Assamese song and videos

Assamese song and videos Assamese song And videos

01/09/2022

আজি গনেশ পূজা....!!
এই পোষ্টটো যিমান পাৰে শ্বেয়াৰ কৰক 🙏

তামিলনাডুৰ মন্দিৰত বন্দী অসমৰ হাতীক নৃশংস নিৰ্যাতন.....😥

#জয়মালা এই হাতীটো মাথোঁ ছয়মাহৰ বাবে ২০০৮ চনত অসমৰ পৰা তামিলনাডুলৈ লিজত নিয়া হৈছিল।

কিন্তু যোৱা ১৩ বছৰে অবৈধ ভাবে বন্দী কৰি ৰখা হাতীটোক এটা মন্দিৰ চৌহদত চাৰিওখন ঠেং শিকলিৰে বান্ধি কেইবাজনো মাউতে নৃশংসভাবে মাৰপিত কৰি থকাৰ ভিডিঅ' পেটা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ৰাজহুৱা কৰাৰ লগতে চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে।

কিন্তু সকলো জানিও নিৰ্লিপ্ত হৈ আছে অসমৰ বন বিভাগ।

01/09/2022

অসমৰ কাকপথাৰৰপৰা তামিলনাডুৰ মন্দিৰলৈ লৈ যোৱা ‘জয়মালা’ নামৰ এই হাতীটোৰ ওপৰত চলোৱা বৰ্বৰ, অমানুষিক নিৰ্যাতনৰ ভিডিঅ’ ৰাজহুৱা হৈছে । ‘জয়মালা’ক এই অমানুষিক অত্যাচাৰৰ পৰা উদ্ধাৰ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে অসমলৈ ঘূৰাই অনাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক ।

17/08/2022

খেলিমেলি হ’লে বেয়া লাগে। বেয়া লাগিলেও উপায় নাই। যিমানেই চেষ্টা নকৰক ক’ৰবাত খেলিমেলি হৈ যায়। কিছুমানে আকৌ জানিশ....

05/07/2022
16/05/2021

Zubeen da old song

Address

Jorhat

Telephone

+16002475115

Website

Alerts

Be the first to know and let us send you an email when Assamese song and videos posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share