27/05/2020
ক্ৰমিক নংঃ ৩১৩
প্ৰতিযোগীৰ নামঃজয়শ্ৰী মহন্ত।
বয়সঃ ৯ বছৰ ।
ঠিকনাঃ হেঙেৰাবাৰী/গুৱাহাটী ।
#ডিমৰীয়া সংবাদৰ এক বিশেষ আয়োজন।মাৰ্জিত সাজ-পাৰ পৰিধানেৰে আপুনিয়ো নিজৰ একপি ফটো পঠিয়াব পাৰে আমাৰ ডিমৰীয়া সংবাদলৈ।আমি ডিমৰীয়া সংবাদৰ পেজত প্ৰকাশ কৰিম আপোনাৰ ফটো।অধিক লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰা ফটোৰ গৰাকীক নিৰ্বাচিত কৰি পুৰস্কৃত কৰা হ'ব।
প্ৰতিযোগিতাৰ নিয়মাৱলীঃ
১/প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা প্ৰতিযোগী সকলে ডিমৰীয়া সংবাদ ফেচবুক পেজটো লাইক কৰিব লাগিব।
২/ ৩৫ বছৰৰ তলৰ যিকোনো বয়সৰ পুৰুষ/ মহিলাই প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব পাৰিব।
৩/ এজন প্ৰতিযোগীয়ে এখনহে ফটো প্ৰেৰণ কৰিব পাৰিব। ডিমৰীয়া সংবাদৰ ফেচবুক পেজৰ whattsup নং 7002843002 ত অথবা 9365007298 যি কোনো এটা নম্বৰতহে এগৰাকী প্ৰতিযোগীয়ে ফটো প্ৰেৰণ কৰিব পাৰিব।
৪/ প্ৰতিযোগীৰ ফটোৰ লগত সম্পূৰ্ণ নাম, ঠিকনা আৰু বয়স দিব লাগিব।
৫/মাৰ্জিত সাজ-পোছাক পৰিধান কৰা ফটোহে দিব পাৰিব।
৬/ লাইক, কমেন্ট আৰু শ্বেয়াৰ ভিত্তিত বিজয়ী ঘোষণা কৰা হ'ব ।
৭/ ফলাফল অহা ইংৰাজী ৩১মে'২০২০ত ডিমৰীয়া সংবাদৰ ফেচবুক পেজটিত উপলব্ধ কৰা হ'ব ।
৮/ এজন ব্যক্তিয়ে এখন ফটো এবাৰহে লাইক, শ্বেয়াৰ আৰু কমেন্ট কৰিব পাৰিব।লাইক, কমেন্টবোৰ ডিমৰীয়া সংবাদ পেজটিত দিয়াবোৰহে লোৱা হ'ব। ঠিক তেনেকৈ শ্বেয়াৰ ডিমৰীয়া সংবাদ পেজটিৰ পৰাহে কৰিব লাগিব।
৯/ প্ৰতিযোগিতাৰ আৰম্ভ কৰাৰ দিন ২৬ এপ্ৰিল, ২০২০ আৰু প্ৰতিযোগিতালৈ ফটো প্ৰেৰণ কৰাৰ অন্তিম সময় ২৫ মে সন্ধিয়া ৫ বজা পৰ্য্যন্ত খোলা থাকিব।
১০/লাইক/শ্বেয়াৰ/কমেণ্ট ২৭ মে'ৰ নিশা ১০ বজা পৰ্যন্ত হিচাপ কৰা হব।
১১/ফটোত অহা এটা লাইকত ৫ নম্বৰ,এটা কমেণ্টত ৫ নম্বৰ আৰু এটা শ্বেয়াৰত ১০ নম্বৰ লাভ কৰিব।ৰিপ্লাই বোৰত কোনো নম্বৰ যোগ কৰা নহয়।
১২/সৰ্বোচ্চ নম্বৰ পোৱা তিনিগৰাকী প্ৰতিযোগীক ক্ৰমে প্ৰথম,দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰৰে পুৰস্কৃত কৰাৰ লগতে মান পত্ৰ প্ৰদান কৰা হ'ব।
#শেষত সকলোলৈ আহ্বান ঘৰতে থাকক সুৰক্ষিত থাকক লগতে সামাজিক দূৰত্ব বজাই চলক ,ডিমৰীয়া সংবাদৰ দ্বাৰা প্ৰচাৰিত #