Radio Rodali

Radio Rodali A DIGITAL MEDIA PLATFORM & DIGITAL MARKETING AGENCY

অসমীয়া আধুনিক আৰু সমসাময়িক সংগীত জগতলৈ এক নতুন মাত্ৰা যোগ কৰি শেহতীয়াকৈ মুক্তি লাভ কৰে এক ব্যতিক্ৰমী গীত ‘মেঘ দেশ’। বিশ...
09/01/2026

অসমীয়া আধুনিক আৰু সমসাময়িক সংগীত জগতলৈ এক নতুন মাত্ৰা যোগ কৰি শেহতীয়াকৈ মুক্তি লাভ কৰে এক ব্যতিক্ৰমী গীত ‘মেঘ দেশ’। বিশিষ্ট শিল্পী সমুদ্ৰ কাজল শইকীয়া কথা আৰু সুৰেৰে সজোৱা এই গীতটোত কণ্ঠদান কৰিছে জনপ্ৰিয় তথা অনন্য কণ্ঠৰ অধিকাৰী শিল্পী #অনিন্দিতা পাল -এ।
উল্লেখ্য যে নাট্যপৰিৱেশন বা বিভিন্ন পাৰিৱেশিক প্ৰয়োজনত সৃষ্টি হোৱা বহুতো গীত সচৰাচৰ জনচক্ষুৰ অলক্ষিতে থাকি যায়। সমুদ্ৰ কাজল শইকীয়াৰ উদ্যোগত পূৰ্বে এনেধৰণৰ গীতসমূহ #কাণখোৱা নামেৰে শ্ৰোতাই আদৰি লৈছিল। সেই ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰ #পৃথিৱীৰগান শীৰ্ষক এটা নতুন এলবামৰ পৰিকল্পনা কৰা হৈছে, প্ৰথমটো গান হৈছে এই #মেঘদেশ। ব্যক্তি, সমাজ, প্ৰেম আৰু প্ৰকৃতিৰ এক অনন্য মিশ্ৰণ এই গীতটোত ফুটি উঠিছে।
আশা কৰোঁ গীতটোৱে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰাৰ লগতে শ্ৰোতাৰ মন জয় কৰিব।



গীতটিৰ লিংক :

Song Title: Megh Deshগীতৰ শিৰোনাম: মেঘ দেশAlbum: Prithivir Gaanএলবাম: পৃথিৱীৰ গানLyrics and Composition: Samudra Kajal Saikiaগীত আৰু সুৰ: সমুদ্ৰ কাজল শইকীয়া...

 আমি জুবিন যুগৰ মানুহন্যায় বিচৰাটো আমাৰ জন্মস্বত্ব অধিকাৰ।।
15/10/2025


আমি জুবিন যুগৰ মানুহ
ন্যায় বিচৰাটো আমাৰ জন্মস্বত্ব অধিকাৰ।।

মোৰ গীতৰ হেজাৰ শ্ৰোতাতোমাক নমস্কাৰগীতৰ সভাত তুমিয়েইতোপ্ৰধান অলংকাৰ।।ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ জন্ম বাৰ্ষি...
08/09/2023

মোৰ গীতৰ হেজাৰ শ্ৰোতা
তোমাক নমস্কাৰ
গীতৰ সভাত তুমিয়েইতো
প্ৰধান অলংকাৰ।।
ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।।। 🙏🙏

ঈদৰ এই পবিত্ৰ ক্ষণত সকলোৱে প্রেম, মহানুভূতি আৰু ভাতৃত্বৰএনাজৰীৰে যেন বান্ধ খাওক সেই আশাৰে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপনকৰিল...
22/04/2023

ঈদৰ এই পবিত্ৰ ক্ষণত সকলোৱে প্রেম, মহানুভূতি আৰু ভাতৃত্বৰএনাজৰীৰে যেন বান্ধ খাওক সেই আশাৰে পবিত্ৰ
ঈদৰ শুভেচ্ছা জ্ঞাপনকৰিলোঁ।

ৰেডিঅ' ৰ'দালিৰ তৰফৰ পৰা সমূহ বন্ধু বৰ্গলৈ অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। আশা কৰিছোঁ ব'হাগৰ ন বৰষুণে...
14/04/2022

ৰেডিঅ' ৰ'দালিৰ তৰফৰ পৰা সমূহ বন্ধু বৰ্গলৈ অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। আশা কৰিছোঁ ব'হাগৰ ন বৰষুণে, ৰঙালীৰ ৰঙেৰে এইবৰ্ষত আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব অলেখ সু়খ আৰু সমৃদ্ধিৰ বতৰা। 💐💐😍😍

