Assam Rising With Bharat - ARWB

Assam Rising With Bharat - ARWB We intend to publish real and positive news among Assamese people.

- DEKA GLOBAL GROUP -Jobs in Poland (Europe)মেট্ৰিক-পাচ, হায়াৰ চেকেণ্ডেৰী পাচ, গ্ৰেজুৱেট - কোনো অভিজ্ঞতা নালাগে, ৫০ বছৰৰ...
05/06/2026

- DEKA GLOBAL GROUP -

Jobs in Poland (Europe)

মেট্ৰিক-পাচ, হায়াৰ চেকেণ্ডেৰী পাচ, গ্ৰেজুৱেট - কোনো অভিজ্ঞতা নালাগে, ৫০ বছৰৰ কম বয়সৰ হব লাগিব, ইংৰাজী ক`লে বুজি পোৱা হব লাগিব !

দৰমহা:
মাহিলি ১ লাখ ৰ পৰা ডেৰ লাখ পৰ্য্যন্ত, অভাৰ-টাইম ইনকাম এক্সট্ৰা, লগতে থকাটো ফ্ৰি ! বছৰি ২৫ দিন চুটী, লগতে লোকেল বন্ধ বিলাক আৰু ফ্ৰি মেডিকেল !

কাগজ-পত্ৰ ঠিকে থাকিলে ৬ মাহৰ ভিতৰত যাব পাৰিব ! চাকৰি ১০০% পাক্কা, বহুত Vacancies আছে ! পুৰুষ-মহিলা সকলোৰে বাবে !

আৰম্ভণিতে আপোনাৰ খৰচ হব : প্ৰায় ৩.৭৫ লাখ টকা (৩ টা ইনষ্টলমেন্টত দিব পাৰিব) ! তাতে গৈ চাকৰি ল`লে দুমাহতে এই টকা ঘুৰি আহিব !

Refund Policy:
কিবা কাৰণত আমি যদি চাকৰি দিব নোৱাৰো, বা কিবা কাৰণত পোলেণ্ডত কিবা নিয়ম সলনি হৈ আপুনি যাব নোৱাৰে, তেন্তে আপুনি খৰচ কৰা ধনৰ ৯০% পৰ্য্যন্ত ঘুৰাই দিয়া হব !

If interested, then please send ur Bio-data or CV in "word file" at [email protected]

DEKA GLOBAL GROUP - Jobs in Europe (29 Countries).(Office Jobs)1 Euro (€) = Rs. 110/-Monthly Salary with 3-10 years Exp:...
01/06/2026

DEKA GLOBAL GROUP - Jobs in Europe (29 Countries).

(Office Jobs)

1 Euro (€) = Rs. 110/-

Monthly Salary with 3-10 years Exp:

Engineers : €1500 - €3500 (Rs. 1.65 Lacs to Rs. 3.85 Lacs).
IT Sector : €1500 - €4000 (Rs. 1.65 Lacs to Rs. 4.4 Lacs).
Education & Training : €1200 - €2500 (Rs. 1.35 Lacs to 2.75 Lacs).
Asstt Teachers : €1000 - €1800 (Rs. 1.1 Lacs to Rs. 2 Lacs).
Healthcare Professionals: €1500 - €3500 (Rs. 1.65 Lacs to Rs. 3.85 Lacs).
Digital Marketing : €1500 - €2800 (Rs. 1.65 Lacs to Rs. 3.1 Lacs).

PLUS:
Free Medical + 25 days annual paid leave + local holidays + performance bonus etc etc.

DEDUCTION:
20%-28% (Income Tax + Social Security + Pension etc).

COST OF GETTING A JOB IN EUROPE:
Rs. 4 Lacs to Rs. 4.5 Lacs (4 installments).

After getting the job, this is just 2-4 months salary only.

DURATION:
Within 4-8 months (Depends on Embassy Appointment Schedule).

NOTE:
A. 80% of the initial expenses is REFUNDABLE, if we can`t arrange the job, or there are any changes to the existing rules in that country.
B. More experience means more salary.

You may send your CV for Assessment at [email protected]

Fresh Candidates, General Workers, Construction Workers, Labours (Blue color jobs):
Salary= Rs. 1 Lac to Rs. 1.5 Lacs (after Tax) + Accommodation + Free Medical + 25 days yearly paid leave + local holidays.
Skilled & experienced candidates can get more salary.

