Morigaon Times

Morigaon Times Morigaon Times is a Public Group...
নিজৰ ঠাইখনৰ খৱৰ বাতৰি বো

05/04/2023
19/11/2020

খন্তেক পূৰ্বে অখিল গগৈৰ মুক্তিৰ দাবীত গুৱাহাটীৰ বশিষ্ঠৰ এখন ৱালত ছবি আঁকিবৰ বাবে যোৱা ধ্ৰুৱজিৎ, প্ৰাঞ্জল কলিতা আৰু ৰাহুল নামৰ ল'ৰাকেইজনক বশিষ্ঠ থানাৰ পুলিচে উঠাই নিছে। অৰ্থাৎ ৱালত এখন ছবি আঁকি প্ৰতিবাদ কৰিলেও এতিয়া অপৰাধ হ'ল। সৰ্বানন্দ সোনোৱালৰ ফেচিষ্ট চৰকাৰক ধিক্কাৰ দিছোঁ। অনতিবিলম্বে গোটেই কেইজন যুৱকক মুক্তি দিবৰ বাবে দাবী জনালোঁ। সকলোৱে বিষয়টোত মাত মাতক- সকলো সীমা চেৰাই গৈছে এই বিজেপি চৰকাৰ।
(ফটো সংগ্ৰহ : Lakhyajyoti ৰ টাইমলাইন)

11/06/2020

Work at your Home.
All Subject.
Assamese Medium
MA or BA marksheet
What's App Number official
6000879561
Pay per lesson and size

Address

Morigaon
782105

Alerts

Be the first to know and let us send you an email when Morigaon Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Morigaon Times:

Share