Brahmaputra Focus

Brahmaputra Focus অসম-অসমীয়াৰ বাবে উচৰ্গিত... নিৰপেক্ষ, বিশ্বাসপূৰ্ণ, সত্যনিষ্ঠ, শুদ্ধ বাৰ্তা...

🔹৫৩৮ সংখ্যক শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ 🔹মহাপুৰুষ গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণাম
01/06/2026

🔹৫৩৮ সংখ্যক শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ
🔹মহাপুৰুষ গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণাম



🔸যুৱ সাংবাদিক মাধুৰ্য্য বৰালৈ এনাজৰী বঁটা ২০২৬ 🔸দেৰগাঁও স্মাৰ্ট লাৰ্নিং কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ চতুৰ্থ বাৰ্ষিক বাৰে...
31/05/2026

🔸যুৱ সাংবাদিক মাধুৰ্য্য বৰালৈ এনাজৰী বঁটা ২০২৬
🔸দেৰগাঁও স্মাৰ্ট লাৰ্নিং কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ চতুৰ্থ বাৰ্ষিক বাৰেৰহণীয়া অনুষ্ঠান এনাজৰী ২০২৬ ত প্ৰদান কৰে এই বঁটা।

Madhujya Borah Mb

🔸দেৰগাঁৱৰ সংবাদকৰ্মী বিদ্যান বৰদলৈক অল ইণ্ডিয়া জাৰ্ণেলিষ্ট ইউনিয়ন ABPM ৰ গোলাঘাটৰ জিলাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব ...
20/05/2026

🔸দেৰগাঁৱৰ সংবাদকৰ্মী বিদ্যান বৰদলৈক অল ইণ্ডিয়া জাৰ্ণেলিষ্ট ইউনিয়ন ABPM ৰ গোলাঘাটৰ জিলাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব প্ৰদান চতুৰ্থ বাৰ্ষিক জিলা অধিৱেশনত।
🔸গোলাঘাটত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনৰ সভাত প্ৰদান কৰা হয় দায়িত্ব ৷


Bidyan Bordoloi

🔷জৰাগুৰি প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী 🔷মাৰাথান দৌৰ , দিহানাম, ওজা ঢোলবাদন, কবিতা আবৃত্তি , চিত্ৰাঙ্কণ, কুইজ প্ৰতিযোগিতা ...
15/12/2025

🔷জৰাগুৰি প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী
🔷মাৰাথান দৌৰ , দিহানাম, ওজা ঢোলবাদন, কবিতা আবৃত্তি , চিত্ৰাঙ্কণ, কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব
🔷22,23আৰু 24 জানুৱাৰীত তিনিদিয়াকৈ উনুস্থিত হব ।
🔷এক লাখ টকাৰ সৰ্বমুঠ পুৰস্কাৰ,প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে

#নিমন্ত্ৰণ_পত্ৰ

10/12/2025

🔶দিছৈপৰিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত উদ্যোগত আৰু দিছৈপৰিয়া নাট্য গোষ্টীৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসৰ আয়োজন ।
🔶অহা ডিচেম্বৰ 14 আৰু 15 তাৰিখে অনুষ্ঠিত হব ৰাস খন
🔶দিছৈ পৰিয়া খেলপথাৰ,বালিগাঁওত অনুষ্ঠিত হ'ব ।

01/12/2025

🔹এজাক চৰাই কোলাহল
🔹দৃশ্য দেৰগাঁওৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ

শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ অন্তৰ্গত জৰাগুৰি প্ৰাথমিক শাখাৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী ...
13/11/2025

শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ অন্তৰ্গত জৰাগুৰি প্ৰাথমিক শাখাৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱ ৰ উপলক্ষে সদৌ অসম ভিত্তিত হাফ মাৰাথান প্ৰতিযোগিতাৰ আয়োজন কৰিছে 22 জানুৱাৰী পুৱা 7 বজাত। অংশগ্ৰহণৰ আহ্বান জনাইছে আয়োজক সমিতিয়ে ।

20/09/2025

▶️দেৰগাঁৱৰ ৰঙামাটিত হাৰ্টথ্ৰৱ জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ।
▶️হাজাৰ হাজাৰ অনুৰাগী আৰু বিভিন্ন দল সংগঠনে প্ৰিয় শিল্পীলৈ জনালে শ্ৰদ্ধাঞ্জলি।
▶️প্ৰিয় শিল্পী গৰাকিৰ ফটো লৈ পদ যাত্ৰাৰে জনালে শেষ শ্ৰদ্ধাঞ্জলি।

মহাপুৰুষ মাধৱদেৱৰ ৫৩৭সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ
12/06/2025

মহাপুৰুষ মাধৱদেৱৰ ৫৩৭সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ

30/05/2025

এয়া পাকঘৰৰ নিৰ্ভেজাল কণ্ঠ।
পুত্ৰক বোকোচাত লৈ মাতৃৰ আন্তৰিক প্ৰয়াস।
মাৰ্ঘেৰিটাৰ এইগৰাকী মহিলাৰ বিশেষ ভিডিঅ' চৰ্চিত সামাজিক মাধ্যমত।
বোৱাৰী গৰাকীৰ কণ্ঠই আপ্লুত কৰিব অপোনাক।









Address

Dergaon

Alerts

Be the first to know and let us send you an email when Brahmaputra Focus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Brahmaputra Focus:

Share