Janasanyog Biswanath

Janasanyog Biswanath Office of the Information and Public Relations Officer

18/05/2026
18/05/2026

বিশ্বনাথ জিলাত বৃদ্ধি পাই থকা যান-বাহন আইন উলংঘন, অবৈধভাৱে যান-বাহন চলাচল আৰু অবৈধ সুৰা বিক্ৰী তথা সেৱন নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ সুৰক্ষা আৰু আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত বিশ্বনাথ আৰু গহপুৰ চহৰৰ ভিতৰত তথা বিশ্বনাথ জিলাৰ অধীনত থকা ৰাষ্ট্ৰীয় ঘাইপথসমূহত নিয়মীয়াকৈ 'নাকা চেকিং' অভিযান চলোৱা হ’ব। এই বিষয়ে সবিশেষ জানিবলৈ সংলগ্ন নিৰ্দেশটো চাব পাৰিব।

Biswanath Police
Janasanyog Biswanath

04/05/2026
03/05/2026

Press note of Honourable District Commissioner cm District Election Officer

Election Commission of India
Chief Electoral Officer, Assam
Biswanath Administration
Janasanyog Biswanath

02/05/2026

সমাগত ৪ মে', ২০২৬ তাৰিখে অনুষ্ঠিত হ'ব লগা ভোট গণনাৰ বাবে বিশ্বনাথৰ জিলা দণ্ডাধীশ শ্ৰীযুত লক্ষীনন্দন চহৰীয়া, অ.অ.সে. মহোদয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সবিশেষ জানিবলৈ সংলগ্ন নিৰ্দেশটো চাব পাৰিব।

Election Commission of India
Chief Electoral Officer, Assam
Biswanath Administration
Janasanyog Biswanath

Address

DC Office, Biswanath
Biswanath Chariali
784176

Website

Alerts

Be the first to know and let us send you an email when Janasanyog Biswanath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Janasanyog Biswanath:

Share