𝐀𝐛𝐝𝐮𝐫 𝐑𝐨𝐡𝐢𝐦 𝐨𝐟𝐟𝐢𝐜𝐢𝐚𝐥

  • Home
  • India
  • Kamakhya
  • 𝐀𝐛𝐝𝐮𝐫 𝐑𝐨𝐡𝐢𝐦 𝐨𝐟𝐟𝐢𝐜𝐢𝐚𝐥

𝐀𝐛𝐝𝐮𝐫 𝐑𝐨𝐡𝐢𝐦 𝐨𝐟𝐟𝐢𝐜𝐢𝐚𝐥 𝐏𝐨𝐥𝐢𝐭𝐢𝐜𝐚𝐥 𝐀𝐧𝐝 𝐌𝐮𝐬𝐢𝐜 𝐋𝐨𝐯𝐞𝐫

11/04/2026

31/03/2026
30/03/2026

অহা কালি মঙ্গলবাৰ দিনৰ ১২ বজাত গৰৈমাৰী টাউন ক্লাবত AIUDF দলৰ এক বিশাল নিৰ্বাচনী সভাৰ আয়োজন কৰা হৈছে
উক্ত সভাত হেলিকপ্টাৰ যোগে উপস্থিত থাকিব AIUDF দলৰ সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব
তাৰ লগতে উপস্থিত থাকিব AIUDF দলৰ বিশিষ্ট অতিথি তথা সন্মানীয় বিধায়ক সকল
স্থান - গৰৈমাৰী টাউন ক্লাব
উক্ত সভাত সমূহ২৭ নং ছমৰীয়া বাসী ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।

Address

Choutara Bazar Bharat Enterprise
Kamakhya
BHITORDUAR781137

Telephone

+919577072252

Website

Alerts

Be the first to know and let us send you an email when 𝐀𝐛𝐝𝐮𝐫 𝐑𝐨𝐡𝐢𝐦 𝐨𝐟𝐟𝐢𝐜𝐢𝐚𝐥 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to 𝐀𝐛𝐝𝐮𝐫 𝐑𝐨𝐡𝐢𝐦 𝐨𝐟𝐟𝐢𝐜𝐢𝐚𝐥:

Share