13/03/2026
অচবেকিয়া জুবিনগাৰ্গিয়ানা (Osbeckia zubeengargiana) জয় জুবিন দা..!♥️
▶️ নতুন উদ্ভিদ প্ৰজাতিটোৰ নাম ৰখা হৈছে zubeengargiana(জুবিনগাৰ্গিয়ানা)
▶️ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ গৱেষক বৰ্ণালী দাস আৰু অধ্যাপিকা নমিতা নাথে এই নতুন উদ্ভিদ প্ৰজাতিটোৰ সন্ধান উলিয়ায়