25/06/2023
Atomy toothpaste ,বিশ্বৰ সকলোতকৈ অধিক গুণসম্পন টুথপেষ্ট হয়,, আপুনি যদি ব্যৱহাৰ নকৰে তেতিয়া বুজি নাপাব,, এই টুথপেষ্ট টোৰ 21 টা গুণ আছে ।
Benefits of Atomy toothpaste ,,,,এটমি টুথপেষ্টৰ গুণাগুণ সমূহ এনেধৰনৰ,,,,
1. দাঁতৰ আলুৰ পৰা তেজ ওলোৱা বন্ধ কৰে,
2. দাঁতত পানীৰ প্রভাৱ, কলা হালধীয়া দাগ, পোকে খোৱা, অত্যন্ত বিষ আদিত Atomy toothpaste এ সুৰক্ষা প্ৰদান কৰে ।
3. ধুমপান কৰা সকলে ওঁঠত লগালে সুফল লাভ কৰে ।
4. কাঁহ হলে ডিঙিত অলপ ঘঁহি দিলে কাহঁৰ পৰা আমাৰ পায় ।
5. মূৰ বিষালে তাত লগাই দিলে মূৰৰ বিষ ভাল হয় ।
6. শীতকালত এই টুথপেষ্ট টো গৰম পানীত মিহলাই উশাহ ললে চৰ্দি সোনকালে নাইকীয়া হয় ।
7. Pimple শালমইনা ওলালে তাত লগালে, শালমইনা নাইকীয়া হয় ।
8. ম'হ, বৰল, মৌ- মাখি আদিয়ে কামোৰিলে তাত লগাই দিলে সোনকালে বিষ নাইকিয়া হয় ।
9. জুইয়ে পুৰিলে তাত লগাই দিলে সোনকালে আৰোগ্য লাভ কৰে আৰু আগৰ দৰে ছাল খন পোৱা যায় ।
10. খৰ খজুৱতিত লগালে সোনকালে আৰোগ্য লাভ কৰে ।
11. ভৰিৰ গোৰোহা ফটাত লগালে সোনকালে ভাল হয়, বা ফটা টো বন্ধ হৈ যায়, ।
12. ভৰি হাতৰ বিষ হলে তাত লগাই মালিচ কৰিলে সোনকালে সেই বিষৰ পৰা উপশম পায় ।
13. মূখ খন পৰিস্কাৰ কৰিবলৈ আপুনি এই টুথপেষ্ট টো ফেচৱাচ হিচাপে ব্যৱহাৰ কৰিব পাৰে ।
14. কেছুমুৰিয়া ( pails ) বেমাৰ টো ভাল কৰে, তাৰ বাবে পূৱা গধুলি অকমান অকমান কুহুমীয়া গৰম পানীত মিহলাই খাব লাগিব আৰু, pails ৰ ঠাই খিনিত লগালে 15/20 দিনৰ ভিতৰত আৰোগ্য লাভ কৰে ।
15. চালৰ বেমাৰৰ পৰা ৰক্ষা পাব পাৰি ।
16. কটা ছিঙাত লগালে অতি সোনকালে আৰাম হয় ।
17. শোৱাৰ সময়ত গাত লগাই শুলে ম,হৰ কামোৰৰ পৰা ৰক্ষা পাব পাৰে ।
18. চৰ্দি জ্বৰ হলে কুহুমীয়া গৰম পানীত মিহলাই খালে জ্বৰ চৰ্দি সোনকালে ভাল হয় ।
19. পেটৰ বিষ হলেও অলপ মান এই টুথপেষ্ট টো গৰম পানীত মিহলাই খাই দিলে ভাল হয়,
20. গেছৰ সমস্যা সমূহ আপোনাৰ ঘৰত কোনো দিনেই নাহে, জণ্ডিচ ৰোগ ও ভাল হয়, তনচিল, প্ৰেচাৰ ,ছুগাৰ আদিও সম্পূৰ্ণ কন্টলত থাকে,
21. সোণ ৰুপৰ গহনা আদি ধুৱ পাৰে ।
ইয়াক ব্যৱহাৰ কৰি ম্ই মোৰ ঘৰ খনত সকলো ধৰণৰ গেছৰ সমস্যাৰ পৰা সামাধাণ পাইছো, আজি 12 মাহে এই টুথপেষ্ট ব্যৱহাৰ কৰি আমি ঘৰৰ মানুহে এটাও গেছৰ পিল খাৱ লগা হোৱা নাই , গতিকে আপুনি ও এই টুথপেষ্ট টো ব্যৱহাৰ কৰক আৰু গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাওক, আৰু লগতে প্ৰতিদিনে ইয়াক ব্যৱহাৰ কৰি আপুনি ঘৰতে বহি 1321 টকাৰ পৰা 80 হাজাৰ টকা পৰ্য্যন্ত উপাৰ্জন কৰিব পাৰিব ,যদি আপুনি এই টুথপেষ্ট টো ব্যৱসায় হিচাপে লয়্, গতিকে আজিয়েই Atomy ত জইন কৰি নাতিৰ দিনলৈকে বহি খোৱাৰ পথ মুকলি কৰি লওক, অধিক জানিবলৈ ফোন কৰক,8011156983