Buniyadi News, Bongaigaon

Buniyadi News, Bongaigaon LOCAL AND NATIONAL NEWS ADVERTISING OLD BONGAIGAON, DIST-BONGAIGAON,ASSAM.783380

06/03/2026

পুৰণি বঙাইগাঁও শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ ১০ মাৰ্চৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ‍্য আকৰ্ষণ: হীমাশ্ৰী ৰাভা

পুৰণি বঙাইগাঁও ৰঘূনাথ মন্দিৰৰ শ্ৰীশ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ লগত সংগতি ৰাখি অহা ৮ মাৰ্চ ৰবিবাৰ ২০২৬ ইং তাৰিখে চিত্ৰাংকন , আবৃত...
06/03/2026

পুৰণি বঙাইগাঁও ৰঘূনাথ মন্দিৰৰ শ্ৰীশ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ লগত সংগতি ৰাখি অহা ৮ মাৰ্চ ৰবিবাৰ ২০২৬ ইং তাৰিখে চিত্ৰাংকন , আবৃত্তি আৰু কুইজ প্ৰতিযোগীতা আয়োজন কৰা হ’ব ৷ সেয়েহে উক্ত প্ৰতিযোগীতাসমূহত ইচ্ছুক প্ৰতিযোগীসকলৰ অংশ গ্ৰহণৰ লগতে ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ’ল ৷

শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ উদযাপন সমিতি ,ৰঘুনাথ মন্দিৰ,পুৰণি বঙাইগাঁওৰ ০৩/০৩/২৬ তাৰিখৰ সাংস্কৃতিক কাৰ্যসূচী।
02/03/2026

শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ উদযাপন সমিতি ,ৰঘুনাথ মন্দিৰ,পুৰণি বঙাইগাঁওৰ ০৩/০৩/২৬ তাৰিখৰ সাংস্কৃতিক কাৰ্যসূচী।

28/02/2026

অহা 4 মাৰ্চ তাৰিখে পুৰণি বঙাইগাঁও দৌল উৎসৱৰ নৃত্য প্ৰতিযোগিতা লগত সংগতি ৰাখি সন্ধিয়া সাত বজাত শুভ মুক্তি দিয়া হ’ব ,প্ৰেমেৰ_কাঁটা শীর্ষক গীতটি।

21/02/2026
আগন্তুক শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ ২০২৬ ইং চনৰ কাৰ্য্যসুচী সমুহ।
21/02/2026

আগন্তুক শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ ২০২৬ ইং চনৰ কাৰ্য্যসুচী সমুহ।

20/11/2025

থিয়েটাৰ সূৰ্য্য নৰনাৰায়ন খেলপথাৰত, পুৰণি বঙাইগাঁও

মহাশয় প্ৰকাশন পৰিষদ, অসম (শিক্ষক প্ৰকাশন সংস্থা, অসম''ৰ অনুমোদিত)নিয়মীয়া ''মহাশয়'' আলোচনী উন্মোচন আৰু শিক্ষক,লেখক,শি...
15/07/2025

মহাশয় প্ৰকাশন পৰিষদ, অসম (শিক্ষক প্ৰকাশন সংস্থা, অসম''ৰ অনুমোদিত)নিয়মীয়া ''মহাশয়'' আলোচনী উন্মোচন আৰু শিক্ষক,লেখক,শিল্পী,সমাজসেৱকলৈ বঁটা প্ৰদান সভাত বঙাইগাঁও জিলাৰ পুৰণি বঙাইগাঁও, ১ নং ঝাকুৱাপাৰাৰ নিবাসী শ্ৰীযুত কনক চন্দ্ৰ ৰায়ক “জীৱন সমৃদ্ধ বঁটা” প্ৰদান। ২০২৫ বৰ্ষৰ সাহিত্য কাণ্ডাৰী পদ্মনাভ গোহাঞি বৰুৱা স্মৃতিত । তেখেত এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সফল পিতৃ আৰু লগতে এজন সমাজ সেৱক। মোৰ পেজৰ তৰফৰ বহুত বহুত শুভকামনা তথা শুভেচ্ছা জ্ঞাপন কৰিলো।

অইন অইন বছৰৰ  দৰে এইবেলিও পুৰণি বঙাইগাঁও, ভাটিপাৰা-বাখাৰাপাৰা গঞা ৰাইজে শ্রী শ্রী ভগৱতী (কেঁচাইখাইটী) আইৰ বাৰ্ষিক বাঁশপূ...
18/05/2025

অইন অইন বছৰৰ দৰে এইবেলিও পুৰণি বঙাইগাঁও, ভাটিপাৰা-বাখাৰাপাৰা গঞা ৰাইজে শ্রী শ্রী ভগৱতী (কেঁচাইখাইটী) আইৰ বাৰ্ষিক বাঁশপূজা খন অহা ৫,৬,
৭,৮ আৰু ৯ জেঠ, ১৪৩২ভাস্কৰাদ্ধ (ইং ২০,২১,২২,২৩ আৰু ২৪ মে ২০২৫) তাৰিখে গতিকে সকলো ধৰ্ম প্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগীতা একান্ত ভাৱে কামনা কৰিছে।

21/04/2025

"আচুর্য্য বৰপাত্ৰ" 5 বহাগ পুৰণি বঙাইগাঁও নৰনাৰায়ণ খেলপথাৰ, দেউৰীপাৰা। বঙাইগাঁও।

Address

Purani Bongaigaon Uccha Buniyadi Vidyalaya
Bongaigaon
783380

Website

Alerts

Be the first to know and let us send you an email when Buniyadi News, Bongaigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Buniyadi News, Bongaigaon:

Share