Ghy Market

Ghy Market We offer FREE shipping on all orders, no matter how big or small!

https://ghymarket.shop/handmade-bowl-ganbaru-zycnzf
27/06/2023

https://ghymarket.shop/handmade-bowl-ganbaru-zycnzf

The product description should talk about the product in a truthful yet flattering way. Remember to include information that the potential buyer would need, for example, details on sizing, color, a...

https://ghymarket.shop/handmade-vase-sora-zowtvk

https://ghymarket.shop/handmade-vase-yuugen-zkibft

https://ghymarket.shop/handmade-vase-ikigai-z2um7g

25/06/2023
25/06/2023

ভাড়া ঘৰৰ প্ৰেম গোটেই খিনি পঢ়িব
Website Link- https://ghymarket.shop/httpsghymarketshopmy-life-story-unknown

6/25/20231

ডলি নামৰ এগৰাকী যুৱতী বাস কৰিছিল এখন সৰু চহৰত সাতগাঁওত। তাই জীৱনত কঠিন পৰিস্তিতি অহাৰ পিছত নতুনকৈ জীৱন আৰম্ভনি কৰিবৰ বাবে গুৱাহাটীলৈ গুচি গৈছিল গণেশ গুৰীলৈ। ডলিয়ে নতুন আৰম্ভনি দৃঢ়ভাবে আকোৱালি লবলৈ তাই ভাড়াৰ বাৱে ঠাই বিচাৰিবলৈ আৰম্ভ কৰিলে। কিন্তু তাই সেইদিনাখন ভাড়াঘৰ বিচাৰি নাপাই Single Hotel Room Book কৰি নিশাটো কটালে।
পিছদিনাখন অৰ্থাৎ আজি তাই আকৌ ভাড়াঘৰ বিচাৰিলে এই দুপৰীয়া পকা ৰদত দুপৰীয়া গণেশগুৰীৰ ফ্লাইঅভাৰৰ কাষত খোজ কাঢ়ি গৈ থাকোতে এখন ধুনীয়া বিল্ডিং ঘৰত TO-LET দেখিলে। ঘৰৰ ডিজাউন বহুত ধুনীয়া আৰু ফুলৰ বাগিছা আছে। তাই নিজক নাযাই ৰখাব নোৱাৰিলে। তাই বহুত সুখ অনুভৱ কৰিলে। কাষত থকা মালিকৰ পৰা চাবি লৈ ৰোমৰ তলা খুলিলে, তাই ভিতৰত ভৰি দিয়াৰ লগে লগে মন প্ৰাণ খুলি কলে (WAW) ৱাউ বহুত ধুনীয়া । ঘৰৰ খিড়ীকীৰে সূৰ্য্যৰ পোহৰ, ঘৰৰ ভিতৰত দেৱালত থকা Love, Huge, Romantic ছবি দেখি আনন্দত একো কব নোৱাৰিলে। ডলিয়ে জানিছিল যে তাই বিছৰা ঘৰটো পালে।
ডলিয়ে নাজানিছিল, ঘৰটোৰ এটা কাহিনী আছিল। ইয়াৰ গৰাকী আছিল কাঞ্চন আৰু বিপিন নামৰ এজন বৃদ্ধ দম্পতীয়ে, কেইবা দশক ধৰি একেলগে অতিবাহিত কৰিছিল, তেওঁলোকৰ প্ৰেম ভাগ বতৰা আৰু সেই দেৱালবোৰত অগণন স্মৃতি, হাঁহি আৰু তেওঁলোকৰ চিৰস্থায়ী কাহিনীৰে ভৰি আছিল।

ঘৰখন এতি ডলিৰ । তাই ঘৰত থিতাপি হোৱাৰ লগে লগে অতীতৰ বস্তুবোৰ চাবলৈ আৰম্ভ কৰিলে। ধুলিৰে আৱৰি থকা ড্ৰয়াৰৰ ভিতৰত লুকোৱাই থোৱা সুন্দৰ হাতে লিখা ডায়েৰি এখন পাই, ডায়েৰীখন পুৰণি আলোক চিত্ৰ আৰু দেৱালত থকা ছবিয়ে ডলিক ৰোমান্তিক কৰি তুলিলে। তাই আকৈ গভীৰভাৱে চিন্তা কৰিৱ ধৰিলে প্ৰকৃততে হৈছিল কি

