13/09/2026
📌 কলিয়াবৰৰ মিছা আঞ্চলিক মিলন সংঘৰ সৌজন্যত একাদশ বাৰ্ষিক চলন্ত কাপ ফুটবল প্ৰতিযোগিতা।
প্ৰথম ৰাউণ্ডৰ অন্তিম খন খেলত শোণিতপুৰ জিলাৰ ঘোৰামাৰি একাদশ দলৰ বৃহৎ জয়।
অহা ২৭ চেপ্তেম্বৰ তাৰিখ ৰবিবাৰে বিয়লি ৩ বজাত চূড়ান্ত খেল অনুষ্ঠিত কৰা হব বুলি মন্তব্য প্ৰকাশ আয়োজক সমিতিৰ।