Reveur Multitrade Private Limited

Reveur Multitrade Private Limited Our company Reveur offers a comprehensive range of products, directly to the consumers.

আজি উপৰহালী, বিজয়নগৰত আমাৰ প্ৰতিষ্ঠানৰ জৰিয়তে Digital Health পৰীক্ষা কৰোৱা হয়। গাওঁখনৰ ৰাইজে সহযোগিতা কৰা বাবে ধন্যবাদ জ...
12/10/2025

আজি উপৰহালী, বিজয়নগৰত আমাৰ প্ৰতিষ্ঠানৰ জৰিয়তে Digital Health পৰীক্ষা কৰোৱা হয়। গাওঁখনৰ ৰাইজে সহযোগিতা কৰা বাবে ধন্যবাদ জনালো।

12/10/2025


সুস্থ থাকিবৰ বাবে ৰিভিউৰৰ ১০ চুপাৰ নিউট্ৰা সেৱন কৰিবলৈ আৰম্ভ কৰিছে। তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো 😊
26/06/2025

সুস্থ থাকিবৰ বাবে ৰিভিউৰৰ ১০ চুপাৰ নিউট্ৰা সেৱন কৰিবলৈ আৰম্ভ কৰিছে। তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো 😊

Herbolive Pro + A Complete protection of Liver 😊Improves Liver FunctionA Better Liver StimulateNo Side Effects 🥳
25/06/2025

Herbolive Pro +
A Complete protection of Liver 😊
Improves Liver Function
A Better Liver Stimulate
No Side Effects 🥳

🌿লিভাৰ ডিটক্স - লিভাৰ পৰিষ্কাৰ, স্বাস্থ্যকৰ জীৱন!“লিভাৰ পৰিষ্কাৰ আৰু শৰীৰ সম্পূৰ্ণ অন এক্টিভ!”🥱 সদায় ভাগৰুৱা অনুভৱ হয় ...
07/06/2025

🌿লিভাৰ ডিটক্স - লিভাৰ পৰিষ্কাৰ, স্বাস্থ্যকৰ জীৱন!
“লিভাৰ পৰিষ্কাৰ আৰু শৰীৰ সম্পূৰ্ণ অন এক্টিভ!”

🥱 সদায় ভাগৰুৱা অনুভৱ হয় নেকি?
😣 পেট ফুলি থাকে, ছাল নিস্তেজ হৈ পৰিছে, নে হজম শক্তি লেহেমীয়া যেন লাগে?
⚠️চৰ্বিযুক্ত যকৃত বা যকৃতৰ বিষাক্ত পদাৰ্থৰ বাবে এই সকলোবোৰ হ'ব পাৰে!

💥 Reveur ৰ Herboliv Pro+ Liver Detox লৈ যোৱাৰ সময় – যকৃতক বিষমুক্ত কৰা এক শক্তিশালী আয়ুৰ্বেদিক সূত্ৰ।

💊 ইয়াৰ সুবিধাও আছে, পৰৱৰ্তী স্তৰ:
✅ চৰ্বিযুক্ত যকৃতৰ সমস্যাৰ পৰা সকাহ
✅ গেছ, পেট ফুলা আৰু গধুৰ হোৱাৰ পৰা সকাহ
✅ উন্নত হজম আৰু বিপাকীয় ক্ৰিয়া
✅ ছাল পৰিষ্কাৰ আৰু অধিক শক্তি
✅ লিভাৰ ডিপ ডিটক্স – স্বাভাৱিকতে!

🌿 কালমেঘ, কুটকী, অৰ্জুন ছাল, পুৰ্ণভা, গখৰু, ছনথ আৰু পলাশ বিজ আদি বিশ্বাসযোগ্য আয়ুৰ্বেদিক বনৌষধিৰে তৈয়াৰ কৰা হৈছে – যাৰ কাম হ’ল আপোনাৰ যকৃত সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰা, কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ!

আপোনাৰ ঘৰতে পাবলৈ যোগাযোগ কৰক-
9613630015

🌿 Happy World Environment Day 2025! 🌍This year’s theme, “Beat Plastic Pollution,” calls on each of us to turn the tide o...
05/06/2025

🌿 Happy World Environment Day 2025! 🌍

This year’s theme, “Beat Plastic Pollution,” calls on each of us to turn the tide on single-use plastics. Every bottle we refuse, every bag we reuse, and every bit of plastic we recycle moves our planet closer to a cleaner, healthier future.

Let’s celebrate today by pledging to 🌱 choose sustainable alternatives, ♻️ support circular solutions, and ✨ inspire friends and family to do the same. Small daily actions, multiplied by millions, create big change. Together, we can protect nature and build a greener tomorrow.

