AssamBharat

AssamBharat "CHOICE IS YOURS"

The inspiration of the collection derives from a public appreciation for the brand's heritage, and each item is one of a kind."ASSAM BHARAT" created all brand products that are in numbered editions.

18/02/2024

কুঁৱাৰ লেতেৰা পানী খাই ১০০ বছৰ জীয়াই আছিল, এতিয়া RO পানী খায় ৪০ বছৰতে বুঢ়া হৈ যায়..

*শালত পেৰা তেল খাইয়ে বুঢ়া কালতো কষ্ট কৰিব পাৰিছিল এতিয়া ডাৱল ,ট্ৰিপল ফিল্টাৰ কৰা তেল খাইও ডেকাতে ফোঁ‌পনিয়ে ধৰে

*ডাঙৰ আকাৰৰ নিমখ খাইও বেমাৰ নহৈছিল এতিয়া আয়ডিন যুক্ত নিমখ খায় ৰক্তৰ চাপ উচ্চ নিম্ন হৈয়ে থাকে

*এঙাৰ ,নিমখ ,নিমৰ ঠাৰিৰে দাঁ‌ত ঘঁ‌হি ৮০ বছৰ বয়সতো চব বস্তু চোবাই খাব পাৰিছিল এতিয়া নিমখ থকা Colgate ব্যৱহাৰ কৰিও সদায় দাঁ‌তৰ ডাক্তৰৰ ওচৰত যাব লাগে !!

*নাড়ী চুইয়ে কৈ দিব পাৰিছিল কি বেমাৰ হৈছিল এতিয়া দহ বাৰ মান পৰীক্ষা কৰাৰ পিছতো গম নাপায় আচল বেমাৰ কি !!

*৭-৮ টা লৰা ছোৱালী জন্ম দিও ৬০ বছৰ লৈকে খেতিত কাম কৰিছিল এতিয়া সন্তান গৰ্ভত স্থিতি লোৱা এমাহৰ পৰাই সাৱধানে থকাৰ পিছতো পেট ফালিহে সন্তান জন্ম দিব লগা হয়

*ক'লা গুৰৰ পৰা বনোৱা মিঠাই পেট ভৰি খাইছিল একো হোৱা নাছিল আৰু এতিয়া মিঠা নৌ খাওঁ‌তেই চুগাৰে (মধুমেহ) বেঢ়ি ধৰে

*বুঢ়া হৈ যোৱাৰ পিছতো আঁ‌ঠু বিষ নহৈছিল এতিয়া ডেকাই আঁ‌ঠু আৰু কান্ধৰ বিষত চিয়ঁ‌ৰি থাকে

*বুজি নাপাও এইয়া বিজ্ঞানৰ যুগ নে অজ্ঞানৰ যুগ

*ঘৰত গৰু ছাগলী ,চৰাই চিৰিকটি ,কুকুৰ, ঘৰৰ মানুহ আৰু আলহীলৈ বহুত ,বহুত খাদ্য বনাইছিল তথাপিও ঘৰৰ বাজেট সন্তোলন আছিল নাজানো কিয় !

*নাৰী বা পুৰুষৰ বাবে না জিম আছিল না ব্যয়ামৰ কেন্দ্ৰ আছিল তথাপিও সকলোৱে স্বাস্থ্য অটুট আছিল নাজানো কিয় !

*ঘৰ কেঁ‌চা আছিল ,কোঠা কম আছিল কিন্তু কাৰো বাপেক মাক বৃদ্ধাশ্ৰমত নাছিল নাজানো কিয় !

*যিমান খেলা বস্তু এতিয়াৰ ল'ৰা ছোৱালীৰ লগত থাকে তেতিয়া এইবোৰ নাছিল কিন্তু আনন্দ ভৰপুৰ আছিল নাজানো কিয় !

*এইয়া সেই সময়ৰ কথা যেতিয়া চ'চিয়েল মিডিয়া নাছিল

সংগ্ৰহ -মুখপুথিত পাই ভাল লাগিল শ্বেয়াৰ কৰিলোঁ।🙏

05/08/2023

Become a Star Health Insurance Agent Today !


#20%insentive

The inspiration of the collection derives from a public appreciation for the brand's heritage, and each item is one of a kind."ASSAM BHARAT" created all brand products that are in numbered editions. "CHOICE IS YOURS"

Wow! Your skin will be so happy with these products. 😍Free shipping on orders over ₹149/-100% satisfaction guaranteed.Ma...
13/07/2023

Wow! Your skin will be so happy with these products. 😍

Free shipping on orders over ₹149/-
100% satisfaction guaranteed.
Made with natural ingredients.



✨ 🧖‍♀️ 😍 💯 👍

Call to action: Shop now and see the difference for yourself! 🛍

Buy 2 Products @ Flat 50% Off Sitewide only on WOW Skin Science!Use Code: B250 to avail the offerShop Now!

Stay stylish and comfortable in Myntra's men's clothing.👕* 👖* 👔* ⌚️* 👞* 👓
09/07/2023

Stay stylish and comfortable in Myntra's men's clothing.
👕
* 👖
* 👔
* ⌚️
* 👞
* 👓





















Get Shorts Under Rs 399 only on Myntra!Shop Now!

Look sharp in these Myntra men's clothes!👕👖👔⌚️👞
09/07/2023

Look sharp in these Myntra men's clothes!
👕
👖
👔
⌚️
👞




















FASHION CARNIVAL SALE IS LIVE!Get Great Deals Under Flat 70% Off Store only on MyntraShop Now!

10/06/2023

Address

Guwahati

Alerts

Be the first to know and let us send you an email when AssamBharat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AssamBharat:

Share