Team 8

Team 8 মানৱ সেৱাই প্ৰকৃত সেৱা।

আজমলক একপ্ৰকাৰ শেষ কৰি গৈছিল এজেপিত৷ এতিয়া বিন্নাকান্দিত টিকট নাপাই এজেপি এৰিব৷ বিন্নাকান্দিত ৰেজাউল কৰিমে এজেপিৰ টিকট ল...
01/02/2026

আজমলক একপ্ৰকাৰ শেষ কৰি গৈছিল এজেপিত৷ এতিয়া বিন্নাকান্দিত টিকট নাপাই এজেপি এৰিব৷ বিন্নাকান্দিত ৰেজাউল কৰিমে এজেপিৰ টিকট লাভ কৰিব বুলি চৰ্চা হোৱাৰ পাছতে জীয়াউৰ ৰহমানৰ এই সিদ্ধান্ত৷ জীয়াউৰ ৰহমানে কি যুক্তিত বিন্নাকান্দিত নিৰ্বাচন খেলি জিকিম বুলি সপোন দেখিছে৷ বিন্নাকান্দিত তেওঁ ৫০০ ভোটো লাভ নকৰে৷ আজমল আৰু ৰেজাউলৰ হাতৰ কেঞা আঙুলিৰো যোগ্য নহয় তেওঁ৷ তথাপি সপোন এমেলে হোৱাৰ৷

31/12/2025
29/11/2025

আজমলৰ মহানতাৰ বাবে অসমৰ পাঁচগৰাকী কেন্সাৰ ৰোগীক সুস্থ কৰিব পাৰিছিল সাংবাদিক অনুপম চক্ৰবৰ্তীয়ে৷ এখন ৰাজহুৱা সভাত আজমলৰ মহানতাৰ বিষয়ে কি কলে সাংবাদিকজনে ?

24/11/2025

দিল্লীৰ বোমা বিস্ফোৰনত আজমলৰ হস্পিটেলৰ হাত সন্দৰ্ভত মুখ খুলিলে আজমলে৷ অসমত থাকি কোনো মুছলমানে ভাল কাম কৰিব নোৱাৰে৷ দম থাকিলে আজিয়েই তদন্ত দিয়ক

21/11/2025

শিংগিৰপাৰৰ নিলম্বিত চৰকাৰী গাঁওবুঢ়াই কিদৰে দৰিদ্ৰ মানুহক লুন্ঠন কৰে চাঁওক৷ অসম আৰক্ষীয়ে শীঘ্ৰে ব্যৱস্থা লওঁক DGPAssamPolice

শিংগিৰপাৰৰ গাঁওবুঢ়া শ্বাহিদ উদ্দিনে ডবকা CO বাইদেউৰ নামত টকা লৈ চাকৰি শেষ
20/11/2025

শিংগিৰপাৰৰ গাঁওবুঢ়া শ্বাহিদ উদ্দিনে ডবকা CO বাইদেউৰ নামত টকা লৈ চাকৰি শেষ

12/11/2025

গুৱাহাটীত আহিয়েই আজমলে কলে 'টাইগাৰ জিন্দা হে, টাইগাৰ ফিৰ চে আয়েগা'

ৰাষ্ট্ৰীয় শিক্ষা দিৱসত  বিনা বেতনে দীৰ্ঘদিন শিক্ষকতা কৰা তিনি শিক্ষকক আজমল ফাউণ্ডেচনৰ সম্বৰ্ধনা৷ ২৫ হাজাৰ টকাকৈ আৰ্থিক স...
12/11/2025

ৰাষ্ট্ৰীয় শিক্ষা দিৱসত বিনা বেতনে দীৰ্ঘদিন শিক্ষকতা কৰা তিনি শিক্ষকক আজমল ফাউণ্ডেচনৰ সম্বৰ্ধনা৷ ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান

হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাক CBI ৰ আৰক্ষী অধীক্ষক ৰূপে বদলি
22/10/2025

হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাক CBI ৰ আৰক্ষী অধীক্ষক ৰূপে বদলি

কৃষি উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ কৰা আজমল আই এ এচ একাডেমীৰ ঋষিকেশ সনোৱালক আজমল ফাউণ্ডেচনৰ সম্বৰ্ধনা৷ ঋষিকেশ সনোৱালে...
15/10/2025

কৃষি উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ কৰা আজমল আই এ এচ একাডেমীৰ ঋষিকেশ সনোৱালক আজমল ফাউণ্ডেচনৰ সম্বৰ্ধনা৷ ঋষিকেশ সনোৱালে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত চমকপ্ৰদ ফলাফল লাভ কৰি সফলতা অৰ্জন কৰিছিল

হিন্দু-মুছলিম কোনো লোককে জুবিনদাই পৰ বুলি ভবাঁ নাছিল৷ সকলো আপোন কৰি বৰ অসম গঢ়াৰ চেষ্ঠা কৰিছিল৷ হোজাইৰ হাম হস্পিটালৰ ন্যা...
15/10/2025

হিন্দু-মুছলিম কোনো লোককে জুবিনদাই পৰ বুলি ভবাঁ নাছিল৷ সকলো আপোন কৰি বৰ অসম গঢ়াৰ চেষ্ঠা কৰিছিল৷ হোজাইৰ হাম হস্পিটালৰ ন্যাসৰক্ষী শ্বাহিদ হুছেইন ডাঙৰীয়াৰ এক দূৰ্ঘটনাত ভৰি ভাঁগি যোৱাৰ সময়তে চিকিৎসালয়ত আহি তেখেতৰ খৱৰ লৈছিল জুবিন দাই৷
সঁচাকৈয়ে, জুবিন দা কেৱল গীতৰ সুৰত নহয়, মানুহৰ হৃদয়ত থাকিব। তেখেত আছিল সংগীতৰ ৰূপত এক মানৱতা, আৰু মানৱতাৰ ৰূপত এক সংগীত। 🎶💖

#জুবিনদা_চিৰঅমৰ #মানৱতাৰপ্ৰতীক #স্মৃতিত_জুবিনদা #নষ্টালজিকস্মৃতি
Top fans

মৌলানা বদৰুদ্দিন আজমলৰ পিতৃৰ সৈতে জুবিন গাৰ্গৰ এখন বিশেষ ভাইৰেল ফটো
13/10/2025

মৌলানা বদৰুদ্দিন আজমলৰ পিতৃৰ সৈতে জুবিন গাৰ্গৰ এখন বিশেষ ভাইৰেল ফটো

Address

Main Road Hojai
Hojai
782435

Website

Alerts

Be the first to know and let us send you an email when Team 8 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share