Kopili Live

Kopili Live Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kopili Live, Social Media Agency, Hojai, Hojai.
(1)

সময় উপযোগীকৈ ন্যায় আৰু নিষ্ঠা বাতৰি পৰিৱেশন কৰা আমাৰ লক্ষ্য।
আমাৰ বাতৰি কাৰো পক্ষে বা বিপক্ষে নহয়, সত্য আৰু ন্যায়ৰ হৈ বাতৰি পৰিৱেশন কৰা আমাৰ লক্ষ্য আৰু উদ্দেশ্যে।

16/09/2026
15/09/2026

ৰাইজৰ স্বাৰ্থত দহ দফীয়া দাবীৰে হোজাই জিলা আমছুৰ উত্তপ্ত ৰদৰ মাজত ২ ঘণ্টীয়া ধৰ্মঘট পালন হোজাইৰ শংকৰদেৱ নগৰ।

প্ৰাক্তন মন্ত্ৰী  ছিদ্দিক আহমেদ ডাঙৰীয়াৰ দেহাৱসানৰ খবৰে আমাক গভীৰভাৱে মৰ্মাহত কৰিছে।প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগ...
13/09/2026

প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ডাঙৰীয়াৰ দেহাৱসানৰ খবৰে আমাক গভীৰভাৱে মৰ্মাহত কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়োৱা ছিদ্দিক আহমেদ ডাঙৰীয়াই জনসেৱা আৰু অসমৰ ৰাজহুৱা জীৱনত এক উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে।

তেখেতৰ বিয়োগে অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে।

এই দুখৰ সময়ত তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন, গুণমুগ্ধ আৰু শুভাকাংক্ষীসকললৈ মই আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।

মাহন আল্লাহে তেখেতক জান্নাত নচিব কৰক।

জীৱন বাটত আছে ঘাত প্ৰতিঘাত, নিশাৰ পিছত আছে প্ৰভাত।
13/09/2026

জীৱন বাটত আছে ঘাত প্ৰতিঘাত, নিশাৰ পিছত আছে প্ৰভাত।

10/09/2026

গান গাবলৈ মনত বৰ হেপাঁহ, কিন্তু দৰিদ্ৰতা আৰু উপযুক্ত স্থানৰ অভাৱত এনেবোৰ প্ৰতিভা বিলুপ্ত হৈ গৈ আছে।

08/09/2026

যমুনাচিট এ,জে জ্ঞান বিদ্যালয়ৰ ছাত্ৰ চাহিল আহমেদৰ ইংৰাজী ভাষণ।

মোৰ বহু কথা বহু সপোন হয়তো জীৱনৰ অন্তিম ক্ষণত নহ'ব আপোন।পাহৰিব বিচৰা বহু স্মৃতি, বাৰে বাৰে ঘূৰি আহি কৰে মোৰ আবেগৰ ক্ষতি।
08/09/2026

মোৰ বহু কথা বহু সপোন হয়তো জীৱনৰ অন্তিম ক্ষণত নহ'ব আপোন।
পাহৰিব বিচৰা বহু স্মৃতি, বাৰে বাৰে ঘূৰি আহি কৰে মোৰ আবেগৰ ক্ষতি।

06/09/2026

যমুনাচিট এ,জে, জ্ঞান বিদ্যালয়ৰ সষ্টম শ্ৰেণীৰ ছাত্ৰীৰ কিমান সুন্দৰ ইংৰাজী ভাষণ।

Address

Hojai
Hojai

Website

Alerts

Be the first to know and let us send you an email when Kopili Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share