Mintu Rabha Official

  • Home
  • Mintu Rabha Official

Mintu Rabha Official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mintu Rabha Official, Social Media Agency, .

তে ৰাভাতাঙি জাতিআন্‌জা দেৰা  #বায়খো_দেৰা ৷ একায় পিথাৰ ছান্‌তি দৗম্‌দাকায়না বেবাক ৰাভা ত্ৰৗংগিৰ জন্থা, টংলা চাক্লা থোকনি ...
31/05/2026

তে ৰাভাতাঙি জাতিআন্‌জা দেৰা #বায়খো_দেৰা ৷ একায় পিথাৰ ছান্‌তি দৗম্‌দাকায়না বেবাক ৰাভা ত্ৰৗংগিৰ জন্থা, টংলা চাক্লা থোকনি পাৰা #বায়খো দেৰানি নেমথাৰ থৗপজো ৷ আয়া বায়খোৱান চিঙি জাতিঅ একায় বৗছামৗতায় থৗং-থৗং তঙা ছুংখাম অকাচা বৗল ৰাখুই জাতিনি মাপাক্‌ছিনিয়োবা খৗম-খৗম খাৰে ৰাছামো অৗনে ৰাহা খাৰজো....!
আজি ৰাভা জাতীয় উৎসৱ #বায়খো ৷ এই শুভক্ষণত নিখিল ৰাভা ছাত্ৰ সন্থাৰ পৰা সকলোলৈ বায়খো উৎসৱৰ শুভেচ্ছা জনালোঁ।🙏🥳🥰Mintu Rabha
Biswajit Rabha

▪️গোৱালপাৰা ছিলামুকনি অসম-মেঘালয় ছিমায়নি ঠাকুৰবিলা মুংনি ছংতি ১৯৫৪ চনতি জন্‌ম চাংকায় বীৰুবালা ৰাভানি তে ছিবা ছানথাৰ, 'ত...
13/05/2026

▪️গোৱালপাৰা ছিলামুকনি অসম-মেঘালয় ছিমায়নি ঠাকুৰবিলা মুংনি ছংতি ১৯৫৪ চনতি জন্‌ম চাংকায় বীৰুবালা ৰাভানি তে ছিবা ছানথাৰ, 'তৗক্‌কাৰনি মুংতি চাঙাবা কোকথাকায়,চাঙাবা ছাছ্‌তি ৰাখুকায় নানি ছামজানি বেৰামো গৗজাৰনা ফাৰ-ছান যুজায় ৰেংকায়, ভাৰত চৰকাৰনি ২০২১ চনতি চতুৰ্থ অসামৰিক সন্মান "পদ্মশ্ৰী" ৰাছং মানে ৰেংকায় ছৗৰচিমাৰি বীৰুবালা ৰাভানা তে একায় পিথাৰ ছানতি ছৗত্ৰাং তিকি উৰ্গিথৗপজো🙏

Mintu KR
TANGLA

আজি,২৩ এপ্ৰিল দিনটোৰ এই পবিত্ৰ লগনত সমগ্ৰ অসমৰ লগতে নিখিল ৰাভা ছাত্ৰ সন্থা টংলা  আঞ্চলিক সমিতিও জাতিটোৰ উত্তৰণৰ সংগ্ৰামত...
23/04/2026

আজি,২৩ এপ্ৰিল দিনটোৰ এই পবিত্ৰ লগনত সমগ্ৰ অসমৰ লগতে নিখিল ৰাভা ছাত্ৰ সন্থা টংলা আঞ্চলিক সমিতিও জাতিটোৰ উত্তৰণৰ সংগ্ৰামত নিজৰ জীৱন বলিদান দিয়া মহান বীৰ-বীৰাংগনা শ্বহীদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ।🙏🙏🙏

২০২৫-২০২৬ বৰ্ষৰ সকলো উচ্চ আৰু উচ্চতৰ মাধ্যমিক  পৰীক্ষাৰ্থীলৈ নিখিল ৰাভা ছাত্ৰ সন্থা টংলা আঞ্চলিক তৰফৰ পৰা আন্তৰিক শুভেচ্...
10/02/2026

২০২৫-২০২৬ বৰ্ষৰ সকলো উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীলৈ নিখিল ৰাভা ছাত্ৰ সন্থা টংলা আঞ্চলিক তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ।
ARSU/TAC

যুৱ লেখক সন্মান প্ৰাপক ৰাজীৱ ৰাভা ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ১ নং কচুবিল বাগিচা গাঁও নিবাসী বিষ্ণু ৰাভা আৰু ৰহ...
23/12/2025

যুৱ লেখক সন্মান প্ৰাপক ৰাজীৱ ৰাভা
ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ১ নং কচুবিল বাগিচা গাঁও নিবাসী বিষ্ণু ৰাভা আৰু ৰহিলা ৰাভাই সুসন্তান ৰাজীৱ ৰাভাই অসম চৰকাৰ আৰু অসম প্ৰকাশন পৰিষদে ঘোষণা কৰা যুৱ লেখক সন্মানৰ বাবে নিৰ্বাচিত হোৱাত
#নিখিল ৰাভা ছাত্ৰ সন্থা টংলা আঞ্চলিক সমিতি, তৰফৰ পৰা ৰাজীৱক অলেখ অভিনন্দন জ্ঞাপন জনালোঁ।
কাব্য চৰ্চা কৰা ৰাজীৱৰ প্ৰথম কাব্যপুথিখনৰ নাম "ৰাতিৰ বুকুত"।🥳🥰🙏

Today at Dakua Higher Secondary School.A click With Class X student 2025.
22/12/2025

Today at Dakua Higher Secondary School.
A click With Class X student 2025.


Address


784521

Website

Alerts

Be the first to know and let us send you an email when Mintu Rabha Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Advertising & Marketing Company?

Share