- DEKA GLOBAL GROUP -

JOBS IN EUROPEDEKA GLOBAL GROUP offers various Job Options in Europe...!! Candidates have the OPTION to travel and work ...
26/05/2026

JOBS IN EUROPE

DEKA GLOBAL GROUP offers various Job Options in Europe...!! Candidates have the OPTION to travel and work anywhere in 29 European Countries.

Registration will start from Jan, 2027.

STAY TUNED 😉

Develop AI Skills and get JOBS quickly:Assam Contact No: 9101316373 / 9957238351পঢ়া-শুনা কৰক, গ্ৰেজুৱেচন কৰক, মাষ্টাৰচ ...
21/03/2026

Develop AI Skills and get JOBS quickly:

Assam Contact No: 9101316373 / 9957238351

পঢ়া-শুনা কৰক, গ্ৰেজুৱেচন কৰক, মাষ্টাৰচ কৰক - কিন্তু লগতে SKILLS Develop কৰক ! আজিকালি SKILLS নহ`লে অকল পঢ়া-শুনাৰে কৰ্ম-সংস্থান পোৱাটো অতি কঠিন !

Artificial Intelligence (AI) ৰ Online Course কৰক, ২-৩ মাহতে শিকিব পাৰি ! AI চেক্টৰত ডেইলি ঢেৰ চাকৰি ওলাই আছে, Freshers ৰ বাবেওঁ বহুত চাকৰি আছে !

www.admsoft.co.uk

লণ্ডনস্থিত আমাৰ কোম্পেনীৰ জৰিয়তে AI Online Course কৰক আৰু লণ্ডনৰ পৰা CPD Accredited International Certificate লওঁক ! বহুত কামত আহিব !

কোৰ্চ ফিজ: ৭,৮০০ টকা প্ৰতিটো কোৰ্চত !

Assam Contact No: 9101316373 / 9957238351

Join our intensive course to master Python and data analysis techniques. Enhance your career prospects with practical skills and certification.

12/03/2026

জানিবলগীয়া কথা:

আমি সকলোৱে আমেৰিকা-ইজৰাইল-ইৰাণ-বাকী দেশসমূহৰ মাজত হৈ থকা যুদ্ধৰ বিষয়ে গম পাইছো ! ভাৰতৰ বিভিন্ন নিউজ চেনেলত বিভিন্ন ধৰণে কথা বিলাক উপস্থাপন কৰে ! ইয়াৰ উপৰিওঁ বিভিন্ন বক্তাই টিভি শ্ব` বোৰত হোৱাই-নোহোৱাই কিবা-কিবি কৈ থাকে !

মধ্য-প্ৰাচ্য (Middle-East) তথা Gulf ৰ দেশসমূহৰ বিষয়ে আজি সকলোৱে বিতং ভাবে জানো আহক:

১) মধ্য-প্ৰাচ্য বুলিলে বহুত ডাঙৰ এৰিয়া এটাৰ কথা বুজোৱা হয় ! Gulf ৰ দেশসমূহ এই মধ্য-প্ৰাচ্যৰ ভিতৰতেই পৰে ! ভাৰতৰ মেইন সম্পৰ্ক থকা Gulf ৰ দেশসমূহ হৈছে: চৌডি আৰৱ, ইউ এ ই, কুৱেইট, কাটাৰ, বাহৰেইন আৰু ওমান ! এই ৬ খন দেশ মিলি এটা গ্ৰুপ হয় আৰু এই গ্ৰুপক Gulf Cooperation Council (GCC) বা চমুকৈ Gulf Countries বুলিওঁ কোৱা হয় !

২) এই ৬ খন দেশ Persian Gulf নামৰ সাগৰ খনৰ কাষতে লাগি আছে !

৩) গোটেই বিশ্বতে বৰ্তমান দৰকাৰ হোৱা খাৰুৱা তেলৰ ২৪% প্ৰডাকচন এই ৬ খন দেশত হয় আৰু বিশ্বত দৰকাৰ হোৱা ৰন্ধন গেছৰ প্ৰায় ১৫% এই এৰিয়াত প্ৰডাকচন হয় ! ভাৰতত দৰকাৰ হোৱা তেল আৰু ৰন্ধন গেছৰ ৫০-৬০% পৰ্য্যন্ত এই ৬ খন দেশৰ পৰা আমদানি কৰে ! ভাৰতৰ পৰা ওচৰতে থকা বাবে সাগৰৰ মাজেৰে Transportation বাবেওঁ সুবিধা হয় বা কম দামতে Transportation কৰিব পাৰি !

