Citi24

Citi24 For all update about bongaigaon , Chirang , Kokrajhar like our page

Earthquake 5.3
07/06/2026

Earthquake 5.3

বঙাইগাঁৱত সত্ৰীয়া নৃত্য কৰ্মশালাঅসমৰ শাস্ত্ৰীয় সাংস্কৃতিক ঐতিহ্যৰ অপূৰ্ব সৌন্দৰ্য অনুভৱ কৰক, শিকক আৰু সংৰক্ষণত অংশগ্ৰহ...
05/06/2026

বঙাইগাঁৱত সত্ৰীয়া নৃত্য কৰ্মশালা
অসমৰ শাস্ত্ৰীয় সাংস্কৃতিক ঐতিহ্যৰ অপূৰ্ব সৌন্দৰ্য অনুভৱ কৰক, শিকক আৰু সংৰক্ষণত অংশগ্ৰহণ কৰক।
Natarajan Dance Academy & Research Centre-ৰ উদ্যোগত অনুষ্ঠিত হ'ব এখন ৪ দিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালা।
এই কৰ্মশালাই আপোনাক এজন কিংবদন্তিৰ ওচৰত পোনপটীয়াকৈ শিক্ষা লাভ কৰাৰ এক বিশেষ সুযোগ আগবঢ়াইছে।
📅 কৰ্মশালাৰ সবিশেষ:
🗓️ তাৰিখ: ১ জুলাইৰ পৰা ৪ জুলাই, ২০২৬ লৈ
📍 স্থান: নেতাজী সুভাষ ক্লাব, ওল্ড কলনী, বঙাইগাঁও, অসম
👤 মুখ্য প্ৰশিক্ষক:
Ghanakanta Bora (পদ্মশ্ৰী আৰু সংগীত নাটক একাডেমি বঁটা প্ৰাপক)
👤 সহায়ক প্ৰশিক্ষক:
Hari Prasad Saikia Barbayan
📞 নামভৰ্তি আৰু যোগাযোগ:
আসন সংখ্যা সীমিত। সেয়েহে আজিয়েই আপোনাৰ আসন নিশ্চিত কৰক বা অধিক তথ্যৰ বাবে যোগাযোগ কৰক।
📲 কল/হোৱাটছএপ: 6002578465
সত্ৰীয়া নৃত্যৰ এই অনন্য শিক্ষণ যাত্ৰাত অংশগ্ৰহণ কৰি অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক আৰু ওচৰৰ পৰা জানিবলৈ সুযোগ গ্ৰহণ কৰক।

Natarajan Dance Academy & Research Centre

  BongaigaonNear Bow Bazar opp Soma sweet
01/06/2026

Bongaigaon
Near Bow Bazar opp Soma sweet

Fevicol displayed advertisement before the IPL final match at Narendra Modi Stadium
01/06/2026

Fevicol displayed advertisement before the IPL final match at Narendra Modi Stadium

শক্তিপীঠ কামাখ্যা ধামত মহা অম্বুবাচী মেলা ২২ জুনৰ পৰা | Maa Kamakhya Temple | Ambubachi Mela 2026
20/05/2026

শক্তিপীঠ কামাখ্যা ধামত মহা অম্বুবাচী মেলা ২২ জুনৰ পৰা | Maa Kamakhya Temple | Ambubachi Mela 2026

আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি অসমৰ প্ৰাণৰ সত্তা জুবিন গাৰ্গলৈ সশ্ৰদ্ধ প্ৰণাম জনায় হিমন্ত বিশ্ব শৰ্মা আৰু চলিত কামৰ অগ্ৰ...
20/05/2026

আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি অসমৰ প্ৰাণৰ সত্তা জুবিন গাৰ্গলৈ সশ্ৰদ্ধ প্ৰণাম জনায় হিমন্ত বিশ্ব শৰ্মা আৰু চলিত কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হিচাপে প্ৰায় ৩ কোটি টকা ব্যয়েৰে চৌহদ দেৱালৰ কাম কৰি আছে।

11/05/2026

প্ৰতি বছৰে বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী উপলক্ষে "ৰবীন্দ্ৰ জয়ন্তী কৰি আহিছে ৰবীন্দ্ৰ চেতনা মঞ্চ
"২৫ বহাগত" উদযাপন কৰে ৰবীন্দ্ৰ জয়ন্তী আৰু "২৬ বহাগত" উদযাপন কৰা হয় একতা আৰু সমন্বয়ক প্ৰসাৰিত কৰা বহুভাষিক সাংস্কৃতিক অনুষ্ঠান
প্ৰতি বছৰে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিভাৱান শিল্পীয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠান। ৰবীন্দ্ৰ চেতনা মঞ্চই নিজৰ কাৰ্যসূচীত সদায় মৰ্যাদা, অনুশাসন, সাংস্কৃতিক মূল্যবোধ বজাই ৰাখিছে। আমি কেতিয়াও অশ্লীল বা উপদ্ৰৱক উৎসাহিত নকৰো, আৰু একে সময়তে কোনো ভাষা বা সম্প্ৰদায়ৰ বিৰুদ্ধে কেতিয়াও বৈষম্য নকৰো।

আমাৰ অনুষ্ঠান সন্দৰ্ভত কোনো অপ্ৰয়োজনীয় বিতৰ্ক বা ভুল বুজাবুজিৰ সৃষ্টি নকৰিবলৈ আমি সকলোকে আন্তৰিকতাৰে অনুৰোধ জনাইছো।

---- ৰবীন্দ্ৰ চেতনা মঞ্চ , #বঙাইগাঁও
Rabindra Chetona Mancha

All Set For Today’s Rabindra Jayanti Programme org by Rabindra Chetana Mancha  Chetona Mancha
09/05/2026

All Set For Today’s Rabindra Jayanti Programme org by Rabindra Chetana Mancha
Chetona Mancha

09/05/2026

ৰবীন্দ্ৰ চেতনা মঞ্চৰ উদ্যোগত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ তম্ জন্মজয়ন্তী উপলক্ষ্যে প্রতি বছৰৰ দৰে এইবেলিও দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁও ওল্ড কলনী খেলপথাৰত ৰবীন্দ্ৰ জয়ন্তীৰ আয়োজন কৰা হৈছে।
Rabindra Chetona Mancha

08/05/2026

Rabindra jayanti on 9th and 10th May 2026 at Rly School Field or by Rabindra Chetona Mancha

Address

Bongaigaon , Paulpara
Bongaigaon

Telephone

+917002072214

Website

Alerts

Be the first to know and let us send you an email when Citi24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Citi24:

Shortcuts

Share