Pal kumar Bordoloi

Pal kumar Bordoloi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pal kumar Bordoloi, Advertising agency, Nagaon.

24/04/2022
ধিংত সুদৃঢ় অসম ছাত্ৰ পৰিষদৰ ভেটি। "নৱ-জাগৰণৰ বাবে ছাত্ৰ" মন্ত্ৰৰে "ধিং মহাবিদ্যালয়"ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত নত...
17/12/2021

ধিংত সুদৃঢ় অসম ছাত্ৰ পৰিষদৰ ভেটি। "নৱ-জাগৰণৰ বাবে ছাত্ৰ" মন্ত্ৰৰে "ধিং মহাবিদ্যালয়"ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত নতুন ইতিহাস ৰচিলে অসম ছাত্ৰ পৰিষদে। বাকী থকা ৮টা পদৰ বাবে হোৱা নিৰ্বাচনত নিৰ্বাচিত হৈছে অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত ৭টা পদৰ ৭জন প্ৰাৰ্থী। সহ: সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী কৃষ্ণমণি বৰা, সাংস্কৃতিক সম্পাদকৰ প্ৰাৰ্থী লোপামুদ্ৰা বৰা, আলোচনী সম্পাদকৰ প্ৰাৰ্থী দিবাক্ষী শইকীয়া আৰু শংকৰ জ্যোতি শৰ্মা(যুটীয়া), সমাজ-সেৱা পদৰ প্ৰাৰ্থী বিশাল মহেলা, লঘু ক্ৰিয়া সম্পাদকৰ প্ৰাৰ্থী সুনীল বড়ো, ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ প্ৰাৰ্থী চিৰাজুল ইছলাম আৰু ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকাৰ প্ৰাৰ্থী আছমিনা খাতুনে জয় লাভ কৰিছে। সকলোলৈকে অসম ছাত্ৰ পৰিষদ , নগাওঁ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছো। ধিং মহাবিদ্যালয়ত সাধাৰণ সম্পাদক, সহ: সাধাৰণ সম্পাদকে আদি কৰি মুঠ ১৩ টা পদৰ ৯ টা মূল পদতেই অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰিছে। অনাগত দিনসমূহটো এইদৰেই অসম ছাত্ৰ পৰিষদে বিজয় ধ্বজা উৰুৱাই যাব।

জয় আই অসম।।

Address

Nagaon

Telephone

+916002047057

Website

Alerts

Be the first to know and let us send you an email when Pal kumar Bordoloi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pal kumar Bordoloi:

Share