Gogoi Computer Mohuramukh

Gogoi Computer Mohuramukh Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gogoi Computer Mohuramukh, Internet Marketing Service, Mohuramukh Chariali, Bokakhat.

17/10/2025

মহুৰামুখ অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পিতৃহাৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰতি বছৰে মহুৰামুখ গগৈ কম্পিউটাৰৰ তৰফৰ পৰা সামান্যতম পৰিমাণে শৈক্ষিক সামগ্ৰী প্ৰদানৰ লগতে বিনামূলীয়াকৈ পঞ্জাৱ নেছনেল বেংকৰ একাউণ্ট খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই সুবিধা গ্ৰহণ কৰিব বিচৰা ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলক তলত উল্লেখিত নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। অন্যথা মহুৰামুখ চাৰিআলিস্থিত গগৈ কম্পিউটাৰলৈ আহি পোনপটীয়াভাৱে যোগাযোগ কৰিলৈ জনোৱা হ'ল।
ধন্যবাদ----
যোগাযোগ নম্বৰ:- ৬০০৩৩৬২৪৮৪/৮৬৩৮৪৬১৫৯২

05/09/2025
মহুৰামুখ যুৱক নাট্য সংঘৰ প্ৰেক্ষাগৃহত গগৈ কম্পিউটাৰৰ উদ্যোগত আই আই বি এম (Indian Institute of Business Management) ৰ তত্...
21/02/2025

মহুৰামুখ যুৱক নাট্য সংঘৰ প্ৰেক্ষাগৃহত গগৈ কম্পিউটাৰৰ উদ্যোগত আই আই বি এম (Indian Institute of Business Management) ৰ তত্বাৱধানত বেংকিং সেৱাৰ ওপৰত এখনি সজাগতা সভা অনুস্থিত হয়। মণিকাঞ্চন ফুকনে আঁত ধৰা সভাখনত দৃষ্টিৰ গোলাঘাট জিলাৰ ফিল্ড চুপাৰভাইজাৰ ভাস্কৰ বৰা আৰু গুৱাহাটী আই আই বি এমৰ ফেকাল্টি মেম্বাৰ ডঃ দেৱজ্যোতি দত্ত উপস্থিত থাকি ৰাইজক উদ্দ্যেশ্য কৰি বেংকিং সেৱাৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰে। গগৈ কম্পিউটাৰৰ স্বত্বাধিকাৰী অনুপম গগৈ, পঞ্জাৱ নেছনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ শাখা পৰিচালক পাৰ্থপ্ৰতিম ৰাজখোৱাৰ উপস্থিতিত অনুস্থিত হোৱা সভাখনত স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া কৰ্মকৰ্তাৰ লগতে যঠেষ্ট সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

Contact us to digitalize your old voter ID card
30/01/2025

Contact us to digitalize your old voter ID card

Address

Mohuramukh Chariali
Bokakhat
785619

Opening Hours

Monday 9am - 8pm
Tuesday 9am - 8pm
Wednesday 9am - 8pm
Thursday 9am - 8pm
Friday 9am - 8pm
Saturday 9am - 8pm

Telephone

+916003362484

Website

Alerts

Be the first to know and let us send you an email when Gogoi Computer Mohuramukh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Gogoi Computer Mohuramukh:

Share