01/12/2022
আজি আম আদমি পাৰ্টীৰ নীতি- আদৰ্শ আৰু অৰবিন্দ কেজৰিৱালদেৱৰ কামৰ ৰাজনীতিৰ প্ৰতি আকৃষ্টহৈ দঃ শালমাৰা সমষ্টিৰ অন্তৰ্গত
খবিৰ উদ্দিন সহঃ সমন্বয়ক সংখ্যালঘু মৰ্চা SSM জিলা সমিতি।নেতৃত্ব
জৰুৱাৰ চৰ জি পি ঝৰ্ণাৰ চৰ চতুৰ্থ খণ্ডৰ প্ৰাপ্তন ইউ ডি এফৰ মিমভাৰ আজি আব্দুল মান্নান সেখ আৰু তাৰ লগত কেইজন মান আপত(AAP)যোগদান কৰে