৪) এই ৬ খন দেশৰ জনসংখ্যা প্ৰায় ৬.২ কোটি, ইয়াৰে ৩.৫ কোটিয়েই বাহিৰৰ দেশৰ নাগৰিক ! চাকৰি বা ব্যৱসায়ৰ বাবে বিশ্বৰ প্ৰায় ১৯০ খন দেশৰ নাগৰিক ইয়াতে থাকে ! ভাৰতৰ পৰা মুঠ প্ৰায় ১ কোটি লোকে ইয়াতে বসবাস কৰে ! অতীজৰে পৰাই ভাৰত আৰু এই Gulf countries ৰ মাজত ভাল সম্পৰ্ক ! ভাৰতৰ বিজেপি চৰকাৰৰ বিষয়ববীয়া তথা প্ৰধান-মন্ত্ৰী ডাঙৰীয়াওঁ এই ৬ খন দেশলৈ আহিয়েই থাকে আৰু ইয়াৰে শাসক সকলৰ লগত মিটিং কৰে তথা একেলগে বহি ভোজ-ভাত খাই !

৫) ইয়াতে বাহিৰৰ দেশৰ লোকে নাগৰিকত্ব নাপাই, আপুনি ৩০-৪০ বছৰ ইয়াতে বসবাস কৰিলেওঁ নাগৰিকত্ব নাপাই ! ইয়াতে Resident Permit লৈ থাকিব পাৰে, আৰু এই Resident Permit ২-৩ বছৰৰ মূৰে মূৰে ৰিনিউ কৰিব পাৰে !

৬) এই দেশ সমূহত বাহিৰৰ কোনো লোকেই জবৰদস্তি আহি থাকিব নোৱাৰে, বা অবৈধভাবে মাটি বেদখল কৰিব নোৱাৰে ! এই দেশসমূহত Crime Rate বহুত কম, কাৰণ ইয়াতে নিয়ম-কানুন-আইন বহুত Strict হয় !

৭) ইয়াতে থকা প্ৰায় ১ কোটি ভাৰতীয়ই ইয়াতে ইনকাম কৰি ভালকৈ থাকি বছৰি প্ৰতি বছৰে বহু কোটি টকা ভাৰতত থকা নিজৰ বেংক একাউন্টলৈ পঠিয়াই ! ৰিপৰ্ট মতে ২০২৪-২৫ বৰ্ষত এই ৬ খন Gulf ৰ দেশৰ পৰা প্ৰায় ৫ লাখ কোটি টকা ভাৰতীয় সকলে ভাৰতলৈ পঠিয়াইছে ! এই টকাই ভাৰতৰ ইকনমিত যথেষ্ট সহায় কৰে ! ২০২৪-২৫ বৰ্ষত ভাৰতৰ Defence Budget ৬.২ লাখ কোটি টকা আছিল ! যদি তুলনা কৰো, তেন্তে ২০২৪-২৫ বৰ্ষত ভাৰতৰ বছৰেকীয়া Defence Budget ৰ ৮০% ধনেই ভাৰতীয় সকলে Gulf দেশ সমূহৰ পৰা পঠিয়াইছে !

৮) ইয়াতে আপোনাৰ ইনকামৰ ওপৰত কোনো ইনকাম টেক্স লোৱা নহয়, লগতে বেংকৰ পৰা অতি কম ইন্টাৰেষ্টত বিভিন্ন ধৰণৰ লোন লব পাৰি ! বহু কেইটা ভাৰতীয় বেংকৰ ইয়াতে Branch আছে !

৯) বৰ্তমান হৈ থকা যুদ্ধত ইৰাণে এই ৬ খন ইচলামিক দেশৰ ওপৰত মিচাইল আৰু ড্ৰোণেৰে আক্ৰমণ কৰি আছে ! এওঁলোকেওঁ সেই মিচাইল বোৰৰ ৯০-৯৫% আকাশতেই ধ্বংস কৰি দিছে, দুই-এটাহে দেশৰ ভিতৰত পৰিছে ! এই দেশ সমূহে এতিয়া ইৰাণক warning দিছে যাতে ইৰাণে এই ৬ খন দেশৰ ওপৰত আৰু মিচাইল আক্ৰমণ নকৰে, নহ`লে সকলোৱে মিলি ইৰাণক বৰবাদ কৰিবলৈ বেছি সময় নালাগে !

