13/09/2026
"SAMAGURI ত নতুন Political Move!" 🔥
চেঙাৰ Ex-MLA Ashraful Hussain-ৰ উপস্থিতিত SAMAGURI ত নিৰ্বাচনী কমিটি গঠন।
📍 Election Strategy নে নতুন Political Equation?
Samaguri ৰ মাটিত এতিয়া Political Activity তীব্ৰ! ⚡
👀 আপোনাৰ মতে—এই নতুন কমিটিৰ প্ৰভাৱ কিমান পৰিব?
💬 Comment কৰি আপোনাৰ Opinion জনাওক।
🔄 Share কৰক — Samaguri ৰ মানুহৰ মাজলৈ Political Update লৈ যাওক।