আস্ফালন:এক মৌনতা

আস্ফালন:এক মৌনতা Creatively works on News and Society and Social Issues

02/08/2020
মহানগৰীৰ 11 তা ward ত বলবৎ হব সম্পূৰ্ণ  LOCKDOWN
23/06/2020

মহানগৰীৰ 11 তা ward ত বলবৎ হব সম্পূৰ্ণ LOCKDOWN

চীন ভাৰতৰ এই দুদিন খণ্ড যুদ্ধত নিহত হোৱা আমাৰ বীৰ শ্বহীদসকলৰ  নাম শ্ৰদ্ধাৰে সুৱঁৰিছো। তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক।
17/06/2020

চীন ভাৰতৰ এই দুদিন খণ্ড যুদ্ধত নিহত হোৱা আমাৰ বীৰ শ্বহীদসকলৰ নাম শ্ৰদ্ধাৰে সুৱঁৰিছো। তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক।

16/06/2020

....
গুৱাহাটীৰ #প্ৰথমজন #সংবাদকৰ্মী কৰ'নাত আক্রান্ত।
নিষ্পক্স সমাচাৰ নামৰ হিন্দী বাতৰি কাকত এখনত কৰ্মৰত সংবাদকৰ্মীগৰাকী ।
আক্রান্ত সংবাদকৰ্মীগৰাকীৰ নাম #প্ৰহ্লাদ_কুমাৰ_আগৰৱাল।

ক্ষতিপূৰণ দিব...কাক দিব??ক্ষতিপূৰণে কি দিব ক্ষতিগ্ৰস্থক??দিব পাৰিব তামোলৰ বাৰিখন??দিব পাৰিব বিছ বছৰ পুৰণা আম গছ জোপা??দি...
11/06/2020

ক্ষতিপূৰণ দিব...
কাক দিব??ক্ষতিপূৰণে কি দিব ক্ষতিগ্ৰস্থক??দিব পাৰিব তামোলৰ বাৰিখন??
দিব পাৰিব বিছ বছৰ পুৰণা আম গছ জোপা??
দিব পাৰিব নে নাই, আগৰ দৰে খেতি মাটি দৰা??দিব পাৰিব নেকি, আগৰ দৰেই খোৱা পানীটুপা??পাৰিব নে দিবলে আগৰ দৰেই মাগুৰিবিল খন ঘূৰাই??প্ৰাণ ঘূৰাই দিব পাৰিব নেকি পানীৰ শিহু কেইটাৰ??পাৰে যদি ঘূৰাই দিয়ক আগৰ দৰেই ডিব্ৰু ছৈখোৱাখন, পাৰিব??ক্ষতিপুৰন নালাগে, সু-শৰীৰে দুৰ্লভ গগৈক ঘূৰাই দিয়ক...ক্ষতিপূৰণৰ কথা আমাৰ জীৱন, সম্পদৰ বিনিময়ত নকব। অসমৰ হাজাৰ হাজাৰ খিলঞ্জীয়া ডেকাই এনেই ত্যাগ কৰা নাছিল।অসমৰ ৰাইজে ডাল পাতত পানী দি আছে গুৰিত দিয়া নাই,প্ৰকৃত শত্ৰু চিনিব পৰা নাই,কেৱল অইল ক দুখ দি সকলো সামৰি থোৱা টো ভুল হৈছে,এনে ঘটনাৰ প্ৰকৃত কাৰণ ৰাষ্ট্ৰ যন্ত্ৰৰ শোষণ সেই কথা বহুতে বুজিও নুবুজা ৰ ভাও ধৰা টো আমাৰ ভুল।বাঘজান তথা ডিব্ৰুচৈখোৱাৰ এই অঞ্চল নতুন নহয় বহু পুৰণি।তেনে ক্ষেত্ৰত এনেধৰণৰ ঘটনাক অকৰ্মন‍্যতা বুলি ক'বলৈ অলপ অসুবিধা হয়।১৩দিনৰ ক্ষয়ণৰ পিছত বিস্ফুৰণ হৈছে।সেই ১৩টা দিনত বিভাগে কোনো বিশেষজ্ঞ কিয় নানিল?কিয় আজিৰ এই অৱস্থালৈকে ৰৈ থকা হ'ল।কিয় বাৰে বাৰে অসম আৰু অসমৰ সম্পত্তিক ধ্বংস আৰু শোষণেই কৰা হয়।কিয় অসমৰ সম্পদৰ বিনিয়ত এবাৰো ভৱা নহয় অসমৰ জীৱকূল,জলবায়ু আৰু থলুৱা জনগনৰ কথা।
জানি থওক,বুজি থওক।
সময়ত কামত আহিব।

09/06/2020

Address

Guwahati

Telephone

+916000626447

Website

Alerts

Be the first to know and let us send you an email when আস্ফালন:এক মৌনতা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share