PUB Kamrup College AASU Unit

  • Home
  • PUB Kamrup College AASU Unit

PUB Kamrup College AASU Unit আমি একেলগে আছিলো, একেলগে থাকিম, হাতে হাতে ধৰি আগবাঢ়ি গৈ সফলতাৰ আকাশ চুমিম।

।।জয় আই অসম।।

বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ  Abinash Neog New  ছাৰ
08/06/2026

বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ Abinash Neog New ছাৰ

আটাইকেইজন প্ৰতিযোগিলৈ আন্তৰিক অভিনন্দন 💐💐
06/06/2026

আটাইকেইজন প্ৰতিযোগিলৈ আন্তৰিক অভিনন্দন 💐💐

🌱 বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য বহন কৰি পূব কামৰূপ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰা ...
05/06/2026

🌱 বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য বহন কৰি পূব কামৰূপ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰা হয়। সেউজীয়া পৰিৱেশ গঢ়াৰ সংকল্পৰে এই পদক্ষেপ গ্ৰহণ কৰা হয়।
~ধন্যবাদেৰে
পূব কামৰূপ মহাবিদ্যালয় আছু গোট

পূব কামৰূপ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আয়োজিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত অনলাইন ফটোগ্ৰাফী প্ৰতিযোগিতাত প্ৰকৃত...
05/06/2026

পূব কামৰূপ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আয়োজিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত অনলাইন ফটোগ্ৰাফী প্ৰতিযোগিতাত প্ৰকৃতি আৰু পৰিৱেশৰ সৌন্দৰ্যক কেমেৰাৰ জৰিয়তে তুলি ধৰাৰ এই সৰু প্ৰচেষ্টাত আপোনালোকৰ মৰম, শুভেচ্ছা আৰু সমৰ্থন কামনা কৰিলোঁ। 🌿💚
(বি. দ্ৰ.- ফটোৰ লগত নিজৰ নাম আৰু ঠিকনা প্ৰেৰণ কৰিব )

পূব কামৰূপ মহাবিদ্যালয় আছু গোটৰ পূৰ্ণাংগ কমিটি গঠন কৰা হ'ল। নবগঠিত কমিটীখনলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলো...
01/06/2026

পূব কামৰূপ মহাবিদ্যালয় আছু গোটৰ পূৰ্ণাংগ কমিটি গঠন কৰা হ'ল। নবগঠিত কমিটীখনলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
আমি আশা কৰোঁ যে কমিটীখনে দায়িত্বশীলতা, একতা আৰু নিষ্ঠাৰে সংগঠনৰ সকলো কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰি আছু গোটক আৰু অধিক শক্তিশালী কৰি তুলিব।

বিদ্ৰ: যদিহে এতিয়াও কোনো ছাত্ৰ ছাত্ৰীয়ে আমাৰ লগত অৰ্থাৎ পূব কামৰূপ মহাবিদ্যালয় আছু গোটত যোগদান কৰিম বুলি ভাবি আছে , তেওলোকক আমাৰ যিকোনো সদস্যৰ লগত যোগদান কৰিবলৈ আহ্বান জনালো ।

~মানৱ কলিতা, সভাপতি।
~ৰাইহান চিদ্দিক, সাধাৰণ সম্পাদক
পূব কামৰূপ মহাবিদ্যালয় আছু গোট
জয় আই অসম ✊🏻✊🏻

পূব কামৰূপ মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা সমূহ ইছলাম ধর্মী বন্ধু বান্ধৱী, ভাইটি ভণ্টি সকলক পবিত্ৰ ঈদৰ আন্তৰিক শুভকামনা জ...
28/05/2026

পূব কামৰূপ মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা সমূহ ইছলাম ধর্মী বন্ধু বান্ধৱী, ভাইটি ভণ্টি সকলক পবিত্ৰ ঈদৰ আন্তৰিক শুভকামনা জনাইছো। 🪄

এয়া যেন নতুনৰ যাত্রা। পূব কামৰূপ মহাবিদ্যালয় আছু গোটৰ নব-নির্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদক। সভাপতি: মানৱ কলিতা। সাধা...
21/05/2026

এয়া যেন নতুনৰ যাত্রা। পূব কামৰূপ মহাবিদ্যালয় আছু গোটৰ নব-নির্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদক। সভাপতি: মানৱ কলিতা।
সাধাৰণ সম্পাদক: ৰাইহান চিদ্দিক।

শুভেচ্ছা আটাইলৈ। ভাল হ'ব সকলোৰে।

জয়তু পূব কামৰূপ মহাবিদ্যালয়।। জয়তু পূব কামৰূপ মহাবিদ্যালয় আছু গোট।।

AASU (All Assam Students Union)

Free Programme Selection Centre, FYUGP(26-30). Day:01.Main Office, Pub Kamrup Students' Union.
14/05/2026

Free Programme Selection Centre, FYUGP(26-30). Day:01.

Main Office, Pub Kamrup Students' Union.

আহিবা সকলোৱে, ১২ মে তাৰিখৰ পৰা। স্থান: পূব কামৰূপ ছাত্ৰ সন্থাৰ মুখ্য কার্যালয়, বাইহাটা চাৰিআলি।
11/05/2026

আহিবা সকলোৱে, ১২ মে তাৰিখৰ পৰা। স্থান: পূব কামৰূপ ছাত্ৰ সন্থাৰ মুখ্য কার্যালয়, বাইহাটা চাৰিআলি।

FYUGP (2026-2030) Helpdesk Day-04
04/05/2026

FYUGP (2026-2030) Helpdesk Day-04

Address


Website

Alerts

Be the first to know and let us send you an email when PUB Kamrup College AASU Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your business to be the top-listed Advertising & Marketing Company?

Share