Fans of Madan Bawri

Fans of Madan Bawri Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Fans of Madan Bawri, Social Media Agency, Biswanath Chariali.

আপোনালোকক জনাবলৈ পায় মই সুখী যে,বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ বিধান সভা সমষ্টিৰ মুখৰগড় গাওঁ পঞ্চায়তৰ অধীনত থকা চাহ-বা...
23/06/2026

আপোনালোকক জনাবলৈ পায় মই সুখী যে,বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ বিধান সভা সমষ্টিৰ মুখৰগড় গাওঁ পঞ্চায়তৰ অধীনত থকা চাহ-বাগিছাৰ অঞ্চলত বসবাস কৰা পৰিয়ালোকে এতিয়াৰে পৰা জৱ কাৰ্ড আধাৰ লিংক,ভোটাৰ id নতুকে Applyআৰু আধাৰ কাৰ্ডৰ মুবাইল নং সলনি কৰাৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত মুখৰ গড় গাঁও পঞ্চায়তৰ তৰফৰ পৰা ২নং ৱাৰ্ড কছাৰী লাইন(সাধাৰু)ত এখন সেৱা কেন্দ্ৰৰ ব্যৱস্থাপনা গ্ৰহণ কৰা হৈছে।

গতিকে,আপোনালোকে সকলোৱে যাতে সেই সেৱা কেন্দ্ৰত গৈ সকলোৱে সেৱা লাভ কৰিব পাৰিব।

🙏ধন্যবাদ🙏




 #বিশ্বনাথ বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পল্লৱলোচন দাস দেৱলৈ গৌৰৱময় শপত গ্ৰহণৰ অনুষ্টানৰ বাবে আন্তৰিক অভিনন্...
21/05/2026

#বিশ্বনাথ বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পল্লৱলোচন দাস দেৱলৈ গৌৰৱময় শপত গ্ৰহণৰ অনুষ্টানৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।আপোনাৰ নেতৃত্বত বিশ্বনাথবাসী জনসাধাৰণৰ সৰ্বাঙ্গীন উন্নতি হ'ব বুলি আমি দৃঢ় বিশ্বাসী।
লগতে আপোনাৰ কৰ্মস্পৃহা আৰু আদৰ্শই বিশ্বনাথবাসী ৰাইজক এক নতুন উচ্চতালৈ লৈ যাওঁক।ভগৱানে আপোনাক শক্তি দিয়ক।

❤️Big Congratulation❤️


✊
✊

 #আজি অন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উপলক্ষে শ্ৰমিকসকলৰ কৰ্মনিষ্টা আৰু অৱদানক সন্মান জনাই নিজৰ মৰ্যাদা আৰু অধিকাৰ সুৰক্ষিত হ...
01/05/2026

#আজি অন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উপলক্ষে শ্ৰমিকসকলৰ কৰ্মনিষ্টা আৰু অৱদানক সন্মান জনাই নিজৰ মৰ্যাদা আৰু অধিকাৰ সুৰক্ষিত হোৱাৰ কামনাৰে,,,মোৰ ফালৰ পৰা সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Happy international labour day🙏

 #সকলোকে বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।নতুন বছৰটোত সকলোৰে জীৱন সুখ-শান্তি আৰু সমৃদ্ধিৰে ...
13/04/2026

#সকলোকে বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।

নতুন বছৰটোত সকলোৰে জীৱন সুখ-শান্তি আৰু সমৃদ্ধিৰে উপচি পৰক তাৰে কামনাৰে🙏🙏🙏


 #বিশ্বনাথলৈ উষ্ম আদৰণি জনাইছোঁ।                   🙏🙏🙏
04/04/2026

#বিশ্বনাথলৈ উষ্ম আদৰণি জনাইছোঁ।
🙏🙏🙏

24/03/2026

"যুৱনেতা শ্ৰীযুত পল্লৱলোচন দাস
জিন্দাবাদ"।

 #আজি বিজেপি বিশ্বনাথ জিলা কাৰ্য্যালয়ত ঝাৰখণ্ডৰ বৰ্তমানৰ লোকসভা সাংসদ   লগতে ৭০নং বিশ্বনাথ জিলাৰ বিশ্বনাথ সমষ্টিৰ মনোনীত...
24/03/2026

#আজি বিজেপি বিশ্বনাথ জিলা কাৰ্য্যালয়ত ঝাৰখণ্ডৰ বৰ্তমানৰ লোকসভা সাংসদ লগতে ৭০নং বিশ্বনাথ জিলাৰ বিশ্বনাথ সমষ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত পল্লৱলোচন দাস ডাঙৰীয়াৰ লগত সাকোমঠা মণ্ডলৰ দায়িত্ত্ব থকা সন্মানীয় বিষয়ববীয়া তথা সন্মানীয় কাৰ্য্যকৰ্তাৰ উপস্থিত আগন্তক নিৰ্বাচনক কেন্দ্ৰ কৰি এখন গুৰুত্বপুৰ্ণ আলোচনা এখনত উপস্থিত থকাৰ কিছু মুহুৰ্তত।


🌹🌹 #সুন্দৰ আৰু আনন্দৰ উল্লাসেৰে আজিৰ এই শুভ দিনটোৰ যাত্ৰাৰে🌹🌹সন্মানীয় যুৱনেতা শ্ৰীযুত পল্লৱলোচন দাস ডাঙৰীয়াক ৭০নং বিশ্...
19/03/2026

🌹🌹 #সুন্দৰ আৰু আনন্দৰ উল্লাসেৰে আজিৰ এই শুভ দিনটোৰ যাত্ৰাৰে🌹🌹

সন্মানীয় যুৱনেতা শ্ৰীযুত পল্লৱলোচন দাস ডাঙৰীয়াক ৭০নং বিশ্বনাথ বিধান সভা সমষ্টিৰ প্ৰাৰ্থী মনোনীত হোৱাৰ বাবে তেখেতক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।




 #বিশ্বনাথৰ মাজুলী গড় চাহ বাগিছাৰ আমাৰ সকলোৰে প্ৰিয় শ্ৰীযুত দেৱৰাজ মহানন্দৰ পুত্ৰ ও মোৰ জ্যেষ্ঠ ভ্ৰাতৃ শ্ৰীপ্ৰাঞ্জল মহান...
12/03/2026

#বিশ্বনাথৰ মাজুলী গড় চাহ বাগিছাৰ আমাৰ সকলোৰে প্ৰিয় শ্ৰীযুত দেৱৰাজ মহানন্দৰ পুত্ৰ ও মোৰ জ্যেষ্ঠ ভ্ৰাতৃ শ্ৰীপ্ৰাঞ্জল মহানন্দই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা জীৱ বিজ্ঞানত পিএইছডি লাভ কৰাৰ বাবে তেখেতলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।
তোমাৰ এই কঠোৰ পৰিশ্ৰম আৰু মহান সাফল্যই সমাজলৈ জ্ঞানৰ পোহৰ কঢ়িয়াই আনক।Congratation's bro...🌹🌹🌹

Address

Biswanath Chariali

Website

Alerts

Be the first to know and let us send you an email when Fans of Madan Bawri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share