07/04/2022

নাহৰো ফুলিছে পলাশ ও ফুলিছে
ফুলিছে মাধৱী তগৰ
পিৰিতিৰ বান্ধেৰে কিদৰে বান্ধিলা
ই যে চেনেহৰ বতৰ
এটি ভাল লগা বিহুসুৰীয়া আধুনিক গীত ❤️
শুভমুক্তি ২০২২

👉 https://youtu.be/uXmgdwHLx1s
On YouTube

কথা / সুৰ / কণ্ঠ : বিজয় বিশ্বাস
সংগীত : কুনাল চক্ৰৱৰ্তী
ষ্টুডিঅ : ৰিজনেঞ্চ, কলকাতা

  News 📢📢📢📢সোণাৰিত প্ৰথমবাৰৰ বাবে কনকলতা মেমৰিয়েল হস্পিতালত অহা ইংৰাজী ২১ এপ্ৰিলৰ পৰা ৪ টাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ বিশেষজ...
05/04/2022

News 📢📢📢📢
সোণাৰিত প্ৰথমবাৰৰ বাবে কনকলতা মেমৰিয়েল হস্পিতালত অহা ইংৰাজী ২১ এপ্ৰিলৰ পৰা ৪ টাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ বিশেষজ্ঞই সেৱা আগবঢ়াব। বিশেষকৈ হৃদৰোগ, স্নায়ুৰোগ,বৃক্ক ৰোগ আৰু মূত্ৰতন্ত্ৰ ৰোগ জনীত সমস্যা বোৰ এতিয়াৰ পৰা আপোনাৰ নিজা চহৰখনতে চিকিৎসা কৰিব পাৰিব। গতিকে আগতীয়া নামভৰ্তি বাবে আজিয়ে যোগাযোগ কৰক । ফোন: 8812829681

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ কণ্ঠ আৰু আলাপ দুদুলৰ সংগীত সমৃদ্ধ নতুন অসমীয়া আধুনিক গীত "অ' জীয়া"।শুনক আৰু শুনাওক আপ...
15/03/2022

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ কণ্ঠ আৰু আলাপ দুদুলৰ সংগীত সমৃদ্ধ নতুন অসমীয়া আধুনিক গীত "অ' জীয়া"।শুনক আৰু শুনাওক আপোনাৰ প্ৰিয়জনক । লগতে চেনেলটো Subscribe কৰি উৎসাহিত কৰিবলৈ নাপাহৰিব ।

Alaap Dudul Presents...Song-O 'Jiaa.Singer- Deeplina Deka.Music Composer-Alaap Dudul.Lyrics- Aranyam DuwarahMusic Arrangement -Alaap Dudul.Media Partner-Radi...

জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলী দাসৰ এটি নতুন গীত। শুনক আৰু শুনাওক আপোনাৰ প্ৰিয়জনক । লগতে Channel টো Subscribe কৰি উৎসাহি...
07/03/2022

জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলী দাসৰ এটি নতুন গীত। শুনক আৰু শুনাওক আপোনাৰ প্ৰিয়জনক । লগতে Channel টো Subscribe কৰি উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। 😍😍
Channel Link : https://youtube.com/channel/UCjKy7b8xZ4HtYrTjhLIrAqg
👉 https://youtu.be/8Jq-g5rQgAo

Alaap Dudul Presents...Singer:Gitanjali Das.Lyrics:Sunit Gogoi.Music & Tune :Alaap Dudul.Video Director:Samirr Buraguhain.Dance Choreography: Sumi Borah.Cine...

19/02/2022

যদি জীৱনলে আহে নামি | A Motivational Assamese Song | Bijoy Biswas | শুভমুক্তি | 2021
কথা /সুৰ / কণ্ঠ : বিজয় বিশ্বাস
সংগীত ব্যৱস্থাপনা : কুনাল চক্ৰৱৰ্তী
ৰেকৰ্ডিষ্ট : প্ৰকাশ বিশ্বাস
ষ্টুডিঅ : অডিঅ' অন, বালি, দক্ষিণেশ্বৰ
ভিডিঅ' ডিজাইন : ৰিতুমনি নাথ গগৈ
ডিজিটেল মেডিয়া প্ৰচাৰ সহযোগী : ৰেডিঅ' ৰ'দালি

Address

Sibsagar
785692

Alerts

Be the first to know and let us send you an email when Radio Rodali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Radio Rodali:

Share