Preparation hub

Call Directions Contact the business

Preparation hub Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Preparation hub, Social Media Agency, paltan bazar, Guwahati.

29/05/2026
15/05/2026

ৰাইজ আপোনালোকে সতৰ্ক হবৰ হল । তেলৰ ওপৰত এখন দেশৰ অৰ্থনীতি নিৰ্ভৰ কৰে । তেলৰ দাম বঢ়া মানে বস্তুৰ দাম বঢ়া । আগন্তুক দিনত দেশৰ অবস্থা বেয়া হোৱা উমান পোৱা গৈছে । এইক্ষেত্ৰত চৰকাৰ কৰণীয় একো নাই ( তেলৰ বিকল্প বিচাৰিব লাগিব)। কাৰণ ইৰাণ আৰু আমেৰকাৰ যুদ্ধ কোন দিন শেষ হৈ ঠিক নাই । ভাৰত চৰকাৰৰ তেল সৰবৰাহ কম হৈ পৰিছে ।

Good news
18/02/2026

Good news

16/02/2026

Gk Questions Assam//ADRE//ASSAM POLICE

১) অসমৰ ৰাজ্যিক ভাষা কি?

উত্তৰ :- অসমীয়া।

২) তেজৰ ৰং ৰঙা কিয় হয়?

উত্তৰ :- হেমোগ্লোবিনৰ বাবে।

৩) অসমৰ সৰ্ববৃহৎ নদী কোনখন ?

উত্তৰ :- ব্ৰহ্মপুত্ৰ।

৪) কম্পিউটাৰৰ জনক কাক কোৱা হয় ?

উত্তৰ :- চাৰ্লছ বেবেজ।

৫) পৃথিৱীৰ একমাত্র উপগ্রহ কোনটো ?

উত্তৰ: উত্তৰটো COMMENT box ত লিখিব

Notification for integrated four years B.ed program entrence examination ( B.A b.ed  ,B.SC b.ed  , B.COM b.ed )
16/02/2026

Notification for integrated four years B.ed program entrence examination ( B.A b.ed ,B.SC b.ed , B.COM b.ed )

Most important questions
16/02/2026

Most important questions

Address

Paltan Bazar
Guwahati

Telephone

+917086412543

Website

Alerts

Be the first to know and let us send you an email when Preparation hub posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Preparation hub:

Shortcuts

Share