My News Hojai

My News Hojai News & Information related all contents-

30/03/2026

বিন্ধাকান্দি সমষ্টিৰ অন্তৰ্গত হোজাইৰ আমলিপুখুৰী গাঁৱত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ

30/03/2026

বৰষুণৰ মাজত নিৰ্বাচনী প্ৰচাৰ

বিন্নাকান্দি সমষ্টিৰ অধিনত হোজাইৰ আমলিপুখুৰী গাঁৱত ৰেজাউল কৰিম চৌধুৰীৰ নিৰ্বাচনী সভা

30/03/2026

বিন্নাকান্দি সমষ্টিৰ অধিনত হোজাইৰ আমলিপুখুৰী গাঁৱত ৰেজাউল কৰিম চৌধুৰীৰ নিৰ্বাচনী সভা

30/03/2026

হোজাইত ভাৰতীয় জনতা পাৰ্টিৰ হোজাই সমষ্টিৰ বুথ আৰু পৃষ্ঠা প্ৰমুখ সন্মিলন

|| হোজাই জিলাত 'ড্ৰাই ডে' ঘোষণা ||অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬-ৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ শেহতীয়া নিৰ্দেশনা, জন প...
30/03/2026

|| হোজাই জিলাত 'ড্ৰাই ডে' ঘোষণা ||

অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬-ৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ শেহতীয়া নিৰ্দেশনা, জন প্ৰতিনিধিত্ব আইন ১৯৫১-ৰ ধাৰা ১৩৫(চি) আৰু অসম আবকাৰী নিয়মাৱলী ২০১৬-ৰ নিয়ম ৩২৬(এ) অনুসৰি হোজাইৰ জিলা আয়ুক্ত শ্ৰী দেৱ প্ৰসাদ মিশ্ৰই (ভা:প্ৰ:সে) এক আদেশ জাৰি কৰিছে।

এই নিৰ্দেশনা অনুসৰি, অহা ৭ এপ্ৰিল ২০২৬-ৰ বিয়লি ৫ বজাৰ পৰা ৯ এপ্ৰিল ২০২৬-ৰ বিয়লি ৫ বজালৈকে সুৰা বিক্ৰী আৰু বিতৰণ নিষিদ্ধ থাকিব।

তাৰোপৰি, ভোট গণনাৰ বাবে নিৰ্ধাৰিত দিন অৰ্থাৎ ৪ মে', ২০২৬ তাৰিখেও হোজাই জিলাত ভোটগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত 'ড্ৰাই ডে' অব্যাহত থাকিব।

এই নিৰ্দিষ্ট সময়ছোৱাত জিলাখনৰ সকলো পাইকাৰী ৱেৰহাউচ, আই.এম.এফ.এল (IMFL) খুচুৰা 'অফ' আৰু 'অন' দোকান, ক্লাব, বাৰ, হোটেল আৰু দেশীয় সুৰাৰ দোকানসমূহ সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

কোনো ব্যক্তিয়ে অবৈধভাৱে সুৰা মজুত কৰি ৰখা কাৰ্যও নিষিদ্ধ কৰা হৈছে আৰু অনুজ্ঞাপত্ৰবিহীন স্থানত সুৰা মজুতকৰণৰ বিৰুদ্ধে আবকাৰী আইন কঠোৰভাৱে প্ৰয়োগ কৰা হ’ব।

এই চৰকাৰী আদেশৰ কোনো ধৰণৰ উলংঘন ঘটিলে, অসম আবকাৰী আইন আৰু নিয়মাৱলীৰ লগতে জনপ্ৰতিনিধিত্ব আইন ১৯৫১-ৰ ধাৰা ১৩৫(চি) অনুসাৰে দোষীৰ বিৰুদ্ধে বিহিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Election Commission of India
Chief Electoral Officer, Assam
Hojai Election District
Janasanyog Hojai

29/03/2026

হোজাই চহৰৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক লৈ মত বিনিময় কংগ্ৰেছৰ প্ৰাৰ্থী জিল্লী চৌধুৰীয়ে....

26/03/2026

👉 হোজাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে হঠাৎ সংবাদমেল আয়োজন কৰি কি কি বি*স্ফো"ৰ*ণ আনিলে....

25/03/2026

হোজাইৰ মুছলীমপট্টিত বিজেপিৰ প্ৰাৰ্থী শিলাদিত্য দেৱৰ নিৰ্বাচনী প্ৰচাৰ

23/03/2026

মনোনয়নৰ পিছত আজমল মন্তব্য শুনি লওক

23/03/2026

হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিলৰ পিছতে উৎফুল্লিত

23/03/2026

বিন্নাকান্দি সমষ্টিৰ অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী মন্তব্য শুনি লওক

23/03/2026

গণতন্ত্ৰ ৰ উৎসৱ

Address

Hojai
782435

Telephone

+919975320065

Website

Alerts

Be the first to know and let us send you an email when My News Hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to My News Hojai:

Share