pompi goswami

pompi goswami মোৰ page তলৈ আপুনালোক সকলোকে স্বাগতম জনাইছো 🙏🙏

Good morning 🌄
23/11/2025

Good morning 🌄

ঐ তোহঁত তিনিজন  এবাৰ আহি যা অসম। যিজন ব্যক্তিক তহতে  বিদেশৰ সাগৰত নি মাৰি পেলালি সেইজন অসমৰ সম্পদ আছিলে।। প্ৰতিজন অসমীয়...
21/09/2025

ঐ তোহঁত তিনিজন এবাৰ আহি যা অসম। যিজন ব্যক্তিক তহতে বিদেশৰ সাগৰত নি মাৰি পেলালি সেইজন অসমৰ সম্পদ আছিলে।। প্ৰতিজন অসমীয়াৰ বুকুৰ এফাল জুবিন দা 😭 সকলো বিশ্বই আজি জানিছে যে সঁচাকৈ জুবিন দা অসমৰ সম্পদ 😭🙏🏻 তোহতে ভুল কৰিলি ৰে তোহতে ব্যৱসায় কৰিবলৈ আমাৰ জুবিন দাক হে বিচাৰি পালি নে 😭 সচাঁকৈ টকাৰ লোভত আমাৰ জুবিন দাক এইটো পৰ্যায়লৈ লৈ গলি য'ত আমি জুবিন দাৰ এখাৰ মাত ও নেপালো,,কিমান যে কষ্ট পাই চিৰ দিনৰ বাবে ঘূৰি নহা বাটেৰে গুচি গল তেওঁ।।😭 Himanta Biswa Sarma আমাৰ বাবে জুবিন দা কি আপুনি প্ৰমাণ পাই গ'ল। আপুনি উচিত তদন্ত কৰক। আমি আপোনাৰ লগত থাকিম 😭🙏🏻Plz

""মায়াবিনী ৰাতিবোৰ অমানিশা হৈ পৰিল ,,সকলো মায়া মাথোঁ মায়াৰ মাজতে আবদ্ধ হৈ গ'ল।।একেদাল বাহকে সাৰথি কৰি জীৱন বাটৰ অন্তিম ...
20/09/2025

""মায়াবিনী ৰাতিবোৰ অমানিশা হৈ পৰিল ,,
সকলো মায়া মাথোঁ মায়াৰ মাজতে আবদ্ধ হৈ গ'ল।।
একেদাল বাহকে সাৰথি কৰি জীৱন বাটৰ অন্তিম যাত্ৰাৰ সাৰথি হৈ গ'ল।।
দি গ'ল শেষ উপহাৰ হিচাপে কেবল দুচকুত চুকু পানী আৰু চকু পানী।।
ৰুনজুনৰ ভৰিত কেতিয়াও শুনিবলৈ নেপাম নুপুৰৰ মাত।।
কাঞ্চনঞ্জঘাৰ উচ্চ শিখৰত নাথাকিব সফল ডেকাজনৰ উত্তাল চিঞৰ।।
আপোনাৰ বিষয় যিমান লিখিম সিমানেই কম হৈ যাব অ দাদা।।
আপোনাক আকৌ বিছাৰিছো আমাৰ অসমত কোনো মাতৃৰ গৰ্ভত আপোনাৰ পুনৰাই জন্ম হওঁক।🙏🙏🙏🙏
বুকু বিষায় গৈছে আৰু নোৱাৰিছো লিখিবলৈ।।
হে মহান আপোনাক কেতিয়াও আমি বিদায় দিব নোৱাৰিম আপুনি আমাৰ মাজত অমৰ হৈ চিৰজীবন থাকিব।।🙏❤️‍🩹🥹

Gd evening everyone 😊
12/09/2025

Gd evening everyone 😊

 #শুভদুপৰীয়া 😍🥀 #মই এইফালৰ পৰা ফোন নকৰালৈকে মোক কেতিয়াও ফোন নকৰিবা..! এই প্ৰবচনৰ অৰ্থ কি..? ইয়াৰ অৰ্থ হৈছে,,মোৰ পৰিয়...
10/09/2025

#শুভদুপৰীয়া 😍🥀

#মই এইফালৰ পৰা ফোন নকৰালৈকে মোক কেতিয়াও ফোন নকৰিবা..! এই প্ৰবচনৰ অৰ্থ কি..?
ইয়াৰ অৰ্থ হৈছে,,মোৰ পৰিয়ালটো তোমাতকৈ মোৰ বাবে অধিক গুৰুত্বপূৰ্ণ। তুমি মোৰ বাবে কেৱল মনোৰঞ্জনৰ উৎস। যেতিয়া মোৰ মজা কৰিবলৈ ,,time pass কৰিবলৈ মন যাব তেতিয়া মই নিজেই তোমাক ফোন কৰিম। কিন্তু এইখিনি কথা বহুত অন্য মতাৰ প্ৰেমত পৰা মূৰ্খ মাইকী আৰু ছোৱালীয়ে বুজি নাপায়,, আৰু বহুত আনৰ মাইকীৰ প্ৰেমত অন্ধ হোৱা মতা মানুহেও বুজি নাপায়,,। আৰে যি পুৰুষ বা মহিলাই নিজৰ ঘৰত, পৰিয়ালৰ লগত থাকিলে কথা পাতিবলৈ সাহস বা মন নকৰে,, সেই পুৰুষ বা মহিলাই তোমাক হৃদয়ত কেনেকৈ স্থান দিব।😀 মহিলা হলে কোনোবাই টকাৰ কাৰণে বা অলপ মনটো ভাল লগাবলৈ কিছু কথা পাতিব,, আৰু পুৰুষেও অলপ flirt কৰিবলৈ মুখৰ খজুৱতি মাৰে,,।
সেইবাবে কৈছোঁ সকলোৱে সাৱধান হওঁক,, জীবনৰ মূল্যবান সময়খিনি এনেয়ে ইটো সিটোৰ পাচত নষ্ট নকৰিব।

Good morning everyone 🌅
07/09/2025

Good morning everyone 🌅

শুভ সন্ধিয়া জনালোঁ সকলোকে 🤗🌿💞✅
06/09/2025

শুভ সন্ধিয়া জনালোঁ সকলোকে 🤗🌿💞✅

06/09/2025
Good morning 🌞❤️
03/09/2025

Good morning 🌞❤️

Good afternoon
30/08/2025

Good afternoon

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when pompi goswami posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share