23/09/2025
৯০ৰ দশকৰ সেই নষ্টালজিয়া, শৈশৱ-কৈশোৰ-যৌৱনৰ সেই ৰঙীন স্মৃতিবোৰত আউল লগাই গুপুতে গুপুতে অকলে এৰি থৈ ক'তেনো আছাগৈ তুমি, জুবিন !
'বিধাতা'ৰ ক্ৰুৰতাই আমাৰ 'আশা'বোৰ চূৰ্ণ-বিচূৰ্ণ কৰি জীৱনৰ 'ৰং'বোৰ মলিন কৰি পেলালে ।
'উন্মনা মনে' এতিয়াও 'ৰৈ ৰৈ বিনাইছে', হঠাৎ কোনো এটি 'সন্ধ্যা' ভাঁহি আহিব তোমাৰ 'বাঁহী'ৰ অমিয়া সুৰ . .
Dear Zubeen…
For the 90s generation, you are our childhood, our teenage years, and our adulthood. To us, you were strength and solace in every season of life.
Your songs were the foundation of our mental awakenings, the background score of every festivity, the exultation of our loves, and the lament of our heartbreaks.
Your songs were not just a daily part of our lives-your voice was our energy. For every cause of Assam, you stood as our guiding light.
Today, we have lost the voice of our generation. Farewell, our heartthrob. Farewell, Zubeen Da.