ডলিয়ে ডায়েৰিখন পঢ়ি কাঞ্চন আৰু বিপিনৰ প্ৰেম কাহিনীৰ পৰা অনুপ্ৰাণিত হৈ তাই মৰমৰে পুৰণি আচবাপবোৰ উদ্ধাৰ কৰিছিল আৰু পুৰণি আলোকচিত্ৰবোৰ ফ্ৰেম কৰি সজাই থৈছিল।তাই বাগিছাখন আকৌ ভাল কৰিৱলৈ সাৰ-পানী যোগান ধৰিছিল।

এদিন হঠাৎ বাগিছাত কাম কৰি থাকোতে ওচৰতে থকা বেঞ্চত বয়সীয়াল মানুহ, নাম মধুৰাম বহি থকা দেখিলে।

তেওঁৰ মিচিকীয়া হাহি আৰু উজ্জল চকুই ডলিক নিজৰ মানুহ নিচিনা লাগিল , ডলি মানুহজনৰ কাষ চাপিল। মানুহ জনে নিজকে দীৰ্ঘস্থায়ী বুলি পৰিচয় দিলে । ডলিয়ে পুৰণি ঘৰত থকাৰ বাবে মানুহজনে সকলোবেৰ কথা খুলি কলে। কাঞ্চন আৰু বিপিনৰ বন্ধু আছিল , তেওলোকৰ সচা ভাল পোৱাৰ মূল সাক্ষী আছিল মধুৰাম। লগে লগে ডলিৰ হৃদয়ত স্পন্দন কৰিলে।

মধুৰামে ডলিক সদাই কাঞ্চন আৰু বিপিনৰ প্ৰেমৰ কাহিনী কৈছিল। ডলি প্ৰেম কাহিনী শুনি আনন্দলাভ কৰিছিল, দুসাহসিক প্ৰম আৰু দেৱালত অকা চিত্ৰ দেখি ডলি অকৌ বেছি অকৰ্ষিত হৈছিল। তাই অনুভৱ কৰিছিল তেওলোকৰ প্ৰেম চিৰযুগমীয়া।

যেতিয়া ডলি আৰু মধুৰাম একেলগে অধিক সময় অতিবাহিত কৰিছিল, ঘৰটো উজ্জল আৰু অতীতৰ কথা মনত পেলাইছিল, তেওঁলোকৰ মাজত এক গভীৰ সম্পৰ্ক গঢ়ি উঠিছিল। তেওঁলোকে ইতিহাস, প্ৰেম আৰু পুৰণি ঘৰবোৰৰ সুন্দৰকৈ সজাই আৱিষ্কাৰ কৰিছিল। তেওঁলোকৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিছিল, আৰু তেওঁলোকে ইজনে সিজনৰ লগত থাকি সান্ত্বনা লাভ কৰিছিল।

কাঞ্চন আৰু বিপিন প্ৰেমপ প্ৰতিধ্বনিৰ মাজত ডলি আৰু মধুৰাম প্ৰেম কাহিনী ফুটি উঠিছিল। দুয়োতাই সৰলভাৱে জীৱন অতিৱাহিত কৰিব ধৰিলে আৰু শিকিলে (Cherishing the lessons learned from the past and embracing the present)অতীতৰ দুখবোৰৰ পৰা শিকি ৱৰ্তমানক আদৰি লোৱা . তেওলোকৰ মৰম, ভালপোৱা শক্তিৰ এটাই প্ৰমাণ আছিল যে ক্ষতি আৰু অন্তৰৰ আঘাত পোৱাৰ পিছতো নতুনকৈ সম্পৰ্ক বা দ্বিতীয় বাৰলৈও সদায় সম্ভৱ আছিল।

https://ghymarket.shop/kamakhya-temple
24/06/2023

https://ghymarket.shop/kamakhya-temple

This famous Hindu temple dedicated to the goddess Kamakhya is one of the must-visit landmarks in Guwahati. It offers stunning architecture and panoramic views of the city.

Address

Satgaon Kalyankuchi
Guwahati
781171

Alerts

Be the first to know and let us send you an email when Ghy Market posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share