Rubel Alom

Rubel Alom Rubel

15/06/2020

If you want to change your life,
with free cost with my team.

আচ্ছালামুআলাইকুম,এই পবিত্ৰ ক্ষণত আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ পবিত্ৰ ঈদ-উল-ফিতৰ উপলক্ষে মোৰ ফালৰ পৰা হিয়া ভৰা ওলগ আৰু আন্...
24/05/2020

আচ্ছালামুআলাইকুম,

এই পবিত্ৰ ক্ষণত আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ পবিত্ৰ ঈদ-উল-ফিতৰ উপলক্ষে মোৰ ফালৰ পৰা হিয়া ভৰা ওলগ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।

আশা কৰো এই ঈদে আমাৰ সকলোৰে মাজত সুখ শান্তি আশাৰ বতৰা কঢ়িয়াই আনক।

আহক! এইবাৰ ঘৰতে থাকি ঈদ উদযাপন কৰো।ঘৰতে থাকক, সুৰক্ষিত থাকক, সামাজিক দূৰত্ব বজাই ৰাখক |

24/04/2020

ক্ৰমিক নং: 331
প্ৰতিযোগীৰ নাম: Rubel Alom
ঠিকনা: Hojai
বয়স: 19



কিছুদিন পূৰ্বে Instagram আৰু Facebook এটি নতুনকৈ পেজ খোলা হয়।

ৰঙালী বিহুৰ উপলক্ষে Facebook ৰ পেজৰ তৰফৰ পৰা এখনি ফটো প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

(যুৱক - যুৱতী উভয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব, বয়সৰ কোনো সীমা নাই)

আপোনাৰ এখনি সুন্দৰ তথা উন্নত মানদণ্ডৰ ফটো তলত দিয়া নম্বৰত আমালৈ প্ৰেৰণ কৰিব পাৰিব-
8253885198

# প্ৰতিযোগিতাৰ নিয়মাৱলী -

√ ফটো সমূহ মাৰ্জিত সাজ-পাৰৰ হব লাগিব।

√প্ৰতিযোগী সকলে তেওঁলোকৰ নাম, ঠিকনা ,বয়স ফটো খনৰ সৈতে দিব লাগিব।

√ফটো খন পেজত আপলোড দিয়াৰ পাছত লাইক আৰু শ্বেয়াৰৰ সহায়ত ভোট গণনা কৰা হব।

√প্ৰতিযোগিতাৰ সময় 19 এপ্ৰিলৰ পৰা 3 মে লৈ। পেজৰ তৰফৰ পৰা অহা 4 মে তাৰিখে ফলাফল ঘোষণা কৰা হব।

√ প্ৰতিযোগীৰ মুঠ সংখ্যা 50 গৰাকীৰ ওপৰত হলে হে ফলাফল ঘোষণা কৰা হব।

√ এই প্ৰতিযোগিতাত মুঠ ৩ জনক বিজয়ী ঘোষণা কৰা হব।

#ভোট-
লাইক= 1 টা ভোট
কমেন্ট= 2 টা ভোট
শ্বেয়াৰ = 5 টা ভোট

√ এজন ব্যক্তিয়ে এটা কমেন্ট আৰু এটা শ্বেয়াৰহে কৰিব পাৰিব ৷

পুৰষ্কাৰ:-
1) প্ৰথম- এক মাহৰ মোবাইল ৰিচাৰ্জ , কিতাপৰ টোপোলা লগতে ফটো সহ মান পত্ৰ ৷
2)দ্বিতীয়- কিতাপৰ টোপোলা আৰু ফটো সহ মান পত্ৰ ৷

3)তৃতীয়- কিতাপৰ টোপোলা আৰু ফটো সহ মান পত্ৰ ৷

# সমূহ অংশগ্ৰহণকাৰীলৈ পেজৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু প্ৰতিযোগিতাৰ শুভেচ্ছা থাকিল।

আপোনালোকে যদি এতিয়াও পেজটো লাইক কৰা নাই , তেনেহলে তলৰ লিংকটোত গৈ লাইক কৰিব অনুৰোধ জনালোঁ ৷

ধন্যবাদ

Facebook: https://www.facebook.com/pg/Cute-updatee-111738877045454/about/

 #আতংকিত নহয়, সাৱধান হওঁক
23/03/2020

#আতংকিত নহয়, সাৱধান হওঁক

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Rubel Alom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rubel Alom:

Share