১০) ইৰাণে Persian Gulf নামৰ সাগৰত থকা Starit of Hormuz নামৰ ঠাইখিনি বৰ্তমান বন্ধ কৰি ৰাখিছে বুলি জানিব পৰা গৈছে, যাৰ ফলত এই ৬ খন দেশৰ পৰা খাৰুৱা তেল তথা ৰন্ধন গেছ বাহিৰৰ দেশলৈ ৰপ্তানি কৰিবলৈ অসুবিধা হৈছে ! এই কাৰণেই ভাৰতত এতিয়া ৰন্ধন গেছৰ নাটনি হৈছে ! ভাৰতলৈ Gulf ৰ দেশৰ পৰা এসপ্তাহ ৰন্ধন গেছ নাহিলেই ভাৰতৰ অৱস্থা বহু বেয়া হৈ যায় দেখোন 😁, ভাৰতৰ বিভিন্ন নেচনেল নিউজ চেনেলে বহু ৰাজ্যত ৰন্ধন-গেছৰ নাটনি হৈছে বুলি ভিডিওঁ সহ প্ৰকাশ কৰিছে !

লাচিত ডেকা
ডুবাই, ইউ এ ই
১২ মাৰ্চ, ২০২৬

24/02/2026

Assam Contact No: 8638467534.

6 Nights/ 7 Days "FRANCE & SWITZERLAND" Holiday Package

by: Deka Tours, Dubai.

France-Switzerland Holiday Package:Deka Tours & Travels, Dubai:3 Nights / 4 Days Switzerland Tour Package - starts at AE...
21/02/2026

France-Switzerland Holiday Package:

Deka Tours & Travels, Dubai:

3 Nights / 4 Days Switzerland Tour Package - starts at AED 3499/- (USD 953 / Rs. 88,000) per person.

6 Nights / 7 Days France-Switzerland Tour Package - starts at AED 6999/- (USD 1905 / Rs. 175,250) per person.

Return flight tickets and Visa - to be done by the traveller separately (Approx Rs. 45,000).

Our prices are better than other tour companies (such as MakeMyTrip).

Assam Contact No: 8638467534
Email: [email protected]

LIVE NOW
10/01/2026

LIVE NOW

WEEKEND ROAST - 02 (10th Jan, 2026).Saturday, 6pm, Dubai time (GMT+4:00 hrs).Please SELECT one answer from the above options and click that answer on the "Ch...

Artificial Intelligence (AI) ৰ Online Study কৰি অসমৰ পৰা দুগৰাকী য়ে আমাৰ লণ্ডন অফিচৰ পৰা International Certificate পোৱাৰ...
05/01/2026

Artificial Intelligence (AI) ৰ Online Study কৰি অসমৰ পৰা দুগৰাকী য়ে আমাৰ লণ্ডন অফিচৰ পৰা International Certificate পোৱাৰ যোগ্যতা অৰ্জন কৰিছে ! অতি সোনকালেই তেওঁলোকক Certificate দিয়া হব !

দুয়ো গৰাকীয়ে বেলেগ চেক্টৰত চাকৰি কৰি আছে, কিন্তু ইয়াৰ মাজতে সময় উলিয়াই যথেষ্ট কষ্ট কৰি এই কোৰ্চৰ জৰিয়তে Online Exam দি ১০০% নম্বৰ লাভ কৰিছে !

Course Name:
Data Analysis with Python.

তেওঁলোকে এতিয়া এই International Certificate খন লৈ বিভিন্ন কোম্পেনীত AI ৰ চাকৰি পাব পাৰিব, বা ঘৰৰ পৰাই Part-time Online Job কৰিব পাৰিব !

www.admsoft.co.uk

Congratulations:
Bibek Sharma Bharadwaj
ঋত্বিক ৰাজ মৌদগল্য

Assam Rising With Bharat - ARWB

LIVE NOW
03/01/2026

LIVE NOW

Please check "CHAT Box" and click the right option.You may comment as well.travel, adventure, holidays, vacation, dubai, abu dhabi, youtube, alaska, arctic, ...

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Assam Rising With Bharat - ARWB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Rising With Bharat - ARWB:

Share