18/06/2026
গণেশগুৰীত আৰক্ষীৰ লাঠিচাৰ্জ আৰম্ভ । আবেলি ৪ বজাৰ পৰা উৰণীয়া সেঁতুৰ তলত জুবিনৰ ফটো মচি দিয়াৰ বাবে প্ৰতিবাদ কৰি আছিল। নিশা যান বাহন অহা যোৱা পৰ্যন্ত বন্ধ কৰি দিছিল। আৰক্ষীয়ে বাৰে বাৰে পথটো খুলি দিব কৈ আছিল।