ৰত আইন উলংঘাক মানি লোৱা হয়, কালিলৈ আনৰ ক্ষেত্ৰতো একে হ’ব ৷ সেয়েহে ভিক্তৰ দাসেই নহয়, সকলো ব্যক্তিৰ হৈ থিয় দিয়াটো প্ৰতিজন অধিবক্তাৰ দায়িত্ব ৷ সেই দায়িত্ব সদায় পালন কৰি যাম ৷
,
,



13/11/2025

📌 জুবিন গাৰ্গক লৈ আন এক নতুন গীত।
,
,



02/11/2025

📌 গীতৰ মাজেৰে BJPক সমালোচনা ইমৰান প্ৰতাপগড়ীৰ নতুন প্ৰহাৰ!
,
,



📌 অখিল গগৈৰ facebook post.,,
22/10/2025

📌 অখিল গগৈৰ facebook post.
,
,



21/10/2025

📌 জুবিন গাৰ্গক লৈ নতুন এক হিন্দী গান।
,
,



Address

Guwahati
782440

Website

Alerts

Be the first to know and let us send you an email when Republic Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share