নগঞা জনমত - Nogoya Janomot

নগঞা  জনমত - Nogoya Janomot নগঞাৰ মনৰ কথা

14/08/2026

দেশ বিভাজনৰ বিভীষিকাত দুখ-দুৰ্দশাৰ সন্মুখীন হোৱা লাখ লাখ নিৰীহ জনতাক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

13/08/2026

31/07/2026

"মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান" আঁচনি লাভ কৰি স্বাৱলম্বিতা হোৱা বটদ্ৰৱা সৰুহিছা, বৰহিছা আৰু বৰভেটি গাঁৱৰ অন্তৰ্গত মনিকাঞ্চন গ্রাম্য সংগঠন, শংকৰ মাধৱ গ্রাম্য সংগঠন, পাৰ্বতী গ্ৰাম্য সংগঠন আৰু সতী ৰাধিকা মহিলা সংঘৰ সদস্যাসকলে সৰ্বমুঠ ₹৮১০০০ টকাৰ আৰ্থিক সাহাৰ্য্য নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক শ্ৰী ৰূপক শর্মা দেৱৰ জৰিয়তে উজনি অসমৰ বানপীড়িত সকললৈ আগবঢ়ায়।

01/07/2026

নগাঁও চহৰৰ মাজমজিয়াত আনন্দৰাম বৰুৱা সেঁতুৰ মাজত থকা ভাৰ্টিকেল গাৰ্ডেনৰ পৰা দুস্কৃতিকাৰীয়ে গছৰ পুলি চুৰি কাৰ্য সংঘটিত কৰিবলৈ লোৱা দুৰ্বৃত্তক হাতে লোটে ধৰে স্থানীয় সচেতন ৰাইজে

13/06/2026

09/06/2026

ছিকিমৰ ভয়াবহ ৰাস্তাৰ অৱস্থা

06/06/2026

ৰ বিৰোদ্ধে লৈ আহিল এজন মুছলিম লোক

06/06/2026

Asia's Highest Suspension Bridge.
📍Chicham bridge, Himachal Pradesh

05/06/2026

02/06/2026

অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াৰ মন্ত্ৰীসভাত ৰূপক শৰ্মা ডাঙৰীয়াক কেবিনেট মন্ত্ৰী হিচাপে আপোনালোকে বিচাৰে নে?

কমেন্টত জনাওঁক আপোনালোকৰ মতামত।
যদি বিচাৰে Share কৰিব

Address

Nagaon
782001

Website

Alerts

Be the first to know and let us send you an email when নগঞা জনমত - Nogoya Janomot posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share