I Love Margherita

I Love Margherita 𝗜 𝗟𝗢𝗩𝗘 𝗠𝗔𝗥𝗚𝗛𝗘𝗥𝗜𝗧𝗔❤️🙏🏻
💞𝓦𝓮𝓵𝓬𝓸𝓶𝓮 𝓽𝓸 𝓜𝓪𝓻𝓰𝓱𝓮𝓻𝓲𝓽𝓪💕

25/05/2026

#নিৰুদ্দেশ

নিখিল চ'নাৰ (বয়স১৬ বছৰ ) ,
পিতা-প্ৰেম চ'নাৰ, নিবাস - লেখা পানী আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ গেট। যোৱা ২১ মে ২০২৬ তাৰিখে অৰুণাচল প্ৰদেশৰ দেওমালীৰ পৰা প্ৰায় দুপৰীয়া ৩ বাজত নিৰুদ্দেশ হৈছে। ঘৰৰ পৰিয়ালে ল'ৰা জনক আজি লৈকে বিচাৰি পোৱা নাই। ঘৰৰ পৰিয়ালৰ অনুৰোধত, কোনোবা সদাশয় ব্যক্তিয়ে ল'ৰা জনৰ সম্ভেদ পালে এই নম্বৰত যোগাযোগ কৰিব- ৯৭০৭৬১১৬০৩/৭৫৭৬০১৭১১৭।

SHARE PLEASE

25/05/2026
25/05/2026

🔴পেট্রল-ডিজেল, ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত "বিক্ষোভ কাৰ্যসূচী" অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ

তাৰিখ:২৬-৫-২০২৬(মঙলবাৰ)

স্থানঃ- লিডু,

সময়: পুৱা ১০.০০ বজাত

Address

I LOVE MARGHERITA
Margherita
786181

Alerts

Be the first to know and let us send you an email when I Love Margherita posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share