30/05/2025
গোলাঘাট মিডিয়া ফ'ৰামৰ সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ছহিদ সাংবাদিক পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বৰপথাৰ ছেৱাগুৰিৰ নিবাসী বিশিষ্ট উদ্যোগপতি মাদূৰ্য্য শইকীয়াক সম্বৰ্ধনা জনোৱা হয় ৷