Sonapur Premier League

Sonapur Premier League entertainment, Special Madia, Cricket match,

27/11/2025

মান্যবৰ,
ক্ৰীড়া সুলভ অভিনন্দন গ্ৰহণ কৰিব। সোণাপুৰ প্ৰীমিয়াৰ লীগ (১ম সংস্কৰণ) ত পোন প্ৰথমবাৰৰ বাবে হবলগা প্ৰকৃত ধনৰ খেলুৱৈ নিলাম অনুষ্ঠানলৈ সাদৰ আমন্ত্ৰণ। আমাৰ অঞ্চলৰ ক্ৰীড়া জগতত এক নতুন উত্তেজনা কঢ়িয়াই অনা সোণাপুৰ প্ৰীমিয়াৰ লীগৰ আমি শুভাৰম্ভণি কৰিবলৈ সাজু হৈছোঁ।
তদুপলক্ষে, SPL (S-I) ৰ প্ৰকৃত ধনৰ খেলুৱৈ নিলাম অনুষ্ঠানটি আমি অহা ইংৰাজী ডিচেম্বৰ মাহৰ ৮ তাৰিখ সোমবাৰে সন্ধিয়া ৭ বজাৰ পৰা সোণাপুৰ গাঁও পঞ্চায়ত গণ ভৱনত আয়োজন কৰিছো। এই অনুষ্ঠানত দলসমূহে নিজৰ নিজৰ শ্ৰেষ্ঠ খেলুৱৈ সকলক বাছনি কৰি এক শক্তিশালী ভেটি গঢ়িব। গতিকে আপোনাক/আপোনাসৱক এই ঐতিহাসিক ক্ৰীড়া যাত্ৰাৰ সাক্ষী হবলৈ আমি সোণাপুৰ প্ৰীমিয়াৰ লীগ আয়োজক সমিতিয়ে আন্তৰিকতাৰে আমন্ত্ৰণ জনালোঁ।

Sonapur Premier league প্ৰথম সংস্কৰণত যোগদিয়া প্ৰথমটো দলক অভিনন্দন।।
18/10/2025

Sonapur Premier league প্ৰথম সংস্কৰণত যোগদিয়া প্ৰথমটো দলক অভিনন্দন।।

অশোক চক্ৰৰ ২৪ ডাল দণ্ড কি?
09/08/2022

অশোক চক্ৰৰ ২৪ ডাল দণ্ড কি?

Address

Islampur To Salmora Road
North Lakhimpur
787054

Website

Alerts

Be the first to know and let us send you an email when Sonapur Premier League posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sonapur Premier League:

Share