CSC Mayong Circle

CSC Mayong Circle আমাৰ ইয়াত e-stamp পোৱা যায় লগতে মাটি সম্বন্ধীয় সকলো ধৰনৰ online আবেদন তথা অন্য়ান্য় কাম-কাজ কৰা হয় |

আমাৰ সেৱাসমূহ :

১) মাটি বিক্ৰীৰ Permission ৰ online আবেদন

2) উত্তৰাধিকাৰৰ অধিকাৰৰ দ্বাৰা নামজাৰি

৩) আয়ৰ প্রমান পত্রৰ(income certificate) বাবে আবেদন

৪) দলিল পঞ্জীয়নৰ পিছত মিউটেচন(গ্ৰাম্য/নগৰীয়া)

৫) নাম শুধৰণি

৬) বিবাদহীন বাটোৱাৰা

৭) বাৰ্ষিক পাট্টাৰ পৰা ম্যাদী পাট্টালৈ ভূমি ৰূপান্তৰ

৮) জাতিৰ প্ৰমান পত্ৰৰ বাবে আবেদন

৯) এবিঘাতকৈ কম ভূমিক কৃষি ভূমিৰ পৰা অকৃষিভূমিলৈ পুনৰ পৰিৱৰ্ত্তন

Address

Jagi Bhakatgaon, Near Mayong Block, Opposite Bishnupur Durga Puja Mandap
Morigaon
782411

Website

Alerts

Be the first to know and let us send you an email when CSC Mayong Circle posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share