ফকিৰাগ্ৰাম আঞ্চলিক ABMSU

ফকিৰাগ্ৰাম আঞ্চলিক ABMSU Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ফকিৰাগ্ৰাম আঞ্চলিক ABMSU, Social Media Agency, Kokrajhar.

Happy Teacher's Day to all respected Sir and Ma'am
05/09/2021

Happy Teacher's Day to all respected Sir and Ma'am

 জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ.....  ভৱিষ্যত জীৱন সুখময় আৰু শান্তিৰ হওঁক তাকে কামনা কৰিছোঁ..... আৰু সংগ্ৰামী জীৱনত আ...
01/09/2021


জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ..... ভৱিষ্যত জীৱন সুখময় আৰু শান্তিৰ হওঁক তাকে কামনা কৰিছোঁ..... আৰু সংগ্ৰামী জীৱনত আগুৱাই যাওঁক ........

৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ কিছু আলোকচিত্ৰ........ফকিৰাগ্ৰাম আঞ্চলিক ABMSU
15/08/2021

৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ কিছু আলোকচিত্ৰ........
ফকিৰাগ্ৰাম আঞ্চলিক ABMSU

ABMSU ZINDABAD
03/08/2021

ABMSU ZINDABAD

03/08/2021
  #আমাক_ন্যায়_লাগিবইশ্বহীদ লাফিকুল ইছলাম আহমেদ ৰ তেজৰ মূল্য ....... CBI য়ে মাত্ৰ তিনিজনৰ ফটো আৰু পৰিচয় প্ৰকাশ কৰিলে ....
03/08/2021


#আমাক_ন্যায়_লাগিবই

শ্বহীদ লাফিকুল ইছলাম আহমেদ ৰ তেজৰ মূল্য ....... CBI য়ে মাত্ৰ তিনিজনৰ ফটো আৰু পৰিচয় প্ৰকাশ কৰিলে .... আমি তেজৰ মূল্য পোৱা নাই । এই তিনিজনৰ লগতে আৰু যিমান ৰৌ, বৰালি আছে সকোলোকে চিনাক্ত কৰি ফাঁচী দিলেহে ..... আমি লাফিকুল ইছলাম আহমেদ ৰ তেজৰ মূল্য পাম ।

তিনিওটাকে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ড দিব লাগে
02/08/2021

তিনিওটাকে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ড দিব লাগে

01/08/2021


   আজি 01/08/2021  ছাত্ৰ সংহতি দিৱস পালন কৰি শ্বহীদ লাফিকুল ইছলাম আহমেদ ছাৰৰ হত্যাৰ CBI তদন্ত ৰাজহুৱা আৰু হত্যা কাৰিক গ্...
01/08/2021




আজি 01/08/2021 ছাত্ৰ সংহতি দিৱস পালন কৰি শ্বহীদ লাফিকুল ইছলাম আহমেদ ছাৰৰ হত্যাৰ CBI তদন্ত ৰাজহুৱা আৰু হত্যা কাৰিক গ্ৰেপ্তাৰ কৰাৰ দাবীত ফকিৰাগ্ৰাম আঞ্চলিক ABMSU য়ে প্ৰতিবাদ কৰা হয়

01/08/2021

Address

Kokrajhar
783354

Website

Alerts

Be the first to know and let us send you an email when ফকিৰাগ্ৰাম আঞ্চলিক ABMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share