News Joluk নিউজ জলোক

News Joluk নিউজ জলোক নিউজ জলোক – অসমৰ স্বৰত সত্যৰ প্ৰবাহ

15/11/2025

05/11/2025

আজিৰ পৰা কোনো ধৰণৰ চান্দা নোতোলে বীৰ লাচিত সেনাই l

25/10/2025

09/10/2025

তেনহ'লে জুবিন দাৰ ন্যায় বিচাৰি প্ৰতিবাদ হোৱাটো অনুচিত নেকি!

28/09/2025

28/09/2025

27/09/2025

26/09/2025

অসম পুলিচৰ আচলতে হৈছে কি? অজয় ফুকন আৰু ভিক্টৰ দাসক কামৰূপ মহানগৰৰ speciyal judicial magistrate আদালতে জামিনত মুক্তি দিয়াৰ পাছতে পুনৰ আটক। ভিক্টৰ দাসক জামিনৰ পাছত আদালতৰ ভিতৰতে মাতৃৰ সন্মুখত পুনৰ আটক কৰিবলৈ লোৱা দৃশ্য।

22/09/2025

"২৩ ছেপ্টেম্বৰত ব্যৱসায়-দোকান বন্ধ আৰু ছ’চিয়েল মিডিয়াত জুবিন গৰ্গক অপমান — মুখ্যমন্ত্ৰীৰ সতর্কবাণী, কঠোৰ ব্যবস্থা গ্ৰহণ হ’ব"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিকে ঘোষণা কৰে যে ২৩ ছেপ্টেম্বৰৰ দিনা ব্যৱসায় আৰু দোকানসমূহৰ ওপৰত বিশেষ লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে ছ’চিয়েল মিডিয়াত জনপ্ৰিয় গায়ক জুবিন গৰ্গক লৈ যিসকল অবমাননাকাৰী মন্তব্য কৰিছে, সেইসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে।

Address

Hatigaon
Gauhati
781038

Website

Alerts

Be the first to know and let us send you an email when News Joluk নিউজ জলোক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category