মহাবীৰ বাস্কে শুভাকাঙ্খী

  • Home
  • India
  • Dibrugarh
  • মহাবীৰ বাস্কে শুভাকাঙ্খী

মহাবীৰ বাস্কে শুভাকাঙ্খী we always want to serve people.our straggle for equality and right of deprived peoples

09/08/2026
‎আজি ইং ২৬/০১/২০২৬ তাৰিখে টিংখাং সমষ্টিৰ বিভিন্ন আঞ্চলৰ পৰা আহা আমাৰ সংগ্ৰামী নেতা সকলৰ লগত ২০২৬ আহিবলগীয়া বিধান সভা নিৰ...
26/01/2026

‎আজি ইং ২৬/০১/২০২৬ তাৰিখে টিংখাং সমষ্টিৰ বিভিন্ন আঞ্চলৰ পৰা আহা আমাৰ সংগ্ৰামী নেতা সকলৰ লগত ২০২৬ আহিবলগীয়া বিধান সভা নিৰ্বাচনৰ বিযয়ে কিছু গুৰুত্বপূৰ্ণ অলোচনাত মিলিত হওঁ ।

‎আজি ইং ২২/০১/২০২৬ তাৰিখে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ৰাজগড়ৰ কৰমা ভবনত আম আদমি পাৰ্টিৰ ,আদিবাসি উইং অসম ৰাজ্যিক সমিতিৰ...
23/01/2026

‎আজি ইং ২২/০১/২০২৬ তাৰিখে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ৰাজগড়ৰ কৰমা ভবনত আম আদমি পাৰ্টিৰ ,আদিবাসি উইং অসম ৰাজ্যিক সমিতিৰ সভাপতি মহাবীৰ বাস্কেৰ নেতৃত্ত্বত চাওতাল মাঝি মণ্ডল , আদিবাসী সেংগেল অভিয়ান ডিব্ৰুগড় জিলা ,ঢান্তালি মহিলা সমিতি লগতে কেইবাটাও আদিবাসী সমাজক সংগঠনৰ সহযোগত এখনি সভা অনুষ্ঠিত হয় যোৱা ১৯/০১/২০২৬ তাৰিখৰ পৰা ঘটিথকা সংঘৰ্ষ কুকুৰাঝাৰ জিলাৰ কাৰিগাওঁৰ বিষয়ক কেন্দ্ৰ কৰি এই কাৰ্যসুচী গ্ৰহন কৰা হয় লগতে অসমৰ মুখ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা , অসম চৰকাৰৰ গৃহ বিভাগ,অসম আৰক্ষীৰ মহাপৰিচালক ,উপায়ুক্ত আৰু আৰক্ষী অধিক্ষ্যক কুকুৰাঝাৰ জিলা লগতে মুখ্য কাৰ্য্যবাহী সদস্য (BTC ) লৈ এক শ্মাৰক পত্ৰ প্ৰদান কৰা হয়।
‎

দিনাঙ্কঃ ১০ ডিচেম্বৰ, ২০২৫ (বুধবাৰ)‎গণ্ডবানা ছাত্র সন্থা, অসম, গণ্ডবানা যুৱ ছাত্ৰ সন্থা অসম আৰু গণ্ডবানা সাহিত্য সভা টিং...
11/12/2025

দিনাঙ্কঃ ১০ ডিচেম্বৰ, ২০২৫ (বুধবাৰ)
‎গণ্ডবানা ছাত্র সন্থা, অসম, গণ্ডবানা যুৱ ছাত্ৰ সন্থা অসম আৰু গণ্ডবানা সাহিত্য সভা টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত, লগতে
‎
‎গণ্ডৱানা ছাত্ৰ সন্থা অসম,সদৌ অসম গণ্ডৱানা যুৱ পৰিষদ, আৰু গণ্ডবানা সাহিত্য সভা ডিব্ৰুগড় জিলা সমিতি,
‎
‎জোঁকতলি বৰবাম শাখা সমিতি আৰু স্থানীয় ৰাইজৰ আন্তৰিক সহযোগত
‎
‎চতুর্থ বার্ষিক প্রতিষ্ঠা দিৱস উদযাপন কৰা হ'ল।
‎
‎স্থানঃ জোঁকতলি বৰবাম চাহ বাগিছা প্রেক্ষাগৃহ (ৰাজগড়-সোণাৰী পথ), ৰাজগড়, ডিব্রুগড় (অসম)।

‎মুকলি সভাৰ অতিথি হিচাপে উপস্থিত থাকো ।
‎
‎

‎আজি ইং ০২/১১/২০২৫ তাৰিখে টিংখাং সমষ্টিৰ অন্তৰগত শালমাৰি পথাৰ লাইনত চাওতাল মাঝী থান পৰিচালনা সমিতিৰ উদ্যগত সমাজ সজাগতা স...
02/11/2025

‎আজি ইং ০২/১১/২০২৫ তাৰিখে টিংখাং সমষ্টিৰ অন্তৰগত শালমাৰি পথাৰ লাইনত চাওতাল মাঝী থান পৰিচালনা সমিতিৰ উদ্যগত সমাজ সজাগতা সভাত উপস্থিত থাকো।
‎

Address

Moran Town
Dibrugarh
785670

Alerts

Be the first to know and let us send you an email when মহাবীৰ বাস্কে শুভাকাঙ্খী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share