02/06/2025

গ্ৰেষ্ট্ৰিক, এচিডিটি, ফেটিলিভাৰ, জণ্ডিছ, কেছুমৰীয়া, কুষ্ট কাঠিন্য, পেট চাফা কৰিব পাৰে কনো ধৰনৰ পাৰ্চক্ৰীয়া নহোৱাকৈ নিয়ন্ত্ৰণ আৰু সম্পূৰ্ণ নিৰাময়ৰ বাবে প্ৰাকৃতিক উপাদান ৰিভিউৰৰ Herbolive Pro + জুইছ ব্যৱহাৰ কৰিব পাৰে।
ভাৰতবৰ্ষৰ যিকনো ঠিকনাত ফ্ৰী Home Delivery ৰ বাবে তলত দিয়া নম্বৰ কেইটাত যোগাযোগ কৰক 😊
Watsapp No.
8638448689
8453352233
9613630015
7099633105

21/03/2025

এদিন মোক ৬ মাহমান আগত ভাইটি এজনে দোকান এখনত লগ পায় গেষ্ট্ৰিক ভাল কৰিবৰ কাৰণে আমাৰ 10 Super Nutra Juice ললে মোৰ পৰা। তাৰ ১ মাহ মান পিছত এদিন মই খবৰ ললো ভাল পাইছে নে নাই বুলি, তেখেতে ভাল পোৱা বুলি কলে আৰু কলে যে মোৰ দেউতাৰ ৩ নম্বৰ ষ্টেজত কেণ্সাৰ ৰোগ হোৱা বুলি। মোৰ দেউতাই খাব পাৰিব নে বুলি সুধিলে মোক ? মই খুৱাব পাৰিবা বুলি কলো লগতে মেডিকেল ট্ৰিটমেন্ট কৰিব লাগিব ভালকৈ ভাল কৰিব লাগিলে । যোৱা মাহত মই নিজে ঘৰত গৈ খবৰ ললো তেখেত বৰ্তমান বহুত সুস্থ। মই অত্যন্ত সুখী অনুভৱ কৰিছো তেখেতক সুস্থ হোৱা দেখা পায়। ☺️

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ শুভেচ্ছা জনালো🙏মেজিৰ জুইয়ে ছাই কৰি নিয়ক হিংসা আৰু ঘৃণা সকলোৰে ঘৰত উপচি পৰক সুখ শান্তি উ...
14/01/2025

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ শুভেচ্ছা জনালো🙏
মেজিৰ জুইয়ে ছাই কৰি নিয়ক হিংসা আৰু ঘৃণা সকলোৰে ঘৰত উপচি পৰক সুখ শান্তি উৎসাহ উদ্দীপনাৰে 🥰

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ শুভেচ্ছা জনালো🙏মেজিৰ জুইয়ে ছাই কৰি নিয়ক হিংসা আৰু ঘৃণা সকলোৰে ঘৰত উপচি পৰক সুখ শান্তি উ...
14/01/2025

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ শুভেচ্ছা জনালো🙏
মেজিৰ জুইয়ে ছাই কৰি নিয়ক হিংসা আৰু ঘৃণা সকলোৰে ঘৰত উপচি পৰক সুখ শান্তি উৎসাহ উদ্দীপনাৰে 🥰

May this Diwali bring warmth, happiness, and prosperity to you and your family. Wishing you a bright and joyful Diwali!”...
31/10/2024

May this Diwali bring warmth, happiness, and prosperity to you and your family. Wishing you a bright and joyful Diwali!” “As the festival of lights brightens your life, may it fill your days with sparkles of joy. ✨🍀🥳🫰🏻🙏🏻
Happy Diwali🎇🪔
Your Family 👫
Warm Regards
Reveur Team
Success•Ahead👍🏻

"তুলসীৰ তলে তলেমৃগ পহু চৰেতাকে দেখি ৰামচন্দ্ৰইহৰ ধনু ধৰে"Wishing everyone a joyful Kati Bihu. Extending warm greetings t...
17/10/2024

"তুলসীৰ তলে তলে
মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই
হৰ ধনু ধৰে"
Wishing everyone a joyful Kati Bihu. Extending warm greetings to each and every one on this auspicious occasion of 𝐊𝐚𝐭𝐢 𝐁𝐢𝐡𝐮. May the radiant lamps of this celebration illuminate our lives with growth and prosperity, granting us the fulfillment of all our dreams and desires 😍
Warm Regards
Team Reveur
Success•Ahead👍🏻

Address

Mirza, Near-Fire Service, Palashbari, Kamrup
Mirza Pahar
781125

Alerts

Be the first to know and let us send you an email when Reveur Multitrade Private Limited posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Reveur Multitrade Private Limited:

Share