ৰাজীৱ মেম'ৰিয়েল ক্লাৱ এন্ড লাইব্ৰেৰী

  • Home
  • India
  • Barpeta Road
  • ৰাজীৱ মেম'ৰিয়েল ক্লাৱ এন্ড লাইব্ৰেৰী

ৰাজীৱ মেম'ৰিয়েল ক্লাৱ এন্ড লাইব্ৰেৰী শিক্ষাই জাতিৰ মেৰুদণ্ড

ভাৰতৰ 77 তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাজীৱ মেম'ৰীয়াল ক্লাৱ এণ্ড লাইব্ৰেৰীৰ 34 তম্ বাৰ্ষিক অধিবেশনৰ মুকলি ও বঁটা বিতৰ...
29/01/2026

ভাৰতৰ 77 তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাজীৱ মেম'ৰীয়াল ক্লাৱ এণ্ড লাইব্ৰেৰীৰ 34 তম্ বাৰ্ষিক অধিবেশনৰ মুকলি ও বঁটা বিতৰণী সভা যোৱাকালি সুকলমে পাৰ হৈ যায়।তাৰে কিছু আলোকচিত্ৰ।।

29/01/2026

Last Night stage Opening program at Rajib memorial club and library

28/01/2026

ভাৰতৰ 77 তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাজীৱ মেম'ৰীয়াল ক্লাৱ এণ্ড লাইব্ৰেৰীৰ 34 তম্ বাৰ্ষিক অধিবেশনৰ সাংস্কৃতিক সন্ধিয়া 28 জানুৱাৰী 2026 ইং অৰ্থাৎ আজি সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী ৱাহেদা ৰহমান। উক্ত অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা ও উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ😶

28/01/2026

ভাৰতৰ 77 তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাজীৱ মেম'ৰীয়াল ক্লাৱ এণ্ড লাইব্ৰেৰীৰ 34 তম্ বাৰ্ষিক অধিবেশনৰ সাংস্কৃতিক সন্ধিয়া 28 জানুৱাৰী 2026 ইং অৰ্থাৎ আজি সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী জুনাব আলী । উক্ত অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা ও উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ😶

27/01/2026
27/01/2026

Tonight special dance group at Rajib memorial club and library's annual program

26/01/2026

চুৰান্ত খেলৰ শেষ 3টা বল 💪😂☺️

" ৭৭তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি "ৰাজীব মেম'ৰিয়েল ক্লাব এণ্ড লাইব্ৰেৰী"ৰ ৩৪তম বাৰ্ষিক অধিবেশনৰ প্ৰথম কাৰ্যসূচী পতাকা ...
26/01/2026

" ৭৭তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি "ৰাজীব মেম'ৰিয়েল ক্লাব এণ্ড লাইব্ৰেৰী"ৰ ৩৪তম বাৰ্ষিক অধিবেশনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন সুকলমে পাৰ হৈ যায়।।। তাৰে কিছু আলোকচিত্ৰ।।
লগতে আজিৰ সকলো কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।।😍

25/01/2026

ৰাজীৱ মেম'ৰিয়েল ক্লাৱ এন্ড লাইব্ৰেৰী উদ্যোগত ৭৭ তম্ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি "RMC&L Cricket Tournament, Session-2"ৰ আজি চুৰান্ত খেল অনুস্থিত হয়। তাৰে ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ মূহুৰ্ত।

ৰাজীৱ মেম'ৰিয়েল ক্লাৱ এন্ড লাইব্ৰেৰী  উদ্যোগত  ৭৭ তম্ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি "RMC&L Cricket Tournament, Session-2"...
25/01/2026

ৰাজীৱ মেম'ৰিয়েল ক্লাৱ এন্ড লাইব্ৰেৰী উদ্যোগত ৭৭ তম্ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি "RMC&L Cricket Tournament, Session-2"ৰ আজি চুৰান্ত খেল অনুস্থিত হয়। তাৰে কিছু আলোকচিত্ৰ

Address

Vill/Kajiamati, PO: Mainamata, PS/Gobordhana, Dist-Baksa(BTR, Assam) Pin-781315, Barpeta Road
Barpeta Road
781315

Website

Alerts

Be the first to know and let us send you an email when ৰাজীৱ মেম'ৰিয়েল ক্লাৱ এন্ড লাইব্ৰেৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share