ANU GOMUG

Website

ANU GOMUG Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ANU GOMUG, Social Media Agency, Jonai.

This is the official page of ANU GOMUG//The New Voice// নতুন কণ্ঠ//Mising Assamese Bi-Lingual Online Daily// Portal// E-magazine//ইউনিকোডত প্ৰকাশিত মিচিং-অসমীয়া দ্বি-ভাষিক অনলাইন দৈনিক-প্ৰতিদিন আপডেট ই-আলোচনী।

চিয়াঙত ১১ হাজাৰ মেগাৱট, দিবাং নদীত ২৮৮০ মেগাৱট জলবিদ‍্যুৎ উৎপাদন ক্ষম বৃহৎ নদীবান্ধ! নামি আহিব মহাপ্ৰলয়!
27/08/2026

চিয়াঙত ১১ হাজাৰ মেগাৱট, দিবাং নদীত ২৮৮০ মেগাৱট জলবিদ‍্যুৎ উৎপাদন ক্ষম বৃহৎ নদীবান্ধ! নামি আহিব মহাপ্ৰলয়!

বৰ্ষাৰণ্য পবা অভয়াৰণ্য—-
27/08/2026

বৰ্ষাৰণ্য পবা অভয়াৰণ্য—-

অসমটো এদিন হ’ব নেপালৰ দৰে জলপ্ৰলয়। পাহাৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা নামি অহা দিখৌ নদীৰ জলপ্ৰলয়ে অসমৰ চৰাইদেউ, শিৱসাগৰ আৰু য...
27/08/2026

অসমটো এদিন হ’ব নেপালৰ দৰে জলপ্ৰলয়। পাহাৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা নামি অহা দিখৌ নদীৰ জলপ্ৰলয়ে অসমৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলা তিনিখনত সৃষ্টি কৰিলে অভাৱনীয় বান-বিভীষিকা। বৰ্তমানলৈ ১০৫ জনে প্ৰাণ হেৰুৱালে।
ইপিনে আজি তিব্বতৰ পৰা নামি অহা কোশী নদীয়ে নেপালত সৃষ্টি কৰিলে মহাজলপ্ৰলয়। কেইবাশ লোক মৃত্যুৰ আশংকা। অবৰ্ণনীয়।চুবুৰীয়া অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰা বৃহৎ নদীবান্ধ প্ৰকল্পসমূহেও উত্তৰ তথা উজনি অসমত এদিন নেপালৰ দৰে মহাজলপ্ৰলয় সৃষ্টি কৰিব। নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্প, মহাবাহু ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং বা দিহাং নদী আৰু দিবাং নদীৰ বৃহৎ নদীবান্ধে অসম-অৰুণাচল প্ৰদেশৰ বাবে অভিশাপ হৈ উঠিব।ভূমিকম্প প্ৰৱণ এলেকাত নিৰ্মাণ কৰা বৃহৎ নদীবান্ধে ধ্বংসস্তূপত পৰিণত কৰিব।
আজি আমি নেপালৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। এদিন আমাৰ বাবে প্ৰাৰ্থনা কৰিব।
সময় থাকোতে ৰাইজে চিন্তা কৰক। নহ’লে এদিন প্ৰকৃতিয়ে নিজেই সকলো মিলাই ল’ব।

05/07/2026
05/07/2026
30/11/2024

Anu Gomug// The New Voice// Mising-Assamese Bi-Lingual Online Daily /Portal/e -magazine. নতুন কণ্ঠ// ইউনিকোডত প্ৰকাশিত প্ৰথম মিচিং-অসমীয়া দ্বি-ভাষিক অনলাইন দৈনিক - প্ৰতি....

Anu Gomug' (The New Voice, Mising-Assamese Bi-Lingual Online Daily /Portal/e -magazine)  অৰ্থাৎ 'নতুন কণ্ঠ'।‌ ইউনিকোডত প...
29/11/2024

Anu Gomug' (The New Voice, Mising-Assamese Bi-Lingual Online Daily /Portal/e -magazine) অৰ্থাৎ 'নতুন কণ্ঠ'।‌ ইউনিকোডত প্ৰকাশিত মিচিং-অসমীয়া দ্বি-ভাষিক অনলাইন দৈনিক-প্ৰতিদিন আপডেট ই-আলোচনী এখন আজি জোনাইত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
‌সুহৃদ পাঠক ৰাইজে ই-আলোচনীখন পঢ়িবলৈ লিংকটোত ক্লিক কৰক নাইবা Google ত গৈ http://anugomug.blogspot.com চাৰ্জ কৰক আৰু উপভোগ কৰক আপোনাৰ প্ৰিয় দ্বি-ভাষিক ই-আলোচনীৰ ভিন্ন স্বাদৰ সাহিত্য ৰস। ধন্যবাদ।
http://anugomug.blogspot.com

বিষয় : লেখা বিচাৰি আবেদন।মহোদয়/মহোদয়া,সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। ANU GOMUG ই-আলোচনী তৰপৰ পৰা আন্তৰিক শুভেচ্ছা গ্ৰহণ কৰি...
28/11/2024

বিষয় : লেখা বিচাৰি আবেদন।

মহোদয়/মহোদয়া,
সাদৰ সম্ভাষণ গ্ৰহণ কৰিব।
ANU GOMUG ই-আলোচনী তৰপৰ পৰা আন্তৰিক শুভেচ্ছা গ্ৰহণ কৰিব। Anu Gomug// The New Voice// Mising-Assamese Bi-Lingual Online Daily /Portal/e -magazine. নতুন কণ্ঠ// ইউনিকোডত প্ৰকাশিত মিচিং-অসমীয়া দ্বি-ভাষিক অনলাইন দৈনিক - প্ৰতিদিন আপডেট ই-আলোচনীখন অহা ২৯ নৱেম্বৰ, ২০২৪ ত জোনাই প্ৰেছ ক্লাবত বিয়লি ৪ বজাত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব।
গতিকে ANU GOMUG ই-আলোচনীত প্ৰকাশৰ বাবে সদাশয় লেখক-লেখিকাৰ‌পৰা লেখা বিচাৰি বিনম্ৰ অনুৰোধ জনোৱা হ'ল। লেখাবোৰ [email protected] বা ৯৯৫৪৬৩৮৯৬৭ WhatsApp নম্বৰত প্ৰেৰণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল।

তোষেশ্বৰ মিৰি আগৰৱালা, মুখ্য সম্পাদক
ৰয়েল পেগু, সম্পাদক
চেনিৰাম পাংগিং, সহকাৰী সম্পাদক
ভাস্কৰজ্যোতি টায়েং, সহকাৰী সম্পাদক
Anu Gomug, ই-আলোচনী।
তাৰিখ : ২৭/১১/২০২৪

সুন্দৰ চিত্ৰাংকন ---
27/11/2024

সুন্দৰ চিত্ৰাংকন ---

Address

Jonai
787060

Alerts

Be the first to know and let us send you an email when ANU GOMUG posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share