Barkataki Company Private Limited

Barkataki Company Private Limited A complete solution of commercial printing, packaging and publishing portfolio.

08/03/2024

Urgent requirement for a female maid in Dispur, Guwahati.

সকলো লৈ মহা অষ্টমীৰ শুভেশ্যা আৰু শুভকামণা। Here's wishing everyone on the occasion of Maha Asthomi.
22/10/2023

সকলো লৈ মহা অষ্টমীৰ শুভেশ্যা আৰু শুভকামণা।
Here's wishing everyone on the occasion of Maha Asthomi.

আজি মহা অষ্টমী। সকলো লৈ মা ৰ আশীৰ্বাদ থাকক । Here's wishing everyone on the occasion of Maha Asthami.
22/10/2023

আজি মহা অষ্টমী। সকলো লৈ মা ৰ আশীৰ্বাদ থাকক ।
Here's wishing everyone on the occasion of Maha Asthami.

সকলোলৈ মহা সপ্তমীৰ শুভেশ্যা ।
21/10/2023

সকলোলৈ মহা সপ্তমীৰ শুভেশ্যা ।

Here's wishing everyone a happy Maha Chasthi.
20/10/2023

Here's wishing everyone a happy Maha Chasthi.

Here's wishing everyone Happi Chasthi. সকলোকে পবিত়ৃ ষষ্ঠীৰ শুভেচ্ছা আৰু শুভকামণা |
20/10/2023

Here's wishing everyone Happi Chasthi.

সকলোকে পবিত়ৃ ষষ্ঠীৰ শুভেচ্ছা আৰু শুভকামণা |

Here's wishing everyone on holy Hanuman Jayanti.
06/04/2023

Here's wishing everyone on holy Hanuman Jayanti.

Here's wishing everyone on holy Mahavir Jayanti.
04/04/2023

Here's wishing everyone on holy Mahavir Jayanti.

22/01/2023

এজন মূখ্যমন্ত্ৰীয়ে যদি চিনেমা এখনক লৈ মন্তব্য কৰে, আমী দেশৰ প্ৰথম ৫খন ৰাজ্যৰ শাৰীত পৰিম নে?

19/01/2023

অসমৰ বৌদ্ধিক ক্ষেত্ৰলৈ অসাধাৰণ অৱদান আগবঢ়োৱা নীলমণি ফুকনদেৱৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।

আজি বিয়লি ভূতনাথ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়। অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়াই যোৱা অসাধাৰণ অৱদানৰ বাবে তেখেত চিৰদিন আমাৰ বাবে স্মৰণীয় হৈ থাকিব।

শুভ মহালয়া। 'মহ' শব্দৰ অৰ্থ - 'প্ৰেত' আৰু 'আলয়' অৰ্থাৎ 'আশ্ৰয়', অৰ্থাৎ যি সময়ত সমস্ত প্ৰেতলোক বাসী অশৰীৰী চিন্ময় আত্...
25/09/2022

শুভ মহালয়া।

'মহ' শব্দৰ অৰ্থ - 'প্ৰেত' আৰু 'আলয়' অৰ্থাৎ 'আশ্ৰয়', অৰ্থাৎ যি সময়ত সমস্ত প্ৰেতলোক বাসী অশৰীৰী চিন্ময় আত্মাগণ প্ৰিয়জনৰ দৰ্শনৰ অৰ্থে মৃত্যুলোকত আশ্ৰয় গ্ৰহণ কৰে, সেই সময়েই হৈছে 'মহালয়া'।

মহালয়াৰ সময়ত পিতৃকুলৰ শান্তিৰ অৰ্থে নদীৰ তীৰত স্বৰ্গগামী পূৰ্বজৰ চিন্ময় আত্মাৰ প্ৰতি শ্ৰদ্ধা আৰু তৰ্পণ নিবেদন কৰা হয়। কেৱল পিতৃপুৰুষৰ উদ্দেশ্যেই তৰ্পণ কৰা হয় এনে নহয়। শাস্ত্ৰত বহুধৰণৰ তৰ্পণ প্ৰচলিত আছে। দেব-তৰ্পণ, ঋষি-তৰ্পণ, দিব্য-পিতৃ তৰ্পণ আদিৰ উপৰিও ৰাম-তৰ্পণ আৰু লক্ষণ-তৰ্পণৰ মাধ্যমেৰে পৃথিৱীৰ সকলো মৃত ব্যক্তিৰ উদ্দেশ্যে জল দান কৰা হয় ব্ৰহ্ম মুহূৰ্তত (সূৰ্য উদয়ৰ পূৰ্বৰ পৰা সূৰ্য উদয় পৰ্যন্ত)।

'মহালয়া' শব্দটি স্ত্ৰীলিংগবাচক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়, কাৰণ এই দিনাই 'পিতৃপক্ষ' ৰ অৱসান হয় অৰ্থাৎ অমাৱস্যাৰ অন্ধকাৰ দূৰ হৈ আলোকময় 'দেৱীপক্ষ'ৰ শুভাৰম্ভ হয়, আৰু লক্ষ্মী পূজাৰ পূৰ্ণিমাৰ দিনা দেৱীপক্ষৰ সমাপ্তি হয়। মহালয়াৰ দিনাই শিল্পীয়ে দেৱীৰ মৃন্ময় মূৰ্তিত দৃষ্টি প্ৰদান কৰে। অৰ্থাৎ এই দিনাই দেৱীৰ চকু অঁকা হয় আৰু মহাষষ্ঠীৰ দিনা হয় দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা।

আজি ২৫ ভাদ, ইং 11 September 2022. আজি অপৰপক্ষীয় শ্ৰাদ্ধ আৰু তৰ্পনাৰম্ভ।
11/09/2022

আজি ২৫ ভাদ, ইং 11 September 2022. আজি অপৰপক্ষীয় শ্ৰাদ্ধ আৰু তৰ্পনাৰম্ভ।

Address

Jonaki Path
Jorhat
781006

Alerts

Be the first to know and let us send you an email when Barkataki Company Private Limited posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share