31/07/2026
শেহতীয়া বানপানীত ক্ষতিগ্রস্ত পৰিয়ালসমূহলৈ সহায়ৰ হাত আগবঢ়াবলৈ আজি 'প্ৰদীপ এডভাৰটাইজিং এণ্ড কো.' আৰু 'সিদ্ধি যোগ ছ'চাইটি,ৰ যৌথ উদ্যোগত আমি শিৱসাগৰৰ বানপীড়িত অঞ্চলত উপস্থিত হওঁ।
আমাৰ অনুষ্ঠানৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তি আৰু শুভাকাংক্ষীসকলৰ মূল্যৱান সহযোগিতাৰে আমি ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ মাজত বানপানীৰ পিছত জৰুৰী সাহায্য সামগ্ৰী বিতৰণ কৰোঁ; যিয়ে এই কঠিন সময়ছোৱাত লোকসকলৰ মাজলৈ অলপ সকাহ প্ৰদান কৰিব।
----------------------
To extend a helping hand to families affected by the recent floods, we visited the flood-affected areas of Sivasagar today through a joint initiative of 'Pradip Advertising & Co.' and 'Siddhi Yoga Society'.
With the valuable support of everyone associated with our organization and our well-wishers, we distributed essential post-flood relief materials among the affected families, which will provide some relief to the people during this difficult time.