Prohelika News & Entertainment

Prohelika News & Entertainment অসমৰ #1 Viral Promotion Page 📈
PG, School, Showroom, Coaching ৰ Paid Promotion
Business Growth ৰ বাবে WhatsApp কৰক 👇
8011512130

19/09/2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাটআউটৰ সৈতে
বিশেষ থাপনা লৈ নলবাৰীৰ এদল যুৱক ওলাইছে জুবিন ক্ষেত্ৰলৈ। জুবিনৰ ন্যায়া বিচাৰি এই যাত্ৰা।

19/09/2026

📌মাজুলীৰ শালমৰাত যোৱা ৬ ছেপ্টেম্বৰত উন্মোচিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থলীত আজি স্থানীয় যুৱক-ৰাইজৰ উদ্যোগত চাফাই, বৃক্ষৰোপণ, শ্ৰদ্ধাঞ্জলি, তৰ্ক, দিহানাম আৰু জুবিন সংগীতৰে দিনজোৰাকৈ পালন কৰা হৈছে জুবিন দিৱস।

19/09/2026

📌পানবাৰীৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ জনাইছে একাঁজলি অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি।

19/09/2026

📌৬৫ কিঃমিঃ দৌৰি গৈ জুবিন ক্ষেত্ৰত উপস্থিত হ'ল ২ অনুৰাগী।
📌মিৰ্জাৰ বৰিহাটৰ সৰুহেৰামদো গাঁৱৰ পৰা এইদৰে ঈশ্বৰপুত্ৰৰ কাষ পালেগৈ অঞ্জন কৈৱৰ্ত আৰু ৰক্তিম দাসে।
📌প্ৰাণৰ শিল্পীৰ প্ৰতি এয়াই অসমীয়াৰ নিভাঁজ মৰম-অনুৰাগ।

19/09/2026

📌সকলোৰে মুখত হৰি নাম আৰু জয় জুবিনদা ধ্বনি

19/09/2026

📌'এজন মানুহৰ পৰা হাজাৰ হাজাৰ মানুহৰ মনত থকা এটা সত্তা হ'ল জুবিন গাৰ্গ'। অসম জাতীয় বিদ্যালয়ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ। অনুষ্ঠানত উপস্থিত থাকি অভিভূত গৰিমা শইকীয়া গাৰ্গ

📌মাজুলীৰ শালমৰা জুবিন ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন হৈছে প্ৰাণৰ শিল্পীৰ সোঁৱৰণত জুবিন দিৱস।
19/09/2026

📌মাজুলীৰ শালমৰা জুবিন ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন হৈছে প্ৰাণৰ শিল্পীৰ সোঁৱৰণত জুবিন দিৱস।

📌ছ'চিয়েল মিডিয়াত জুবিন ধুমুহা।প্ৰতি অসমীয়াৰ বুকুত বাজিছে কলিজাৰ গান।আপুনিও লিখক ''LOVE YOU ZUBEEN DA''
19/09/2026

📌ছ'চিয়েল মিডিয়াত জুবিন ধুমুহা।প্ৰতি অসমীয়াৰ বুকুত বাজিছে কলিজাৰ গান।আপুনিও লিখক ''LOVE YOU ZUBEEN DA''

Address

Guwahati ( Kamrup )
Mirza

Alerts

Be the first to know and let us send you an email when Prohelika News & Entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share